Class 12 Political Science Chapter – 5 সাম্প্রতিক দক্ষিণ এছিয়া

Join Telegram channel

Class 12 Political Science Chapter – 5 সাম্প্রতিক দক্ষিণ এছিয়া Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 5 সাম্প্রতিক দক্ষিণ এছিয়া and select needs one.

Class 12 Political Science Chapter – 5 সাম্প্রতিক দক্ষিণ এছিয়া

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 5 সাম্প্রতিক দক্ষিণ এছিয়া Solutions for All Subject, You can practice these here…

সাম্প্রতিক দক্ষিণ এছিয়া

পাঠ:

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ )

প্রশ্ন ১। দক্ষিণ এছিয়াই কি সূচায় ? 

উত্তৰঃ দক্ষিণ এছিয়া বুলি ক’লে বাংলাদেশ , ভুটান , ভাৰত , মালদ্বীপ , নেপাল , পাকিস্তান আৰু শ্রীলংকা এই সাতখন ৰাষ্ট্ৰক বুজায় । 

প্রশ্ন ২। চীন দক্ষিণ এছিয়াৰ এটা অংশনে ? 

উত্তৰঃ নহয় । 

প্রশ্ন ৩। দক্ষিণ এছয় মণ্ডলত প্রথমে কোনখন দেশে নিজৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল ? 

উত্তৰঃ শ্রীলংকা । 

প্রশ্ন ৪। SAARC ৰ সম্পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ South Asian Association for Regional Cooperation . 

প্রশ্ন ৫। হয় নে নহয় লিখা— 

ইছলামাবাদত অনুষ্ঠিত ১২ তম SAARC শীর্ষ সন্মিলনত SAFTA ত স্বাক্ষৰ কৰা হৈছিল । 

উত্তৰঃ হয় ।

প্রশ্ন ৬। ভাৰতে শ্রীলংকালৈ কিয় ভাৰতীয় শান্তিৰক্ষা বাহিনী ( IPKF ) প্ৰেৰণ কৰিছল ? 

উত্তৰঃ শ্রীলংকাত থকা ভাৰতীয় তামিলসকলৰ সম্পর্ক সুস্থিৰ কৰাৰ অর্থে । 

প্রশ্ন ৭। খালী ঠাই পূৰ কৰা শ্রীলংকাৰ ৰাজনীতি সংখ্যাণ্ডৰু সম্প্রদায়ৰদ্বাৰা অবদমিত । 

উত্তৰঃ সিংহলী ।

প্রশ্ন ৮। ভাৰতৰ পূবলৈ চোৱা নীতি’ৰ এটা অংশ কোনখন দেশ ? 

উত্তৰঃ বাংলাদেশ । 

প্রশ্ন ৯। ১৯৯৮ চনত ভাৰতে ক’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল ? 

উত্তৰঃ গুজৰাটৰ পােখৰাণত । 

প্রশ্ন ১০। SAARC ৰ মূল উদ্দেশ্য কি ? 

উত্তৰঃ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত যদিও বিভিন্ন ধৰণৰ সংঘাত আছে , এই সংঘাতসমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত সহযােগিতা আৰু বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তােলা । 

প্রশ্ন ১১। ভাৰত আৰু পাকিস্তান কেতিয়া একোখন স্বাধীন ৰাষ্ট্ৰ হৈছিল ? 

উত্তৰঃ ভাৰত ১৯৪৭ চনৰ ১৫ আগষ্ট আৰু পাকিস্তান ১৪ আগষ্টত স্বাধীন হৈছিল । 

প্রশ্ন ১২। কোন ঠাইত চতুর্দশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ২০০৭ চনত নতুন দিল্লীত । 

প্রশ্ন ১৩। কোন বছৰত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল ? 

উত্তৰঃ ১৯৯৮ চনত । 

প্রশ্ন ১৪। কোন বছৰত ভাৰতে শ্রীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল ? 

উত্তৰঃ ১৯৮৭ চনত । 

প্রশ্ন ১৫। শ্রীলংকা কেতিয়া স্বাধীন হৈছিল ? 

উত্তৰঃ ১৯৪৮ চনত । 

প্রশ্ন ১৬। প্রথম SAARC শীর্ষ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ১৯৮৫ চনত ঢাকাত ( বাংলাদেশ ) । 

প্রশ্ন ১৭। SAARC কেতিয়া গঠিত হৈছিল ? 

উত্তৰঃ ১৯৮৫ চনৰ ৮ ডিচেম্বৰত ।

প্রশ্ন ১৮। কোন বছৰত মালদ্বীপত বহুদলীয় ব্যবস্থা প্রবর্তন কৰিছিল ? 

উত্তৰঃ ২০০৫ চনত । 

প্রশ্ন ১৯। কোন ঠাইত পঞ্চদশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ২০০৮ চনত কলম্বােত । ( শ্রীলংকা ) 

প্রশ্ন ২০। কোনগৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে লাহােৰলৈ বাছ যাত্রা কৰিছিল ? 

উত্তৰঃ অটল বিহাৰী বাজপেয়ীয়ে । 

প্রশ্ন ২১। দক্ষিণ এছিয়াৰ বিষয়ে তলত দিয়া কোনটো উক্তি অশুদ্ধ ? 

( ক ) দক্ষিণ এছিয়াৰ সকলাে দেশ গণৰাজ্য । 

( খ ) ভাৰত আৰু বাংলাদেশে পানী ভাগ বটোৱাৰা লৈ এখন চুক্তি স্বাক্ষৰ কৰিছিল । 

( গ ) ইছলামাবাদত অনুষ্ঠিত হােৱা দ্বাদশ ছার্ক সন্মিলন SAFTA স্বাক্ষৰিত হৈছিল । 

( ঘ ) দক্ষিণ এছিয়াৰ ৰাজনীতিত চীনদেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ।

উত্তৰঃ দক্ষিণ এছিয়াৰ ৰাজনীতিত চীনদেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । 

প্রশ্ন ২২। শ্রীলংকাৰ ৰাজনীতিত কোনটো সম্প্রদায়ে প্রাধান্য বিস্তাৰ কৰে ? 

উত্তৰঃ সিংহলী সম্প্রদায় । 

প্রশ্ন ২৩। শুদ্ধ নে অশুদ্ধ লিখা :

চীনদেশ ভাৰতৰ পূবলৈ চোৱা নীতিৰ অংশীদাৰ । 

উত্তৰঃ শুদ্ধ ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top