Class 5 Assamese Additional Chapter 12 আগতে নিজে নিকা হ’

Class 5 Assamese Additional Chapter 12 আগতে নিজে নিকা হ’ Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 12 আগতে নিজে নিকা হ’

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

আগতে নিজে নিকা হ’

Chapter – 12

ADDITIONAL QUESTION ANSWER

১। কবিতাটো জীৱন ভৰাই কি কি জমা হোৱাৰ কথা কৈছে? 

উত্তৰ: ধন – সোণ আত্মিক জমা হোৱাৰ কথা কৈছে।

২। “আগতে নিজে নিকা হ’ ” কবিতাটিৰ কবি কোন?

উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰী।

৩। ক্ষত – বিক্ষত অঙ্গ আৱৰি মুখেদি কি পৰিব বাগৰি? 

উত্তৰ: মুখেদি ৰক্ত পৰিব বাগৰি।

৪। “ভাঙিব লাগিব শিল ” কবিতাটিৰ কবি কোন?

(ক) অম্বিকাগিৰী ৰায়চৌধুৰী।

(খ) নলিনিৱালা দেৱী।

(গ) অমলপ্রভা দাস।

উত্তৰ: (ক) অম্বিকাগিৰী ৰায়চৌধুৰী।

৫। কবিয়ে সকলোকে কি হ’বলৈ কৈছে ?

(ক) থিয় হৈ থাকিব কৈছে।

(খ) নিকা হ’ব কৈছে।

(গ) শুই থাকিব কৈছে।

উত্তৰ: (খ) নিকা হ’ব কৈছে।

৬। আত্মিক মানে কি?

(ক) দেশপ্ৰেমিক। 

(খ) আত্মাৰ উচৰ চপা। 

(গ) উজ্জ্বল মন।

উত্তৰ: (খ) আত্মাৰ উচৰ চপা।

৭। আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ ব্যৱহাৰ কৰা হয় তাক কি বোলে ?

(ক) অনুৰোধ।

(খ) অনুজ্ঞা। 

(গ) আদেশ। 

উত্তৰ: (খ) অনুজ্ঞা।

৮। অনুজ্ঞা ৰ কাল কেইটা?

(ক) ২ টা।

(খ) ৫ টা।

(গ) ৯ টা। 

উত্তৰ: (ক) ২ টা।

৯। অসমকেশৰী বুলি কাক কোৱা হয়?

(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক। 

(খ) ৰঘুনাথ চৌধুৰীক।

(গ) নীলমণি ফুকনক। 

উত্তৰ: (ক) অম্বিকাগিৰী ৰায়চৌধুৰীক। 

১০। নিকা মানে কি?

(ক) পৰিষ্কাৰ। 

(খ) শুই থকা। 

(গ) নিশা।

উত্তৰ: (ক) পৰিষ্কাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top