Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি

Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান Solutions for All Subject, You can practice these here…

আগমনৰ ভিত্তি

 অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ ) 

প্রশ্ন ১। আগমনৰ ভিত্তি কিমান প্ৰকাৰৰ ? 

উত্তৰঃ আগমনৰ ভিত্তি দুই প্রকাৰৰ । 

প্রশ্ন ২। প্ৰকৃতিৰ একৰূপতা বহুতাে নহয়’— তুমি এই কথা মানি লােৱানে ? 

উত্তৰঃ ‘প্রকৃতিৰ একৰূপতা বহুতাে নহয় ’ – এই কথা মই মানি লওঁ । 

প্রশ্ন ৩। কার্যকাৰণ বিধি হ’ল আগমনৰ এক বস্তুগত ভিত্তি’— তুমি এক মত নে ? 

উত্তৰঃ কার্য – কাৰণ বিধি হ’ল আগমনৰ এক বস্তুগত ভিত্তি’– মই একমত নহওঁ ।

প্রশ্ন ৪। ……….পৰিস্থিতিৰ অধীনত প্রকৃতিয়ে একে ধৰণে আচৰণ কৰে । 

উত্তৰঃ একে পৰিস্থিতিৰ অধীনত প্রকৃতিয়ে একে ধৰণে আচৰণ কৰে । 

প্রশ্ন ৫৷ ‘কাৰণ হ’ল সদর্থক আৰু নঞর্থক উপকাৰণৰ সমষ্টি ’ — কোনে কৈছিল ? 

উত্তৰঃ জন ষ্টুৱার্ট মিলে কৈছিল যে , কাৰণ হ’ল সদর্থক আৰু নঞর্থক উপকাৰণৰ সমষ্টি ।’

প্রশ্ন ৬। কাৰ মতে , কাৰণ হ’ল কাৰ্যৰ নিয়ত পূর্বৱর্তী ঘটনা । 

উত্তৰঃ জন ষ্টুৱার্ট মিলৰ মতে ‘ কাৰণ হ’ল কাৰ্যৰ নিয়ত পূর্বৱর্তী ঘটনা । 

প্রশ্ন ৭। যদি এটা ঘটনাক যিকোনাে পূর্বৱর্তী ঘটনাৰ কাৰণ বুলি কোৱা হয় তেতিয়া……… ৰ সৃষ্টি হয় । 

উত্তৰঃ যদি এটা ঘটনাক যিকোনাে পূর্বৱর্তী ঘটনাৰ কাৰণ বুলি কোৱা হয় তেতিয়া কাকতলীয় দোষ ৰ সৃষ্টি হয় । 

প্রশ্ন ৮। কাৰ মতে “ নিৰীক্ষণ হ’ল ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হ’ল ঘটনাৰ সৃষ্টি । ”  

উত্তৰঃ বেইনৰ মতে , “ নিৰীক্ষণ হ’ল ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হ’ল ঘটনাৰ সৃষ্টি । 

প্রশ্ন ৯। কোনে কৈছিল , “ নিৰীক্ষণ আৰু পৰীক্ষণৰ পার্থক্য প্রকাৰত নহয় , কেৱল মাত্ৰাতহে ভিন্ন ? 

উত্তৰঃ জেভন্সে কৈছিল যে , ‘ নিৰীক্ষণ আৰু পৰীক্ষণৰ পার্থক্য প্রকাৰত নহয় , কেৱল মাত্ৰাতহে ভিন্ন । 

প্রশ্ন ১০। নিৰীক্ষণৰ বিভিন্ন দোষবােৰ কি কি ? 

