🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 12 Political Science MCQ Chapter 4 ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ

Class 12 Political Science MCQ Chapter 4 ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science MCQ Chapter 4 ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ and select need one. AHSEC Class 12 Political Science Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Political Science MCQ Class 12.

Class 12 Political Science MCQ Chapter 4 ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Political Science Multiple Choice in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 12 Political Science MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 5

সমসাময়িক বিশ্ব ৰাজনীতি

১। ইউৰোপীয় সংঘ কেতিয়া গঠন হৈছিল?

(ক) ১৯৯২ চনত।

(খ) ১৯৮৮ চনত।

(গ) ১৯৭৫ চনত।

(ঘ) ২০০১ চনত।

উত্তৰঃ (ক) ১৯৯২ চনত।

২। ইউৰোপীয় সংঘ গঠনৰ বাবে কোন চুক্তি দায়ী?

(ক) ৱাৰছ চুক্তি।

(খ) পেৰিছ চুক্তি।

(গ) মাস্ত্ৰিচ চুক্তি।

(ঘ) লণ্ডন চুক্তি।

উত্তৰঃ (গ) মাস্ত্ৰিচ চুক্তি।

৩। ইউৰোপীয় সংঘৰ একক মুদ্ৰাটো কি?

(ক) ইউয়ান।

(খ) ডলাৰ।

(গ) ইউৰো।

(ঘ) পাউণ্ড।

উত্তৰঃ (গ)। ইউৰো।

৪। ইউৰোপীয় সংঘই WTO-ত কেনেকৈ অংশ গ্ৰহণ কৰে?

(ক) পৃথকে পৃথকে।

(খ) মিলা গোট হিচাপে।

(গ)  নিৰপেক্ষ ৰূপে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) মিলা গোট হিচাপে।

৫। ইউৰোপীয় সংঘৰ পতাকা, সংগীত আদি কিহৰ নিৰূপণ?

(ক) দেশৰ চৰকাৰ।

(খ) একজাতি ৰাষ্ট্ৰ ৰূপ।

(গ) সামৰিক দল।

(ঘ) ৰাজনৈতিক গোট।

উত্তৰঃ (খ) একজাতি ৰাষ্ট্ৰ ৰূপ।

৬। আছিয়ান কেতিয়া গঠন হৈছিল?

(ক) ১৯৫৭ চনত।

(খ) ১৯৬৭ চনত।

(গ) ১৯৭৭ চনত।

(ঘ) ১৯৮৭ চনত।

উত্তৰঃ (খ) ১৯৬৭ চনত।

৭। তলৰ কোনটো আছিয়ান গঠনকাৰী দেশবোৰত অন্তৰ্ভুক্ত নহয়—

(ক) ইন্দোনেছিয়া।

(খ) ছিংগাপুৰ।

(গ) ভাৰত।

(ঘ) থাইলেণ্ড।

উত্তৰঃ (গ) ভাৰত।

৮। আছিয়ানৰ মূল উদ্দেশ্য কি?

(ক) সামৰিক প্ৰসাৰ।

(খ) বিতৰ্ক আৰু দ্বন্দ্বৰ সৃষ্টি।

(গ) শান্তি, সহযোগিতা আৰু উন্নয়ন।

(ঘ) বিশ্ব যুদ্ধ আৰম্ভ কৰা।

উত্তৰঃ (গ) শান্তি, সহযোগিতা আৰু উন্নয়ন।

৯। আছিয়ানৰ মোটত কেইটা স্তম্ভ আছে?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (গ) তিনিটা।

১০। আছিয়ানৰ ‘FTA’ বুলিলে কি বুজায়?

(ক) Fire Trade Agreement.

(খ) Free Trade Area.

(গ) Foreign Tax Area.

(ঘ) Free Tax Agreement.

উত্তৰঃ (খ) Free Trade Area.

১১। ভাৰত কোন নীতিৰে আছিয়ানৰ সৈতে সম্পৰ্ক গঢ়ে?

(ক) Look East Policy.

(খ) Act East Policy.

(গ) দুয়োটা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) দুয়োটা।

১২। চীনৰ ‘Open Door Policy’ কেতিয়া আৰম্ভ হৈছিল?

(ক) ১৯৬২ চনত।

(খ) ১৯৭৮ চনত।

(গ) ১৯৯২ চনত।

(ঘ) ২০০১ চনত।

উত্তৰঃ (খ) ১৯৭৮ চনত।

১৩। চীনে কোন নীতিৰ দ্বাৰা বিদেশী বিনিয়োগ আনে?

(ক)  Panchsheel.

(খ) WTO Membership.

(গ) SEZ (Special Economic Zones).

(ঘ) GDP Formula.

উত্তৰঃ (গ) SEZ (Special Economic Zones).

১৪। চীন কিমান চনত WTO ৰ সদস্য হয়?

(ক) ১৯৯৯ চনত।

(খ)  ২০০১ চনত।

(গ) ২০০৩ চনত।

(ঘ) ২০০৫ চনত।

উত্তৰঃ (খ) ২০০১ চনত।

১৫। তলৰ কোনটো চীনৰ সমস্যা নহয়-

(ক) ধনবিলাসিতা।

(খ) দৰিদ্ৰ্য।

(গ) দুৰ্নীতি।

(ঘ) ধন বণ্টনত অসমতা।

উত্তৰঃ (ক) ধনবিলাসিতা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top