Class 5 Assamese Additional Chapter 13 ওজা – পালি

Class 5 Assamese Additional Chapter 13 ওজা – পালি Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 13 ওজা – পালি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

ওজা – পালি

Chapter – 13

ADDITIONAL QUESTION ANSWER

১। ওজা কাক বোলে? 

উত্তৰ: ওজা – পালি অনুষ্ঠানত যিজনে মূল কাহিনীভাগ নৃত্য, গীত আৰু অভিনয়ৰ দ্বাৰা বৰ্ণনা কৰে তেওঁক ওজা বোলে।

৩। কুশানগীত মানে কি? 

উত্তৰ: গোৱালপাৰা জিলাত প্ৰচলিত এবিধ নৃত্য, গীত, অভিনয় পুষ্ট লোক – নাট্য অনুষ্ঠানকে কুশানগীত বোলে।

৪। ওজা পালি কি অনুষ্ঠান?

(ক) লোক নাট্য অনুষ্ঠান। 

(খ) লোক কথা। 

(গ) পুতলা নাচ। 

উত্তৰ: লোক – নাট্য অনুষ্ঠান।

৫। এটা দলত কেইজন পালি থাকে?

(ক) ছয়জনমান। 

(খ) দুজন। 

(গ) পাঁচজন। 

উত্তৰ: (ক) ছয়জনমান।

৬। ওজাৰ সোঁ – হাতস্বৰূপ বুলি কাক কোৱা হয়?

(ক) লোক। 

(খ) ডাইনাপালি। 

(গ) পালি।

উত্তৰ: (খ) ডাইনাপালি।

৭। পাগুৰি কোনে মাৰে?

(ক) পালিয়ে। 

(খ) ওজাই। 

(গ) দৰ্শকে। 

উত্তৰ: (খ) ওজাই।

৮। ওজা পালি কি?

(ক) লোক নাট্য অনুষ্ঠান।

(খ) সাংস্কৃতিক অনুষ্ঠান।

(গ) এটাও নহয়।

উত্তৰ: (ক) লোক নাট্য অনুষ্ঠান।

৯। ওজা পালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা?

(ক) সাধাৰণ। 

(খ) আধুনিক। 

(গ) অতি সাধৰণ।

উত্তৰ: (গ) অতি সাধৰণ।

১০। পুতলা নাচত পুতলাবোৰ কিহেৰে তৈয়াৰী?

(ক) মাটিৰে। 

(খ) কুঁহিলাৰে। 

(গ) কাঠেৰে। 

উত্তৰ: (খ) কুঁহিলাৰে।

১১। কুশান গান কোন জিলাত প্ৰচলিত?

(ক) ডিব্ৰুগড়। 

(খ) গোৱালপাৰা।

(গ) শিৱসাগৰ।

উত্তৰ: (খ) গোৱালপাৰা।

১২। খুলীয়া ভাওনাত ঢোলৰ সলনি কি ব্যৱহাৰ কৰা হয়?

(ক) তাল।

(খ) পেপা। 

(গ) খোল। 

উত্তৰ: (গ) খোল।

১৩। গোমৰাগ কোন সমাজৰ অনুষ্ঠান?

(ক) মিচিং সমাজৰ। 

(খ) বড়ো সমাজৰ। 

(গ) অসমীয়া সমাজৰ। 

উত্তৰ: (ক) মিচিং সমাজৰ। 

১৪। চ’ মাংকান কোন সমাজৰ অনুষ্ঠান?

(ক) বড়ো সমাজৰ। 

(খ) মিচিং সমাজৰ। 

(গ) কাৰ্বি সমাজৰ। 

উত্তৰ: কাৰ্বি সমাজৰ।

১৫। খেৰাই কোন সমাজত প্ৰচলিত?

(ক) বড়ো সমাজত। 

(খ) কাৰ্বি সমাজত। 

(গ) মিচিং সমাজত। 

উত্তৰ: (ক) বড়ো সমাজত।

১৬। ঢুলীয়া ভাওনাত ওজা ঢুলীয়া সকলে কি বজায়?

(ক) বৰ ঢোল। 

(খ) ঢোল। 

(গ) পেঁপা। 

উত্তৰ: (ক) বৰ ঢোল।

১৭। ডাইনাপালিজন প্ৰধানকৈ কি?

(ক) সুৰসিক। 

(খ) ওজা। 

(গ) পালি। 

উত্তৰ: (ক) সুৰসিক।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top