Class 12 Political Science MCQ Chapter 6 আন্তৰ্জাতিক সংগঠন

Class 12 Political Science MCQ Chapter 6 আন্তৰ্জাতিক সংগঠন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science MCQ Chapter 6 আন্তৰ্জাতিক সংগঠন and select need one. AHSEC Class 12 Political Science Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Political Science MCQ Class 12.

Class 12 Political Science MCQ Chapter 6 আন্তৰ্জাতিক সংগঠন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Political Science Multiple Choice in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 12 Political Science MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 6

সমসাময়িক বিশ্ব ৰাজনীতি

১। ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হৈছিল?

(ক) ১৯৪৫, অক্টোবৰ ৩০ তাৰিখে।

(খ) ১৯৪৬, নৱেম্বৰ ১২ তাৰিখে।

(গ) ১৯৪৫, ডিচেম্বৰ ৩১ তাৰিখে।

(ঘ) ১৯৪৪, অক্টোবৰ ১৪ তাৰিখে।

উত্তৰঃ (ক) ১৯৪৫, অক্টোবৰ ৩০ তাৰিখে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ শক্তিশালী সংস্থা কোনটো?

(ক) UNGA.

(খ) UNICEF.

(গ) IMF.

(ঘ) UNSC.

উত্তৰঃ (ঘ) UNSC.

৩। ৰাষ্ট্ৰসংঘত মুঠ কেইটা অংগ আছে?

(ক) ৭ টা।

(খ) ৮ টা।

(গ) ৬ টা।

(ঘ) ৫ টা।

উত্তৰঃ (গ) ৬ টা।

৪। বিশ্ব বেংক কেতিয়া গঠন হৈছিল?

(ক) ১৯৬৭ চনত।

(খ) ১৯৪৭ চনত।

(গ) ১৯৪৫ চনত।

(ঘ) ১৯৪৬ চনত।

উত্তৰঃ (গ) ১৯৪৫ চনত।

৫। WTO কেতিয়া গঠন হৈছিল?

(ক) ১৯৯৫ চনত।

(খ) ১৯৫৪ চনত।

(গ) ২০০০ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (ক) ১৯৯৫ চনত।

৬। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য কিমানজন আছে?

(ক) ৫ জন।

(খ) ১০ জন।

(গ) ১৫ জন।

(ঘ) ১১ জন।

উত্তৰঃ (ক) ৫ জন।

৭। Amnesty International ক’ত যুক্ত?

(ক) Monetary fund institution.

(খ) Arms protector.

(গ) Water treaty.

(ঘ) NGO.

উত্তৰঃ (ঘ) NGO.

৮। ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ বিচাৰক কিমান জন?

(ক) ৯ জন।

(খ) ১৫ জন।

(গ) ১০ জন।

(ঘ) ১১ জন।

উত্তৰঃ (খ) ১৫ জন।

৯। ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল?

(ক) ২৪ অক্টোবৰ ১৯৪৫ তাৰিখে।

(খ) ১৮ অক্টোবৰ ১৯৪৫ তাৰিখে।

(গ) ১৯ অক্টোবৰ ১৯৫০ তাৰিখে।

(ঘ) ২১ অক্টোবৰ ১৯৪৬ তাৰিখে।

উত্তৰঃ (ক) ২৪ অক্টোবৰ ১৯৪৫ তাৰিখে।

১০। UNO কেতিয়া প্ৰতিষ্ঠা হৈছিল?

(ক) ১৯৪৫ চনত।

(খ) ১৯৪৫ চনত।

(গ) ১৯৫১ চনত।

(ঘ) ১৯৪৯ চনত।

উত্তৰঃ (ক) ১৯৪৫ চনত।

১১। ভাৰতে ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত মান্যতা কেতিয়া লাভ কৰিছিল?

(ক) ১৯৪৫, অক্টোবৰ ৩০ তাৰিখে।

(খ) ১৯৪৭, জানুৱাৰী ১ তাৰিখে।

(গ) ১৯৪৫, অক্টোবৰ ২৪ তাৰিখে।

(ঘ) ১৯৪৬, নৱেম্বৰ ১২ তাৰিখে।

উত্তৰঃ (ক) ১৯৪৫, অক্টোবৰ ৩০ তাৰিখে।

১২। ৰাষ্ট্ৰসংঘৰ Universal Declaration of Human Rights কেতিয়া গৃহীত হৈছিল?

(ক) ১৯৪৮ চনত।

(খ) ১৯৪৯ চনত।

(গ) ১৯৫০ চনত।

(ঘ) ১৯৫৫ চনত।

উত্তৰঃ (ক) ১৯৪৮ চনত।

১৩। UNO ৰ উদ্দেশ্য কি?

(ক) বিশ্বশান্তি ৰক্ষা।

(খ) পৰমাণু শক্তি বৃদ্ধি।

(গ) সামৰিক সহায়।

(ঘ) ৰাজনৈতিক সংঘাত।

উত্তৰঃ (ক) বিশ্বশান্তি ৰক্ষা।

১৪। UNO ৰ সম্পূৰ্ণ ৰূপ কি?

(ক) Universal Nuclear Organisation.

(খ) United Nations Organisation.

(গ) United Nations Order.

(ঘ) Universal Nations Order.

উত্তৰঃ (খ) United Nations Organisation.

১৫। UNO-ত কিমান সদস্য ৰাষ্ট্ৰ আছে?

(ক) ১৮৯ টা।

(খ) ১৯০ টা।

(গ) ১৯৩ টা।

(ঘ) ১৯৫ টা।

উত্তৰঃ (গ) ১৯৩ টা।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top