Class 5 Assamese Additional Chapter 14 সৰু ছোৱালী আৰু পখী

Class 5 Assamese Additional Chapter 14 সৰু ছোৱালী আৰু পখী Notes, Class 5 Assamese Extra Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Extra Notes can be of great value to excel in the examination.

Class 5 Assamese Additional Chapter 14 সৰু ছোৱালী আৰু পখী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Important Solutions for All Subject, You can practice these here.

সৰু ছোৱালী আৰু পখী

Chapter – 14

ADDITIONAL QUESTION ANSWER

১। “ সৰু ছোৱালী আৰু পখী” পাঠটিৰ কবি কোন?

উত্তৰ: ভৈৰৱ চন্দ্ৰ খটনিয়াৰ।

২। সৰু ছোৱালীজনিয়ে পখীৰ পৰা কি বিচাৰে?

উত্তৰ: সৰু ছোৱালীজনীয়ে পখীৰ শুৱলা মাতৰ গীত শুনি ভাল পায়।

৩। ছোৱালীজনীয়ে পখীক কেনেকৈ মাতে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ: গছে বনে থাকি কিনো গাহ, আহ পখী আহ, একেচিপে আহ।

৪। পখীজনীক কিহৰ বাহ সাজি দিয়াৰ কথা কৈছে?

(ক) বাঁহেৰে।

(খ) সোণোৱালী। 

(গ) ৰূপালী। 

উত্তৰ: (খ) সোণোৱালী।

৫। সাউৎকাৰে মানে কি?

(ক) বেগেতে। 

(খ) সাগৰ। 

(গ) লাহেকৈ। 

উত্তৰ: (ক) বেগেতে।

Sl. No.Contents
Chapter 1অসম আমাৰ ৰূপহী
Chapter 2পখী আৰু মানুহ
Chapter 3অৰূপৰ আবেদন
Chapter 4পিঠাৰ মেল
Chapter 5ডক্টৰ বাণীকান্ত কাকতি
Chapter 6জোনাকৰ জেউতি
Chapter 7ফুলকোঁৱৰৰ গীত
Chapter 8ৰঙৰ ৰহস্য
Chapter 9ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল
Chapter 10তিনিটা মাছৰ কাহিনী
Chapter 11অমলপ্ৰভা দাস
Chapter 12আগতে নিজে নিকা হ’
Chapter 13ওজাপালি
Chapter 14সৰু ছোৱালী আৰু পাখী

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top