Class 12 Political Science MCQ Chapter 1 শীতল যুদ্ধৰ যুগ

Class 12 Political Science MCQ Chapter 1 শীতল যুদ্ধৰ যুগ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science MCQ Chapter 1 শীতল যুদ্ধৰ যুগ and select need one. AHSEC Class 12 Political Science Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Political Science MCQ Class 12.

Class 12 Political Science MCQ Chapter 1 শীতল যুদ্ধৰ যুগ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Political Science Multiple Choice in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 12 Political Science MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 1

সমসাময়িক বিশ্ব ৰাজনীতি

১। শীতল যুদ্ধ কোন দুখন ৰাষ্ট্ৰৰ মাজত হৈছিল?

(ক) জাৰ্মানী আৰু ইটালী।

(খ) ফ্ৰান্স আৰু আমেৰিকা।

(গ) আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন।

(ঘ) চিন আৰু জাপান।

উত্তৰঃ (গ) আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। পশ্চিমী সামৰিক গোটটো আছিল–

(ক) SEATO.

(খ) CENTO.

(গ) NATO.

(ঘ) Warsaw Pact.

উত্তৰঃ (গ) NATO.

৩। Warsaw Pact কেতিয়া গঠন কৰা হৈছিল?

(ক) 1945 চনত।

(খ) 1950 চনত।

(গ) 1955 চনত।

(ঘ) 1960 চনত।

উত্তৰঃ (গ) 1955 চনত।

৪। NAM ৰ প্ৰথম শীৰ্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

(ক) দিল্লীত।

(খ) বেলগ্ৰেডত।

(গ) কাইৰোত।

(ঘ) বাণ্ডুংত।

উত্তৰঃ (খ) বেলগ্ৰেডত।

৫। NAM ৰ প্ৰতিষ্ঠাতা নেতাসকলৰ ভিতৰত এজন আছিল-

(ক) চাৰ্লছ ডিগল।

(খ) নেলছন মণ্ডেলা।

(গ) পণ্ডিত জৱাহৰলাল নেহৰু।

(ঘ) উইনষ্টন চাৰ্চিল।

উত্তৰঃ (গ) পণ্ডিত জৱাহৰলাল নেহৰু।

৬। NIEO ৰ পূৰ্ণৰূপ কি?

(ক) National Investment for Economic Order.

(খ) New International Economic Order.

(গ) National Institute for Economic Organisation.

(ঘ) New Institutional Economic Order.

উত্তৰঃ (খ) New International Economic Order.

৭। NAM ৰ লক্ষ্য আছিল-

(ক) একপক্ষীয়া শক্তিক সমৰ্থন কৰা।

(খ) সামৰিক সহযোগিতা।

(গ) গোষ্ঠী-নিৰপেক্ষতা বজাই ৰখা।

(ঘ) একক অৰ্থনীতি গঢ়ি তোলা।

উত্তৰঃ (গ) গোষ্ঠী-নিৰপেক্ষতা বজাই ৰখা।

৮। কিউবা ক্ষেপণাস্ত্ৰ সংকট কেতিয়া হৈছিল?

(ক) 1959 চনত।

(খ) 1961 চনত।

(গ) 1962 চনত।

(ঘ) 1965 চনত।

উত্তৰঃ (গ) 1962 চনত।

৯। Nuclear Non-Proliferation Treaty কেতিয়া স্বাক্ষৰিত হৈছিল?

(ক) 1963 চনত।

(খ) 1968 চনত।

(গ) 1972 চনত।

(ঘ) 1975 চনত।

উত্তৰঃ (খ) 1968 চনত।

১০। NAM ৰ সাৰথি নহয়—

(ক) যোচিপ টিটো।

(খ) গামাল নাচেৰ।

(গ) জাও এন লাই।

(ঘ) নেহৰু।

উত্তৰঃ (গ) জাও এন লাই।

১১। NAM ৰ দেশসমূহত অধিকাংশেই আছিল—

(ক) উন্নত দেশ।

(খ) পশ্চাদপদ দেশ।

(গ) শিল্পোন্নত দেশ।

(ঘ) সমাজবাদী দেশ।

উত্তৰঃ (খ) পশ্চাদপদ দেশ।

১২। Limited Test Ban Treaty কেতিয়া স্বাক্ষৰিত হৈছিল?

(ক) 1955 চনত।

(খ) 1963 চনত।

(গ) 1971 চনত।

(ঘ) 1985 চনত।

উত্তৰঃ (খ) 1963 চনত।

১৩। START-I চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

(ক) 1991 চনত।

(খ) 1985 চনত।

(গ) 1995 চনত।

(ঘ) 1972 চনত।

উত্তৰঃ (ক) 1991 চনত।

১৪। গোষ্ঠী-নিৰপেক্ষ আন্দোলনৰ সৃষ্টিৰ অন্যতম কাৰণ আছিল—

(ক) NATO ৰ বিকল্প গঠন।

(খ) গৃহযুদ্ধ বন্ধ কৰা।

(গ) উপনিৱেশবাদৰ অৱসান।

(ঘ) সশস্ত্ৰ যুদ্ধ আৰম্ভ কৰা।

উত্তৰঃ (গ) উপনিৱেশবাদৰ অৱসান।

১৫। NAM ৰ দেশসমূহে NIEO দাবী কেতিয়া উত্থাপন কৰে?

(ক) 1961 চনত।

(খ) 1965 চনত।

(গ) 1972 চনত।

(ঘ) 1980 চনত।

উত্তৰঃ (গ) 1972 চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

error: Content is protected !!
Scroll to Top