Class 12 Political Science MCQ Chapter 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

Class 12 Political Science MCQ Chapter 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science MCQ Chapter 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান and select need one. AHSEC Class 12 Political Science Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Political Science MCQ Class 12.

Class 12 Political Science MCQ Chapter 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Political Science Multiple Choice in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 12 Political Science MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 2

সমসাময়িক বিশ্ব ৰাজনীতি

১। ছোভিয়েট ইউনিয়ন কেতিয়া গঠন হৈছিল?

(ক) ১৯১৭ চনত।

(খ) ১৯৪৫ চনত।

(গ) ১৯৫৫ চনত।

(ঘ) ১৯৩৯ চনত।

উত্তৰঃ (ক) ১৯১৭ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ছোভিয়েট ইউনিয়নৰ শাসন ব্যৱস্থাৰ মূল আদৰ্শ কি আছিল?

(ক) পুঁজিবাদ।

(খ) জাতীয়তাবাদ।

(গ) সমাজবাদ।

(ঘ) ধনতন্ত্ৰ।

উত্তৰঃ (গ) সমাজবাদ।

৩। ছোভিয়েট ইউনিয়নত কেৱল কোনটো দল শাসনত থাকিব পাৰিছিল?

(ক) প্ৰজাতান্ত্ৰিক দল।

(খ) কমিউনিষ্ট দল।

(গ) সমাজবাদী দল।

(ঘ) সাম্যবাদী দল।

উত্তৰঃ (খ) কমিউনিষ্ট দল।

৪। ছোভিয়েট ইউনিয়নৰ পতনৰ এটা মুখ্য কাৰণ কি আছিল?

(ক) উন্নত শিক্ষা।

(খ) অর্থনৈতিক সংকট।

(গ) প্ৰযুক্তিগত উন্নয়ন।

(ঘ) প্ৰাকৃতিক দুৰ্যোগ।

উত্তৰঃ (খ) অর্থনৈতিক সংকট।

৫। গ্লাছনষ্ট শব্দৰ অৰ্থ কি?

(ক) দায়িত্ব।

(খ) স্বচ্ছতা।

(গ) গোপনতা।

(ঘ) সংযোগ।

উত্তৰঃ (খ) স্বচ্ছতা।

৬। পেৰেষ্টইকা শব্দৰ অৰ্থ কি?

(ক) পুনর্গঠন।

(খ) সংস্কাৰ।

(গ) উন্নয়ন।

(ঘ) স্থিতিশীলতা।

উত্তৰঃ (ক) পুনর্গঠন।

৭। গৰ্বাচেভৰ বিৰুদ্ধে সামৰিক অভ্যুত্থান কেতিয়া ঘটিছিল?

(ক) ১৯৯০ চনত।

(খ) ১৯৯১ চনত।

(গ) ১৯৮৯ চনত।

(ঘ) ১৯৮৭ চনত।

উত্তৰঃ (খ) ১৯৯১ চনত।

৮। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলত কেইটা নতুন ৰাষ্ট্ৰ সৃষ্টি হৈছিল?

(ক) ১০ টা।

(খ) ১৫ টা।

(গ) ১২ টা।

(ঘ) ২০ টা।

উত্তৰঃ (খ) ১৫ টা।

৯। ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল?

(ক) মিখাইল গৰ্বাচেভ।

(খ) লেনিন।

(গ) ব্ৰেজনেভ।

(ঘ) বোৰিচ য়াল্টচিন।

উত্তৰঃ (ঘ) বোৰিচ য়াল্টচিন।

১০। ছোভিয়েট গোটৰ পৰা স্বাধীন হোৱা ৰাষ্ট্ৰসমূহে গঠন কৰা গোটটো কি আছিল?

(ক) NATO.

(খ) CIS.

(গ) EU.

(ঘ) UNO.

উত্তৰঃ (খ) CIS.

১১। ‘Shock Therapy’ নীতিৰ উদ্দেশ্য কি আছিল?

(ক) সমাজবাদৰ পুনৰ গঠন।

(খ) সাম্যবাদৰ বিস্তাৰ।

(গ) পুঁজিবাদৰ প্ৰৱেশ।

(ঘ) সামৰিক শক্তিৰ সংহতি।

উত্তৰঃ (গ) পুঁজিবাদৰ প্ৰৱেশ।

১২। Shock Therapy নীতিৰ ফলত কি বৃদ্ধি পাইছিল?

(ক) দৰিদ্ৰতা।

(খ) সমতা।

(গ) সামাজিক কল্যাণ।

(ঘ) উৎপাদন।

উত্তৰঃ (ক) দৰিদ্ৰতা।

১৩। ছোভিয়েট ইউনিয়নত কেইখন স্বায়ত্তশাসিত প্রজাতন্ত্র আছিল?

(ক) ১৫ খন।

(খ) ১৬ খন।

(গ) ১২ খন।

(ঘ) ১৮ খন।

উত্তৰঃ (ক) ১৫ খন।

১৪। ছোভিয়েট ভাঙোনৰ পিছত কোন ৰাষ্ট্ৰই বিশ্ব শক্তিৰ ৰূপত আত্মপ্ৰকাশ কৰে?

(ক) চীন।

(খ) আমেৰিকা।

(গ) ৰাছিয়া।

(ঘ) ফ্ৰান্স।

উত্তৰঃ (খ) আমেৰিকা।

১৫। ইউক্রেইন কোন গোচৰৰ অধীন আছিল?

(ক) NATO.

(খ) Warsaw Pact.

(গ) NAM.

(ঘ) ASEAN.

উত্তৰঃ (খ) Warsaw Pact.

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top