Class 11 Political Science MCQ Chapter 9 শান্তি

Class 11 Political Science MCQ Chapter 9 শান্তি Solutions, HS 1st Year Political Science MCQ Notes, Class 11 Political Science MCQ Chapter 9 শান্তি Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science Objective Types Question Answer and select needs one.

Class 11 Political Science MCQ Chapter 9 শান্তি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Political Science MCQ Notes for All Subject, You can practice these here.

Chapter – 9

POLITICAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

১। শান্তিক মূল্যবান বুলি কাক গণ্য কৰা নাছিল?

(ক) এৰিষ্ট’টল।

(খ) ফ্রেডৰিক নীৎসে।

(গ) হবচ।

(ঘ) লৰ্ড এক্টন।

উত্তৰঃ (খ) ফ্রেডৰিক নীৎসে।

২। কাক সামাজিক প্রাণশক্তিৰ বাহক হিচাপে প্রশংসা কৰিছিল?

(ক) ফ্রেডৰিক নীৎসে।

(খ) লাস্কি।

(গ) ৱাৰ্কাৰ।

(ঘ) আডাম স্মিথ।

উত্তৰঃ (ক) ফ্রেডৰিক নীৎসে।

৩। কোন চনত বিলফ্রেডো পেৰেটোৰ জন্ম হৈছিল?

(ক) ১৮৪৮ চনত।

(খ) ১৮৪১ চনত।

(গ) ১৮৫০ চনত।

(ঘ) ১৮৪৫ চনত।

উত্তৰঃ (ক) ১৮৪৮ চনত।

৪। বিলফ্রেডো পেৰেটোৰ দেহবাষণ (মৃত্যু) কেতিয়া হৈছিল?

(ক) ১৯২৩ চনত।

(খ) ১৯২১ চনত।

(গ) ১৯২৭ চনত।

(ঘ) ১৯২৬ চনত।

উত্তৰঃ (ক) ১৯২৩ চনত।

৫। ‘মই হিংসাৰ বিৰোধিতা কৰো, কিয়নো যেতিয়া ইয়াক কোনো ভাল কাম কৰা যেন দেখা যায়, সেয়া ক্ষণস্থায়ী, ই যি ক্ষতি কৰে সেয়া স্থায়ী।’- এই কথাষাৰ কোনে কৈছিল?

(ক) মহাত্মা গান্ধী।

(খ) ফ্রেডৰিক নীৎসে।

(গ) গৌতম বুদ্ধ।

(ঘ) এৰিষ্ট’টল।   

উত্তৰঃ (ক) মহাত্মা গান্ধী।

৬। সমসাময়িক কালত শান্তিৰ প্রাধান্যৰ কেতিয়া সংঘটিত  হৈছিল?

(ক) পোন্ধৰ শতিকাত।

(খ) কুৰি শতিকাত।

(গ) দহ শতিকাত।

(ঘ) এঘাৰ শতিকাত।

উত্তৰঃ (খ) কুৰি শতিকাত।

৭। বিশ্বযুদ্ধৰ সময়ত জার্মানীয়ে ক’ত ধাৰাসাৰ বোমা বর্ষণ কৰিছিল?

(ক) লণ্ডনত।

(খ) আমেৰিকা।

(গ) জাৰ্মান।

(ঘ) তুৰষ্ক।

উত্তৰঃ (ক) লণ্ডনত। 

৮। প্ৰত্যুত্তৰত ব্ৰিটিছে কিমান বৰ্ষণকাৰী জার্মেনীৰ নগৰসমূহত আক্ৰমণ কৰিবলৈ পঠিয়াইছিল?

(ক) ১০০০ বোমা।

(খ) ১০৫৮ বোমা।

(গ) ১১২০ বোমা।

(ঘ) ১০৭৮ বোমা।

উত্তৰঃ (ক) ১০০০ বোমা। 

৯। বিশ্বযুদ্ধৰ আক্রমণত অন্ততঃ কিমান লোক মৃত্যুমুখত পৰিছিল?

(ক) ১, ২৮,০০০ লোক।

(খ) ১,২৩,০১২ লোক।

(গ) ১,২০,০০০ লোক।

(ঘ) ১,৩৪, ০২৩ লোক।

উত্তৰঃ (গ) ১,২০,০০০ লোক।  

১০। প্রাণহানি হোৱা প্রায় কিমান ভাগ লোকেই অসামৰিক আছিল?

