Class 12 Logic and Philosophy MCQ Chapter 1 আগমন আৰু ইয়াৰ প্ৰকাৰ

Class 12 Logic and Philosophy MCQ Chapter 1 আগমন আৰু ইয়াৰ প্ৰকাৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy MCQ Chapter 1 আগমন আৰু ইয়াৰ প্ৰকাৰ and select need one. AHSEC Class 12 Logic and Philosophy Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Logic and Philosophy MCQ Class 12.

Class 12 Logic and Philosophy MCQ Chapter 1 আগমন আৰু ইয়াৰ প্ৰকাৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Logic and Philosophy Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Logic and Philosophy MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 1

MCQ

১। সত্যতা তর্কবিজ্ঞানৰ কি?

(ক) আদৰ্শ।

(খ) পৰীক্ষা।

(গ) গুণ।

(ঘ) লক্ষ্য।

উত্তৰঃ (ক) আদৰ্শ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। সত্যতা কেই প্ৰকাৰৰ?

(ক) তিনি।

(খ) দুই।

(গ) এক।

(ঘ) চাৰি।

উত্তৰঃ (খ) দুই।

৩। বস্তুগত সত্যতা নিৰূপণৰ বাবে কিহৰ ওপৰত নির্ভৰ কৰিব লাগে?

(ক) পৰীক্ষাৰ ফলাফল।

(খ) আগমন অনুমান।

(গ) মানৱ অভিজ্ঞতা।

(ঘ) পৰীক্ষণৰ তথ্য।

উত্তৰঃ (খ) আগমন অনুমান।

৪। তর্কবিজ্ঞানক সাধাৰণতে কি বোলা হয়?

(ক) অনুমানৰ বিজ্ঞান।

(খ) পৰীক্ষাৰ বিজ্ঞান।

(গ) গৱেষণাৰ বিজ্ঞান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) অনুমানৰ বিজ্ঞান।

৫। অনুমান এক প্ৰকাৰৰ কি প্রক্রিয়া?

(ক) পৰীক্ষণ প্ৰক্রিয়া।

(খ) মানসিক প্রক্রিয়া।

(গ) শাৰীৰিক প্রক্রিয়া।

(ঘ) বৈজ্ঞানিক প্রক্রিয়া।

উত্তৰঃ (খ) মানসিক প্রক্রিয়া।

৬। তর্কবিজ্ঞানৰ আলোচ্য বিষয়বস্তু কি?

(ক) সিদ্ধান্ত।

(খ) সত্যতা।

(গ) অনুমান।

(ঘ) পৰীক্ষা।

উত্তৰঃ (গ) অনুমান।

৭। যেতিয়া অনুমানক ভাষাত প্ৰকাশ কৰা হয় তেতিয়া তাক কি বোলে?

(ক) সিদ্ধান্ত।

(খ) তত্ত্ব।

(গ) যুক্তি।

(ঘ) আলোচনা।

উত্তৰঃ (গ) যুক্তি।

৮। প্ৰত্যেক যুক্তিত কিমানটা অংশ থাকে?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

৯। যি বচনৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি আন এটা বচনৰ সত্যতাত উপনীত হোৱা যায় তাক কি বুলি কোৱা হয়?

(ক) সিদ্ধান্ত।

(খ) অনুমান।

(গ) আশ্রয়বাক্য।

(ঘ) তত্ত্ব।

উত্তৰঃ (গ) আশ্রয়বাক্য।

১০। আশ্রয়বাক্যৰ পৰা যিটো বচন নিঃসৃত কৰা হয় তাক কি বুলি কোৱা হয়?

(ক) সিদ্ধান্ত।

(খ) মতামত।

(গ) অৱলোকন।

(ঘ) অনুকৰণ।

উত্তৰঃ (ক) সিদ্ধান্ত।

১১। পাশ্চাত্য তর্কবিজ্ঞানত অনুমানক কেইটা ভাগত বিভক্ত কৰা হয়?

(ক) তিনিটা।

(খ) এটা।

(গ) দুটা।

(ঘ) চাৰিটা।

উত্তৰঃ (গ) দুটা।

১২। যি অনুমানত সার্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক কি বোলে?

(ক) আগমন অনুমান।

(খ) নিগমন অনুমান।

(গ) তুলনামূলক অনুমান।

(ঘ) যুক্তি অনুমান।

উত্তৰঃ (খ) নিগমন অনুমান।

১৩। যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক কি বোলে?

(ক) নিগমন অনুমান।

(খ) আগমন অনুমান।

(গ) তুলনামূলক অনুমান।

(ঘ) যুক্তি অনুমান।

উত্তৰঃ (খ) আগমন অনুমান।

১৪। যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ সমগ্ৰ বাচ্যাৰ্থৰ ক্ষেত্ৰত স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক কি বোলে?

(ক) সাধাৰণ বচন।

(খ) বিশিষ্ট বচন।

(গ) সামান্য বচন।

(ঘ) বিশেষ বচন।

উত্তৰঃ (গ) সামান্য বচন।

১৫। যি বচনত বিধেয় পদক উদ্দেশ্যৰ আংশিক বাচ্যাৰ্থৰ ক্ষেত্ৰত স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক কি বোলে?

(ক) বিশেষ বচন।

(খ) সামান্য বচন।

(গ) সাধাৰণ বচন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) বিশেষ বচন।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top