Class 12 Political Science MCQ Chapter 5 সাম্প্ৰতিক দক্ষিণ এছিয়া

Class 12 Political Science MCQ Chapter 5 সাম্প্ৰতিক দক্ষিণ এছিয়া Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science MCQ Chapter 5 সাম্প্ৰতিক দক্ষিণ এছিয়া and select need one. AHSEC Class 12 Political Science Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Political Science MCQ Class 12.

Class 12 Political Science MCQ Chapter 5 সাম্প্ৰতিক দক্ষিণ এছিয়া

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Political Science Multiple Choice in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 12 Political Science MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 5

সমসাময়িক বিশ্ব ৰাজনীতি

১। মাচট্ৰিচ্ট চুক্তিৰ বিৰোধিতা কৰা দেশ কোনখন আছিল?

(ক) ডেনমাৰ্ক আৰু ব্ৰিটেইন।

(খ) ফ্ৰান্স আৰু আমেৰিকা।

(গ) জাৰ্মানী।

(ঘ) ডেনমাৰ্ক আৰু ছুইডেন।

উত্তৰঃ (ক) ডেনমাৰ্ক আৰু ব্ৰিটেইন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। শ্ৰীলংকাত ‘তামিল ইলাম’ৰ দাবী কোনে কৰিছিল?

(ক) লিবাৰেচন অৱ তামিল ইলাম।

(খ) লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম (LTTE)।

(গ) লিবেৰেল টাইগাৰ্ছ অৱ তামিল ইলাম।

(ঘ) এইবোৰৰ ভিতৰত কোনোটা নহয়।

উত্তৰঃ (খ) লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম (LTTE)।

৩। কোনখন দেশৰ যোৰা প্ৰাকৃতিক সম্পদ, জলবিদ্যুৎ উৎপাদন আৰু আন্তঃসংযুক্ত পানী ব্যৱস্থাপনাৰ জৰিয়তে সংযুক্ত হৈ আছে?

(ক) ভাৰত আৰু বাংলাদেশ।

(খ) ভাৰত আৰু শ্ৰীলংকা।

(গ) ভাৰত আৰু নেপাল।

(ঘ) ভাৰত আৰু ম্যানমাৰ।

উত্তৰঃ (গ) ভাৰত আৰু নেপাল।

৪। পাকিস্তানে প্ৰথম সংবিধান প্ৰস্তুত কৰাৰ পিছত শাসনকাৰ্য কাৰ হাতত গৈছিল?

(ক) ৰাজনৈতিক নেতাৰ।

(খ) সেনা বাহিনীৰ।

(গ) সৰ্বোচ্চ ন্যায়ালয়ৰ।

(ঘ) প্ৰেসিডেণ্টৰ।

উত্তৰঃ (খ) সেনা বাহিনীৰ।

৫। পাকিস্তানত কোনজন সেনা শাসকৰ সময়ত বাংলাদেশ সংকট হৈছিল?

(ক) আয়ুব খান।

(খ) জেনাৰেল জিয়া উল হক।

(গ) জেনাৰেল ইয়াহিয়া খান।

(ঘ) পাৰভেজ মুশাৰফ।

উত্তৰঃ (গ) জেনাৰেল ইয়াহিয়া খান।

৬। উত্তৰ ভাৰতৰ কোন ২ খন দেশ SAARC-ৰ সদস্য?

(ক) নেপাল আৰু ভুটান।

(খ) চীন আৰু নেপাল।

(গ) পাকিস্তান আৰু আফগানিস্তান।

(ঘ) নেপাল আৰু মায়ানমাৰ।

উত্তৰঃ (ক) নেপাল আৰু ভুটান।

৭। দক্ষিণ এছিয়া বুলি কাক কোৱা হয়?

(ক) ইউৰোপীয় অঞ্চল।

(খ) ভাৰত উপমহাদেশৰ দেশসমূহ।

(গ) আফ্ৰিকা মহাদেশৰ অঞ্চলসমূহ।

(ঘ) পশ্চিম এছিয়া।

উত্তৰঃ (খ) ভাৰত উপমহাদেশৰ দেশসমূহ।

৮। শ্ৰীলংকা কেতিয়া স্বাধীন ৰাষ্ট্ৰ হৈছিল?

(ক) ১৯৪৭ চনত।

(খ) ১৯৪৮ চনত।

(গ) ১৯৫০ চনত।

(ঘ) ১৯৫৬ চনত।

উত্তৰঃ (খ) ১৯৪৮ চনত।

৯। SAARC কেতিয়া প্ৰতিষ্ঠা হৈছিল?

(ক) ১৯৮৩ চনত।

(খ) ১৯৮৪ চনত।

(গ) ১৯৮৫ চনত।

(ঘ) ১৯৮৬ চনত।

উত্তৰঃ (গ) ১৯৮৫ চনত।

১০। ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে লাহোৰলৈ বাস যাত্ৰা কৰিছিল?

(ক) ইন্দিৰা গান্ধী।

(খ) মনমোহন সিং।

(গ) নৰেন্দ্ৰ মোডী।

(ঘ) অটল বিহাৰী বাজপেয়ী।

উত্তৰঃ (ঘ) অটল বিহাৰী বাজপেয়ী।

১১। ভাৰতে শ্ৰীলংকাত কেতিয়া শান্তি বাহিনী প্ৰেৰণ কৰিছিল?

(ক) ১৯৮৫ চনত।

(খ) ১৯৮৬ চনত।

(গ) ১৯৮৭ চনত।

(ঘ) ১৯৮৯ চনত।

উত্তৰঃ (গ) ১৯৮৭ চনত।

১২। ভাৰত আৰু পাকিস্তানে কেতিয়া পৰমাণু পৰীক্ষা কৰিছিল?

(ক) ১৯৯৬ চনত।

(খ) ১৯৯৭ চনত।

(গ) ১৯৯৮ চনত।

(ঘ) ২০০০ চনত।

উত্তৰঃ (গ) ১৯৯৮ চনত।

১৩। পাকিস্তান আৰু বাংলাদেশে কেতিয়া কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল?

(ক) ১৯৭৪ চনত।

(খ) ১৯৭৫ চনত।

(গ) ১৯৭৬ চনত।

(ঘ) ১৯৭৮ চনত।

উত্তৰঃ (গ) ১৯৭৬ চনত।

১৪। শ্রীলংকাত IPKF (Indian Peace Keeping Force) কেতিয়া পঠিওৱা হৈছিল?

(ক) ১৯৮৩ চনত।

(খ) ১৯৮৫ চনত।

(গ) ১৯৮৭ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰঃ (গ) ১৯৮৭ চনত।

১৫। SAFTA কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

(ক) ২০০৪ চনত।

(খ) ২০০৬ চনত।

(গ) ২০০৮ চনত।

(ঘ) ২০১০ চনত।

উত্তৰঃ (খ) ২০০৬ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top