উত্তৰঃ নিৰীক্ষণৰ দোষ দুই প্রকাৰৰ — 

( ক ) অনবেক্ষণ । আৰু 

( খ ) ভ্রান্ত নিৰীক্ষণ বা কু পর্যবেক্ষণ দোষ । 

অনবেক্ষণ দোষ দুই প্রকাৰৰ –

( ক ) প্রাসংগিক দৃষ্টান্তৰ অনবেক্ষণ । আৰু

( খ ) পাৰিপাৰ্শ্বিক অৱস্থাৰ অনবেক্ষণ । 

ভ্রান্ত নিৰীক্ষণ বা কু – পর্যবেক্ষণ দোষ দুই প্রকাৰৰ-

( ক ) ব্যক্তিগত । আৰু 

( খ ) সার্বিক বা সার্বজনীন । 

প্রশ্ন ১১। যিকোনাে ঘটনাৰ কাৰণ গুণগতভাৱে কাৰ্যৰ সমান নে ? 

উত্তৰঃ যিকোনাে ঘটনাৰ কাৰণ গুণগতভাৱে কাৰ্যৰ সমান নহয় । 

প্রশ্ন ১২। কার্যকাৰণ নীতি আৰু প্ৰকৃতিৰ একৰূপতা বিধি কোনটো আগমনৰ ভিত্তি ? 

উত্তৰঃ কাৰ্যকৰণ নীতি আৰু প্ৰকৃতিৰ একৰূপতা বিধি দুয়ােটাই আগমনৰ ভিত্তি ।

প্রশ্ন ১৩। ‘আগমনৰ বিৰােধাভাস প্ৰকৃতিৰ একৰূপতা বিধিৰ সৈতে সংযােজিত’…….শুদ্ধনে ? 

উত্তৰঃ ‘আগমনৰ বিৰােধাভাস প্ৰকৃতিৰ একৰূপতা বিধিৰ সৈতে সংযােজিত ’ – কথাষাৰ শুদ্ধ । 

প্রশ্ন ১৪। আগমনৰ ভিত্তিয়েই আগমনৰ ফল’— কোনে কৈছিল ?

উত্তৰঃ আগমনৰ ভিত্তিয়েই আগমনৰ ফল’—কথাষাৰ জন ষ্টুৱার্ট মিলে কৈছিল । 

প্রশ্ন ১৫। গুণগত দিশৰ পৰা কাৰণ কাৰ্যৰ চৰ্তহীন , নিয়ত , অব্যৱহৃত পূর্বৱর্তী ঘটনা আৰু পৰিমাণগতভাৱে কাৰণ আৰু কার্য সমান ’ – এই উক্তিৰ সৈতে জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা । 

উত্তৰঃ গুণগত দিশৰ পৰা কাৰণ কাৰ্যৰ চৰ্তহীন , নিয়ত , অব্যৱহৃত পূর্বৱর্তী ঘটনা আৰু পৰিমাণগতভাৱে কাৰণ আৰু কার্য সমান ’ – এই উক্তিৰ সৈতে জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম হ’ল- কাৰভেথ ৰীড । 

প্রশ্ন ১৬। কাৰণ হ’ল সদর্থক আৰু নঞর্থক উপকৰণৰ সমষ্টি এই উক্তিৰ লগত জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা । 

উত্তৰঃ কাৰণ হ’ল সদর্থক আৰু নঞর্থক উপকৰণৰ সমষ্টি এই উক্তিৰ লগত জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম হ’ল- জন টুৱার্ট মিল । ( J.S.Mill ) 

প্রশ্ন ১৭৷ নিৰীক্ষণ হ’ল , নিষ্ক্রিয় অভিজ্ঞতা আৰু পৰীক্ষণ হ’ল সক্রিয় অভিজ্ঞতা । কাৰ উক্তি ? 

উত্তৰঃ নিৰীক্ষণ হ’ল , নিষ্ক্রিয় অভিজ্ঞতা আৰু পৰীক্ষণ হ’ল সক্রিয় অভিজ্ঞতা এই উক্তিটো হ’ল-

ষ্টক আদি তর্কশাস্ত্রবিদৰ ।

প্রশ্ন ১৮। কার্যকাৰণ নীতি হ’ল আগমনৰ বস্তুগত ভিত্তি’— শুদ্ধনে ?

 উত্তৰঃ  কার্যকাৰণ নীতি হ’ল আগমনৰ বস্তুগত ভিত্তি’— কথাষাৰ অশুদ্ধ ।

See Next Page…

6 thoughts on “Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top