Class 12 Logic and Philosophy MCQ Chapter 7 নীতিবিদ্যা

Class 12 Logic and Philosophy MCQ Chapter 7 নীতিবিদ্যা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy MCQ Chapter 7 নীতিবিদ্যা and select need one. AHSEC Class 12 Logic and Philosophy Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Logic and Philosophy MCQ Class 12.

Class 12 Logic and Philosophy MCQ Chapter 7 নীতিবিদ্যা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Logic and Philosophy Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Logic and Philosophy MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 7

MCQ

১। নীতিবিদ্যা শব্দটো কোনটো ভাষাৰ “Ethica” শব্দৰ পৰা আহিছে?

(ক) লেটিন।

(খ) গ্ৰীক।

(গ) সংস্কৃত।

(ঘ) ইংৰাজী।

উত্তৰঃ (খ) গ্ৰীক।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। “Ethos” শব্দৰ অৰ্থ কি?

(ক) কামনা।

(খ) নৈতিকতা।

(গ) আচাৰ-ব্যৱহাৰ।

(ঘ) সংবেদনা।

উত্তৰঃ (গ) আচাৰ-ব্যৱহাৰ।

৩। নীতিবিদ্যা কি ধৰণৰ বিজ্ঞান?

(ক) বিষয়নিষ্ঠ বিজ্ঞান।

(খ) ধৰ্ম বিজ্ঞান।

(গ) প্ৰাকৃতিক বিজ্ঞান

(ঘ) আদর্শনিষ্ঠ বিজ্ঞান।

উত্তৰঃ (ঘ) আদর্শনিষ্ঠ বিজ্ঞান।

৪। “Ethics is the science of what is right or good in conduct.” —উক্তিটি কোনে কৈছিল?

(ক) ছেথ।

(খ) মূৰহেড।

(গ) লিলি।

(ঘ) মেকেঞ্জি।

উত্তৰঃ (ঘ) মেকেঞ্জি।

৫। নৈতিক বিচাৰ সাধাৰণতে কোনটো ক্ৰিয়াৰ ওপৰত প্ৰযোজ্য হয়?

(ক) ঐচ্ছিক ক্ৰিয়া।

(খ) শাৰীৰিক ক্ৰিয়া।

(গ) সহজাত ক্ৰিয়া।

(ঘ) অনৈচ্ছিক ক্ৰিয়া।

উত্তৰঃ (ক) ঐচ্ছিক ক্ৰিয়া।

৬। তলৰ কোনটো অনৈতিক ক্ৰিয়াৰ উদাহৰণ?

(ক) দান কৰা।

(খ) উপদেশ দিয়া।

(গ) ভূমিকম্পৰ ফল।

(ঘ) অভ্যাসজনিত কাম।

উত্তৰঃ (গ) ভূমিকম্পৰ ফল।

৭। কোনজন দার্শনিকৰ মতে, উদ্দেশ্যেই সাধনৰ বৈধতা প্ৰদান কৰে?

(ক) ছেথ।

(খ) মহাত্মা গান্ধী।

(গ) মূৰহেড।

(ঘ) মেকেঞ্জি।

উত্তৰঃ (ঘ) মেকেঞ্জি।

৮। নৈতিক বিচাৰৰ প্ৰধান বিষয়বস্তু কোনটো?

(ক) উদ্দেশ্য।

(খ) ফল।

(গ) অভিপ্ৰায়।

(ঘ) চৰিত্ৰ।

উত্তৰঃ (গ) অভিপ্ৰায়।

৯। অভিপ্ৰায়ৰ মূল উপাদানসমূহৰ ভিতৰত নোহোৱা কোনটো?

(ক) চিন্তা।

(খ) লক্ষ্য।

(গ) কামনা।

(ঘ) উদ্দেশ্য।

উত্তৰঃ (ক) চিন্তা।

১০। ঐচ্ছিক ক্রিয়া এটা বিশ্লেষণ কৰি চালে ইয়াত কেইটা স্তৰ বা পর্যায় পোৱা যায়?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

১১। নৈতিক বিচাৰ কোনটো স্তৰত আৰম্ভ হয়?

(ক) দৈহিক স্তৰ।

(খ) মানসিক স্তৰ।

(গ) বাহ্যিক স্তৰ।

(ঘ) পৰিণাম স্তৰ।

উত্তৰঃ (খ) মানসিক স্তৰ।

১২। কঠোৰতাবাদ কিহৰ বিশ্বাস কৰে?

(ক) কামনা-বাসনাত।

(খ) অনুভৱত।

(গ) বুদ্ধিৰ প্ৰাধান্যত।

(ঘ) সম্পত্তি-সঞ্চয়ত।

উত্তৰঃ (গ) বুদ্ধিৰ প্ৰাধান্যত।

১৩। নৈতিক গুণ অনুসৰি মানুহৰ আচৰণ আৰু কামবোৰক কেইটা ভাগত ভগাব পাৰি?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

১৪। নৈতিক বাধ্যতাবোধৰ দ্বাৰা কি বুজোৱা হয়?

(ক) আদৰ্শ।

(খ) কামনাৰ উৎস।

(গ) সৎ কাম কৰিবলৈ বোধ।

(ঘ) পাপ-পুণ্য বিচাৰ।

উত্তৰঃ (গ) সৎ কাম কৰিবলৈ বোধ।

১৫।  তলৰ কোনটো স্বীকাৰ্য সত্য নোহোৱা?

(ক) বিচাৰশক্তি।

(খ) ব্যক্তিত্ব।

(গ) ধৰ্ম।

(ঘ) ইচ্ছাৰ স্বাধীনতা।

উত্তৰঃ (গ) ধৰ্ম।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top