Class 12 Assamese Important Chapter 17 মূল্যবোধ-শিক্ষা

Class 12 Assamese Important Chapter 17 মূল্যবোধ-শিক্ষা Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.

Class 12 Assamese Important Chapter 17 মূল্যবোধ-শিক্ষা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.

Chapter: 17

গোট – ৩: কৈশোৰ শিক্ষা আৰু মূল্যবোধৰ শিক্ষা
IMPORTANT QUESTION AND ANSWER

১। ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে?

উত্তৰঃ ব্যক্তিয়ে মূল্যবোধ শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে।

২। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানটা মূল্যৰে চিনাক্ত কৰিছে?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে ৮৪ টা মূল্যৰে চিনাক্ত কৰিছে।

৩। লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ অৰ্থ হ’ল- আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ কি?

উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (moral)।

৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমান চনত ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছিল?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে ১৯৭৯ চনত ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছিল।

৬। মোক্ষ বুলিলে কি বুজা?

উত্তৰঃ মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত।

৭। মূল্যবোধৰ ত্ৰিনীতি কি?

উত্তৰঃ ‘সত্যম, শিৱম আৰু সুন্দৰম’ৰ মূল্যবোধৰ ত্ৰিনীতি।

৮। নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী কি?

উত্তৰঃ মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী।

৯। মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ কি?

উত্তৰঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে।

১০। মানৱ জীৱনৰ মূল তিনিটা মূল্যবোধ কি?

উত্তৰঃ মানৱ জীৱনৰ মূল তিনিটা মূল্যবোধ হৈছে- সত্য, শিৱ আৰু সুন্দৰ।

১১। মূল্যবোধ বুলিলে কি বুজা?

উত্তৰঃ মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা-নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ।

১২। নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ম’ৰেল (Moral) শব্দটোৰ উৎপত্তি ক’ৰ পৰা হৈছে?

উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (moral) শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ পৰা হৈছে।

১৩। ড° গোস্বামী বৰ্তমান কোন স্থানত অধ্যাপনা কৰি আছে?

উত্তৰঃ ড° গোস্বামী বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাবিভাগত অধ্যাপনা কৰি আছে।

১৪। ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?

উত্তৰঃ ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ।

১৫। মূল্যবোধ মানুহে সামাজিক পৰিৱেশৰপৰা আৰম্ভ কৰে কথাষাৰ সঁচা নে?

উত্তৰঃ মূল্যবোধ মানুহে সামাজিক পৰিৱেশৰপৰা আৰম্ভ কৰে কথাষাৰ সঁচা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top