Class 12 Logic and Philosophy MCQ Chapter 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy MCQ Chapter 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি and select need one. AHSEC Class 12 Logic and Philosophy Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Logic and Philosophy MCQ Class 12.
Class 12 Logic and Philosophy MCQ Chapter 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Logic and Philosophy Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Logic and Philosophy MCQ in Assamese for All Chapters, You can practice these here.
মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter: 4
| MCQ |
১। কি নামৰ তর্কবিজ্ঞানী এজনে প্ৰথমবাৰৰ কাৰণে তর্কবিজ্ঞানত কোনো পদ্ধতি প্ৰয়োগৰ পোষকতা কৰিছিল?
(ক) পিটাৰ ৰামুচ।
(খ) মিল।
(গ) নিউটন।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) পিটাৰ ৰামুচ।
২। সমান্তৰালভাৱে তর্কবিজ্ঞানত প্রয়োগ হোৱা কেইটা মূল পদ্ধতি পোৱা যায়?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) তিনিটা।
৩। আগমন অনুমানৰ আদৰ্শ প্ৰকাৰ হ’ল—
(ক) অন্বয়ী পদ্ধতি।
(খ) সত্যতা।
(গ) বৈজ্ঞানিক আগমন।
(ঘ) ব্যতিৰেকী প্ৰণালী।
উত্তৰঃ (গ) বৈজ্ঞানিক আগমন।
৪। তলৰ কোনটো শব্দৰ অৰ্থ হ’ল “বাদ দিয়া” বা “বৰ্জন কৰা”?
(ক) সৰণ।
(খ) বৈজ্ঞানিক আগমন।
(গ) ব্যৱহাৰিক অপূর্ণতা।
(ঘ) “অপসৰণ”।
উত্তৰঃ (ঘ) “অপসৰণ”।
৫। মিলৰ মতে আগমন পদ্ধতি কেই প্ৰকাৰৰ?
(ক) দুই প্ৰকাৰৰ।
(খ) তিনি প্ৰকাৰৰ।
(গ) চাৰি প্ৰকাৰৰ।
(ঘ) পাঁচ প্ৰকাৰৰ।
উত্তৰঃ (ঘ) পাঁচ প্ৰকাৰৰ।
৬। ব্যতিৰেকী প্ৰণালীত কেইটা দৃষ্টান্ত সংগ্ৰহ কৰিব লাগে?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
৭। কিমান চনত মিলৰ পদ্ধতি উদ্ভাৱন কৰা হৈছিল?
(ক) ১৬৮৭ চনত।
(খ) ১৭০০ চনত।
(গ) ১৮৪৩ চনত।
(ঘ) ১৯০৫ চনত।
উত্তৰঃ (গ) ১৮৪৩ চনত।
৮। অন্বয়ী’ শব্দৰ অৰ্থ হৈছে–
(ক) মিল নথকা।
(খ) মিল থকা।
(গ) বেয়া পোৱা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) মিল থকা।
৯। ‘অপসৰণ’ শব্দটো কেইটা অৰ্থত ব্যৱহৃত হয়?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
১০। কাৰ মতে, আগমণ পদ্ধতি পাঁচ প্ৰকাৰৰ?
(ক) বেইন।
(খ) নিউটন।
(গ) মিল।
(ঘ) যোচেফ।
উত্তৰঃ (গ) মিল।
১১। ব্যতিৰেকী প্ৰণালী মূলতঃ কোনটো পদ্ধতিত আধাৰিত?
(ক) অনুমান।
(খ) পৰীক্ষণ।
(গ) যুক্তি।
(ঘ) পৰ্যবেক্ষণ।
উত্তৰঃ (খ) পৰীক্ষণ।
১২। অন্বয়ী প্ৰণালীৰ তুলনাত মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালী কিদৰে বিবেচিত?
(ক) কম কার্যক্ষম।
(খ) সমান কার্যক্ষম।
(গ) অধিক কার্যক্ষম।
(ঘ) একেবাৰে অকাৰ্যক্ষম।
উত্তৰঃ (গ) অধিক কার্যক্ষম।
১৩। অন্বয়ী প্ৰণালী মূলতঃ কোনটো প্ৰণালীত আধাৰিত?
(ক) অনুমানমূলক প্ৰণালী।
(খ) পৰীক্ষণমূলক প্ৰণালী।
(গ) পৰ্যবেক্ষণমূলক প্ৰণালী।
(ঘ) নিৰীক্ষণমূলক প্ৰণালী।
উত্তৰঃ (ঘ) নিৰীক্ষণমূলক প্ৰণালী।
১৪। অন্বয়ী প্ৰণালীৰ ব্যৱহাৰিক দোষ বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হয়?
(ক) Theoretical imperfection.
(খ) Logical error.
(গ) Practical imperfection.
(ঘ) Conceptual error.
উত্তৰঃ (গ) Practical imperfection.
১৫। মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ আন এটা নাম কি?
(ক) প্ৰমাণৰ প্ৰণালী।
(খ) পৰীক্ষণমূলক প্ৰণালী।
(গ) দ্বৈত অন্বয়ী প্ৰণালী।
(ঘ) অনুমানমূলক প্ৰণালী।
উত্তৰঃ (গ) দ্বৈত অন্বয়ী প্ৰণালী।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



