Class 12 Logic and Philosophy MCQ Chapter 8 ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা

Class 12 Logic and Philosophy MCQ Chapter 8 ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy MCQ Chapter 8 ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা and select need one. AHSEC Class 12 Logic and Philosophy Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Logic and Philosophy MCQ Class 12.

Class 12 Logic and Philosophy MCQ Chapter 8 ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Logic and Philosophy Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Logic and Philosophy MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 8

MCQ

১। “Religion” শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে?

(ক) Religio.

(খ) Relegere.

(গ) Religare.

(ঘ) Religionem.

উত্তৰঃ (গ) Religare.

২। Religare শব্দৰ অৰ্থ কি?

(ক) মুক্তি।

(খ) সংযোজন।

(গ) বিচ্ছেদ।

(ঘ) বন্ধন।

উত্তৰঃ (ঘ) বন্ধন।

৩। কাৰ মতে “ধর্ম হ’ল- আধ্যাত্মিক জীৱত বিশ্বাস”?

(ক) টাইলৰৰ।

(খ) মেক্সমুলাৰ।

(গ) হার্বাট স্পেন্সাৰ।

(ঘ) শ্লেয়াৰমেকাৰ।

উত্তৰঃ (ক) টাইলৰৰ।

৪। হেগেলৰ মতে ধৰ্ম হৈছে—

(ক) আত্মাৰ আত্মজ্ঞান।

(খ) ঈশ্বৰৰ আদেশ।

(গ) ধৰ্মীয় আচাৰ।

(ঘ) এক গোপন শক্তি।

উত্তৰঃ (ক) আত্মাৰ আত্মজ্ঞান।

৫। হেগেলে ধৰ্মক কি ৰূপে গণ্য কৰিছে?

(ক) আবেগ।

(খ) জ্ঞান।

(গ) কামনা।

(ঘ) মাৰ্গ।

উত্তৰঃ (খ) জ্ঞান।

৬। টাইলৰৰ মতে ধৰ্ম হ’ল—

(ক) বৌদ্ধিক চিন্তা।

(খ) নৈতিক সংহতি।

(গ) আধ্যাত্মিক জীৱত বিশ্বাস।

(ঘ) ঈশ্বৰত বিশ্বাস।

উত্তৰঃ (গ) আধ্যাত্মিক জীৱত বিশ্বাস।

৭। “ধৰ্ম হ’ল অসীমৰ প্ৰত্যক্ষণ” – এই কথাটি কোনে কৈছিল?

(ক) স্পেন্সাৰ।

(খ) হেগেল।

(গ) মেক্স মুলাৰ।

(ঘ) কান্ট।

উত্তৰঃ (গ) মেক্স মুলাৰ।

৮। “ধৰ্ম হ’ল এক অনুমানমূলক ধাৰণা”—এই কথাটি কোনে কৈছিল?

(ক) শ্লেয়াৰমেকাৰ।

(খ) স্পেন্সাৰ। 

(গ) ম্যাকটেগাৰ্ট।

(ঘ) ফ্লিন্ট।

উত্তৰঃ (গ) ম্যাকটেগাৰ্ট।

৯। নৈতিকতা হ’ল—

(ক) আৱেগ।

(খ) ঈশ্বৰ।

(গ) আত্মগ্লানি।

(ঘ) কৰ্তব্যবোধ।

উত্তৰঃ (ঘ) কৰ্তব্যবোধ।

১০। শ্লেয়াৰমেকাৰে ধৰ্মক কি বুলি মানে?

(ক) শুদ্ধ বুদ্ধি।

(খ) শুদ্ধ ইচ্ছা।

(গ) শুদ্ধ অনুভূতি।

(ঘ) অভ্যাস।

উত্তৰঃ (গ) শুদ্ধ অনুভূতি।

১১। ফ্ৰেজাৰৰ মতে ধৰ্ম কি?

(ক) ঈশ্বৰত বিশ্বাস।

(খ) নৈতিক আদৰ্শ।

(গ) অলৌকিক শক্তিৰ উপাসনা।

(ঘ) উচ্চতৰ শক্তিক সন্তুষ্ট কৰা প্ৰয়াস।

উত্তৰঃ (ঘ) উচ্চতৰ শক্তিক সন্তুষ্ট কৰা প্ৰয়াস।

১২। মাৰ্টিনিউৰ মতে ধৰ্ম হ’ল—

(ক) বুদ্ধিৰ প্ৰয়োগ।

(খ) ঈশ্বৰত বিশ্বাস।

(গ) কাৰ্যৰ ফল।

(ঘ) নৈতিক আদৰ্শ।

উত্তৰঃ (খ) ঈশ্বৰত বিশ্বাস।

১৩। হডিঙৰ মতে ধৰ্মীয় চেতনা হ’ল—

(ক) মূল্যৰ অন্বেষণ।

(খ) নিষ্ক্ৰিয় চিন্তা।

(গ) আচাৰ-অনুষ্ঠান।

(ঘ) আত্মোপলব্ধি।

উত্তৰঃ (ক) মূল্যৰ অন্বেষণ।

১৪। ফ্লিন্টৰ মতে ধৰ্মত কি উপাদান থাকে?

(ক) জ্ঞান।

(খ) শাস্ত্ৰ।

(গ) আচাৰ।

(ঘ) আবেগ আৰু আচৰণ।

উত্তৰঃ (ঘ) আবেগ আৰু আচৰণ।

১৫। কাণ্টৰ মতে ধৰ্মৰ কিহেৰে উৎপত্তি হয়?

(ক) ঈশ্বৰ বিশ্বাসৰে।

(খ) নৈতিকতাৰে।

(গ) ধৰ্মীয় আচাৰ।

(ঘ) উপাসনা।

উত্তৰঃ (খ) নৈতিকতাৰে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top