Class 12 Assamese Important Chapter 18 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

Class 12 Assamese Important Chapter 18 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.

Class 12 Assamese Important Chapter 18 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.

Chapter: 18

গোট – ৩: কৈশোৰ শিক্ষা আৰু মূল্যবোধৰ শিক্ষা
IMPORTANT QUESTION AND ANSWER

১। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কিমান চনত গঠিত হৈছে?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ ১৯৯৬ চনত গঠিত হৈছে।

২। মানৱ জীৱনৰ কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?

উত্তৰঃ মানৱ জীৱনৰ বাল্যকাল আৰু প্ৰাপ্তবয়স্ক মাজৰ সময়চোৱাক কৈশোৰ কাল বুলি জনা যায়।

৩। ভাৰত চৰকাৰে কিমান চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে?

উত্তৰঃ ভাৰত চৰকাৰে ১৯৮৬ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰঃ কৈশোৰ কালক এক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি।

৫। ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লৈ কিমান চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল?

উত্তৰঃ ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লৈ ১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল।

৬। কৈশোৰ কাল আন কি নামেৰে পৰিচিত?

উত্তৰঃ কৈশোৰ কাল আন বয়ঃসন্ধি নামেৰে পৰিচিত।

৭। মাধ্যমিক শিক্ষাক ‘জীৱনৰ আলি-দোমোজা’ বুলি কোনে অভিহিত কৰিছে?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ আলি-দোমোজা বুলি উল্লেখ কৰিছিল।

৮। কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে?

উত্তৰঃ কৈশোৰ কালে শিশুৰ জগত আৰু প্রাপ্তবয়স্কৰ জগতক সংযোগ কৰে।

৯। কৈশােৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ কৈশােৰ কালৰ এটি বৈশিষ্ট্য হ’ল— শাৰীৰিক বিকাশ।

১০। ড° স্বৰ্ণলতা দাসৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ড° স্বৰ্ণলতা দাসৰ জন্ম ১৯৪৯ চনত হৈছিল।

১১। মানৱ জীৱনৰ কোনছােৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰঃ মানৱ জীৱনৰ কৈশোৰ কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি।

১২। ড° দাসে কৰ্মজীৱনৰ আৰম্ভণি কি হিচাপে কৰিছিল?

উত্তৰঃ ড° দাসে কৰ্মজীৱনৰ আৰম্ভণি এগৰাকী অধ্যাপিকা হিচাপে কৰিছিল।

১৩। মানসিক শক্তি মানে কি?

উত্তৰঃ মানসিক শক্তি মানে হ’ল- বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদি।

১৪। কৈশোৰ কালৰ সময়সীমা সমূহ লিখা।

উত্তৰঃ কৈশোৰ কালৰ সময়সীমা হ’ল- বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা।

১৫। নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত কেনে ভাবৰ উন্মেষ হােৱাত সহায় কৰে?

উত্তৰঃ নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্রেম আদিৰ ভাব জাগি উন্মেষ হােৱাত সহায় কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top