(ক) ৯৪ %।

(খ) ৯৯%।

(গ) ৯১%।

(ঘ) ৯৫ %।

উত্তৰঃ (ক) ৯৪ %।

১১। এডিটা মৰিছে ৰচনা কৰা উপন্যাসৰ নাম – 

(ক) ‘দ্য ফ্লাবাৰ্ছ অৱ যুদ্ধৰ।

(খ)  আকাম।

(গ) ময়াবৃত্ত।

(ঘ) বিভ্ৰান্ত বাস্তৱ।

উত্তৰঃ (ক) ‘দ্য ফ্লাবাৰ্ছ অৱ যুদ্ধৰ।

১২। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পোন প্রথমে কোন দেশত স্থাপিত হৈছিল?

(ক) আমেৰিকা যুক্তৰাষ্ট্র।

(খ) জাপান।

(গ) দিখৌ।

(ঘ) চিৰাং।

উত্তৰঃ (ক) আমেৰিকা যুক্তৰাষ্ট্র।

১৩। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পোন প্রথমে কোন চনত প্ৰতিষ্ঠা হৈছিল? 

(ক) ১৭৮৭ চনত।

(খ) ১৭৮৯ চনত।

(গ) ১৭৮৫ চনত।

(ঘ) ১৭৮১ চনত।

উত্তৰঃ (ক) ১৭৮৭ চনত।

১৪। সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক সংঘ ৰাষ্ট্ৰ বুলি কোৱা হৈছে?

(ক) তৃতীয়।

(খ) প্ৰথম।

(গ) পঞ্চম।

(ঘ) চতুৰ্থ।

উত্তৰঃ (গ) পঞ্চম।

১৫। ম্যানমাৰৰ এটা নৃগোষ্ঠীয় গোটৰ নাম-

(ক) বৰ্মণ।

(খ) খাচী।

(গ) কুকি।

(ঘ) মণিপুৰী।

উত্তৰঃ (ক) বৰ্মণ।

১৬। ভাৰতবৰ্ষত “ৰাজ্য গঠন আয়োগ” কোন চনত গঠন কৰা হৈছিল?

(ক) ১৯৫১ চনত।

(খ) ১৯৫৩ চনত।

(গ) ১৯৫৪ চনত।

(ঘ) ১৯৫৮ চনত।

 উত্তৰঃ (গ) ১৯৫৪ চনত। 

১৭। সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক সুকীয়া স্থান দিছে?

(ক) ৩৭০ নং অনুচ্ছেদে।

(খ) ৩৫৫ নং অনুচ্ছেদে।

(গ) ৩৭৫ নং অনুচ্ছেদে।

(ঘ) ৩৭৮ নং অনুচ্ছেদে।

উত্তৰঃ (ক) ৩৭০ নং অনুচ্ছেদে।

১৮। “ৰাজ্য সমূহৰ সংঘ” এই ধাৰণাটো কোনখন ৰাষ্ট্ৰৰ পৰা লোৱা হৈছে? 

(ক) চীন।

(খ) কানাডাৰ পৰা।

(গ) চাইপ্রাচ।

(ঘ) ভূটান।

উত্তৰঃ (খ) কানাডাৰ পৰা।

১৯। ভাৰত যুক্তৰাষ্ট্ৰক সংবিধানিকভাৱে কি শব্দেৰে জনা যায়?

(ক) ৰাজ্যসমূহৰ সংঘ।

(খ) ৰাজ্য সভা।

(গ) ৰাজ্যৰ সংবিধান।

(ঘ) সমতা ৰাজ্য।

উত্তৰঃ (ক) ৰাজ্যসমূহৰ সংঘ। 

২০। ভাৰতীয় যুক্তৰাষ্ট্ৰত অৱশিষ্ট ক্ষমতা কোনে ভোগ কৰে?

(ক) কেন্দ্ৰীয় চৰকাৰে।

(খ) নিৰ্বাচন।

(গ) কাৰ্যপালিকা। 

(ঘ) ন্যায়পালিকা।

উত্তৰঃ (ক) কেন্দ্ৰীয় চৰকাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top