Class 12 Logic and Philosophy MCQ Chapter 2 আগমনৰ ভিত্তি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy MCQ Chapter 2 আগমনৰ ভিত্তি and select need one. AHSEC Class 12 Logic and Philosophy Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Logic and Philosophy MCQ Class 12.
Class 12 Logic and Philosophy MCQ Chapter 2 আগমনৰ ভিত্তি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Logic and Philosophy Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Logic and Philosophy MCQ in Assamese for All Chapters, You can practice these here.
আগমনৰ ভিত্তি
Chapter: 2
| MCQ |
১। আগমনৰ বস্তুগত ভিত্তি কি?
(ক) পৰ্যবেক্ষণ।
(খ) চিন্তা।
(গ) কল্পনা।
(ঘ) বিশ্বাস।
উত্তৰঃ (ক) পৰ্যবেক্ষণ।
২। প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধি কি?
(ক) আগমনৰ বস্তুগত ভিত্তি।
(খ) আগমনৰ আকাৰগত ভিত্তি।
(গ) পৰ্যবেক্ষণ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) আগমনৰ আকাৰগত ভিত্তি।
৩। বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সামান্য বা সার্বিক সম্বন্ধৰ জ্ঞানত উপনীত হোৱাক কি বোলে?
(ক) পৰ্যবেক্ষণ।
(খ) নিৰ্মাণ।
(গ) আগমন।
(ঘ) বিশ্লেষণ।
উত্তৰঃ (গ) আগমন।
৪। আগমনক সাধাৰণতে কেইটা আকাৰগত ভিত্তি মানি লোৱা হয়?
(ক) এটা।
(খ) দুটা।
(গ) তিনিটা।
(ঘ) চাৰিটা।
উত্তৰঃ (খ) দুটা।
৫। পৰ্যবেক্ষণ কেইটা প্ৰক্ৰিয়াৰ ওপৰত প্ৰতিষ্ঠিত?
(ক) তিনিটা।
(খ) চাৰিটা।
(গ) এটা।
(ঘ) দুটা।
উত্তৰঃ (ঘ) দুটা।
৬। কিহৰ দ্বাৰা আগমনৰ বস্তুগত সত্যতা প্রতিষ্ঠা কৰা হয়?
(ক) পৰীক্ষণৰ।
(খ) বিশ্লেষণৰ।
(গ) অনুমানৰ।
(ঘ) পর্যৱেক্ষণৰ।
উত্তৰঃ (ঘ) পর্যৱেক্ষণৰ।
৭। কাৰ মতে, প্ৰকৃতিৰ একৰূপতা বিধিটো বৈজ্ঞানিক আগমনৰো ভিত্তি?
(ক) নিউটনৰ।
(খ) মিল।
(গ) আইনষ্টাইন।
(ঘ) ডাৰৱিন।
উত্তৰঃ (খ) মিল।
৮। প্ৰকৃতিৰ একৰূপতা বিধি সম্বন্ধে মিলৰ পৰস্পৰ বিৰোধী মতবাদক কি বুলি কোৱা হয়?
(ক) আগমনৰ বিৰোধাভাস।
(খ) জীৱনৰ অবিচ্ছিন্নতা।
(গ) উৎপত্তিৰ অবিচ্ছিন্নতা।
(ঘ) পৰিৱর্তনৰ আধাৰ।
উত্তৰঃ (ক) আগমনৰ বিৰোধাভাস।
৯। তলৰ কোনটো প্ৰকৃতিৰ মূল নিয়ম?
(ক) বায়ুতন্ত্ৰৰ নিয়ম।
(খ) কৰ্নৰ নিয়ম।
(গ) মাধ্যাকর্ষণ শক্তিৰ নিয়ম।
(ঘ) ইলেকট্ৰ’ন ব্যৱস্থা নিয়ম।
উত্তৰঃ (গ) মাধ্যাকর্ষণ শক্তিৰ নিয়ম।
১০। আকাৰৰ ফালৰপৰা প্ৰকৃতিৰ একৰূপতা বিধিটোক কেই ধৰণেৰে ভাগ কৰিব পাৰি?
(ক) তিনি।
(খ) চাৰি।
(গ) দুই।
(ঘ) এক।
উত্তৰঃ (গ) দুই।
১১। তর্কশাস্ত্রবিদ মিলে (Mill) কাৰণৰ সংজ্ঞা কেই ধৰণে আগবঢ়াইছে?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (ক) দুই।
১২। কাৰ মতে “নিৰীক্ষণ হ’ল ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হ’ল ঘটনাৰ সৃষ্টি।”
(ক) মিলৰ মতে।
(খ) বেইনৰ মতে।
(গ) ডাৰৱিনৰ মতে।
(ঘ) নিউটনৰ মতে।
উত্তৰঃ (খ) বেইনৰ মতে।
১৩। অপর্যবেক্ষণ বা অনবেক্ষণ দোষক কেই ভাগত ভগাব পাৰি?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (ক) দুই।
১৪। নিৰীক্ষণ সদায় কিহৰ ওপৰত নিৰ্ভৰশীল?
(ক) দাৰ্শনিকসকলৰ।
(খ) প্রাকৃতিক সম্পদ।
(গ) প্রাকৃতিক পৰিৱেশৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) প্রাকৃতিক পৰিৱেশৰ।
১৫। কাৰ মতে, কাৰণ হ’ল কাৰ্যৰ নিয়ত পূর্বৱর্তী ঘটনা?
(ক) মিলৰ মতে।
(খ) বেইনৰ মতে।
(গ) ডাৰৱিনৰ মতে।
(ঘ) জন ষ্টুৱার্ট মিলৰ মতে।
উত্তৰঃ (ঘ) জন ষ্টুৱার্ট মিলৰ মতে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



