Class 11 Political Science MCQ Part – I Chapter 6 ন্যায়পালিকা

resppost2025

Class 11 Political Science MCQ Part – I Chapter 6 ন্যায়পালিকা Solutions, HS 1st Year Political Science MCQ Solutions, Class 11 Political Science MCQ Part – I Chapter 6 ন্যায়পালিকা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science MCQ Part – I Question Answer and select needs one.

Class 11 Political Science MCQ Part – I Chapter 6 ন্যায়পালিকা

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Political Science Objective Type Solutions for All Subject, You can practice these here.

ন্যায়পালিকা

Chapter – 6

PART – I

MULTIPLE CHOICE QUESTION ANSWER

resppost2025

১। ডাইছি (Dicey)-ৰ মতে ‘আইনৰ শাসনে কি বুজায়’?

(ক) চৰকাৰৰ ক্ষমতা।

(খ) আইনৰ শ্রেষ্ঠতা।

sqare

(গ) নাগৰিকৰ অধিকাৰ।

(ঘ) আদালতৰ প্ৰভাৱ।

উত্তৰঃ (খ) আইনৰ শ্রেষ্ঠতা।

২। ব্রিটিছ নাগৰিকৰ অধিকাৰবোৰ কেনেকৈ ৰক্ষা হয়?

sqare

(ক) আইনৰ মাধ্যমে।

(খ) চৰকাৰৰ সিদ্ধান্তৰ মাধ্যমে।

(গ) ৰাষ্ট্ৰপতিৰ মাধ্যমে।

sidebar2026

(ঘ) ৰাষ্ট্ৰীয় সংসদৰ মাধ্যমে।

উত্তৰঃ (ক) আইনৰ মাধ্যমে।

2026

৩। আদালতে কেনেকৈ নাগৰিকৰ মৌলিক অধিকাৰ সংৰক্ষণ কৰে?

(ক) দণ্ডৰ মাধ্যমে।

(খ) লিখিত আইনৰ মাধ্যমে।

(গ) বিচাৰৰ মাধ্যমে।

(ঘ) সিভিয় লেখৰ মাধ্যমে।

sidebar2026

উত্তৰঃ (ঘ) সিভিয় লেখৰ মাধ্যমে।

৪। ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰ কাক সুৰক্ষা দিয়ে?

(ক) কেন্দ্ৰীয় চৰকাৰ।

(খ) উচ্চতম ন্যায়ালয়।

(গ) ৰাজ্যিক চৰকাৰ।

(ঘ) আইন মন্ত্রণালয়।

উত্তৰঃ (খ) উচ্চতম ন্যায়ালয়।

৫। ভাৰতীয় সংবিধানত ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষা কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে?

(ক) বাচনিক আইন।

(খ) নিৰ্বাচনী প্রক্রিয়া।

(গ) সাংবিধানিক সংস্থাৰ গঠন।

(ঘ) নিয়োগ পদ্ধতি।

উত্তৰঃ (ঘ) নিয়োগ পদ্ধতি।

৬। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ ঊৰ্ধবতম বয়সৰ সীমা কিমান?

(ক) ৬০ বছৰ।

2026

(খ) ৬২ বছৰ।

(গ) ৬৫ বছৰ।

(ঘ) ৬৮ বছৰ।

উত্তৰঃ (গ) ৬৫ বছৰ।

৭। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়সৰ সীমা কিমান?

(ক) ৬০ বছৰ।

(খ) ৬২ বছৰ।

(গ) ৬৫ বছৰ।

(ঘ) ৭০ বছৰ।

উত্তৰঃ (খ) ৬২ বছৰ।

৮। মুখ্য ন্যায়াধীশক সাধাৰণতে কিহৰ ভিত্তিত নিয়োগ কৰা হয়?

(ক) ৰাজনৈতিক যোগ্যতা।

(খ) জ্যেষ্ঠতাৰ ভিত্তিত।

(গ) বৃত্তিগত অৰ্হতাৰ ভিত্তিত।

(ঘ) অভিজ্ঞতাৰ ভিত্তিত।

উত্তৰঃ (খ) জ্যেষ্ঠতাৰ ভিত্তিত।

৯। ১৯৭৩ চনৰ পৰা প্ৰথমবাৰৰ বাবে জ্যেষ্ঠতাৰ ভিত্তিত মুখ্য ন্যায়াধীশৰ নিয়োগ পৰম্পৰা কিমানবাৰ ভংগ হৈছিল?

(ক) দুবাৰ।

(খ) তিনিবাৰ।

(গ) চাৰিবাৰ।

2026

(ঘ) পাঁচবাৰ।

উত্তৰঃ (ক) দুবাৰ।

১০। ১৯৭৩ চনৰ ২৪ এপ্ৰিলত মুখ্য ন্যায়াধীশ হিচাপে কাক নিয়োগ কৰা হৈছিল?

(ক) এ. এন. ৰয়।

(খ) এম. এইচ. বেগ।

(গ) এইচ. আৰ. খান্না।

(ঘ) প্ৰশান্ত কুমাৰ।

উত্তৰঃ (ক) এ এন ৰয়।

১১। উচ্চতম ন্যায়ালয়ে ন্যায়াধীশসকলৰ নিয়োগৰ বিষয়ে কিহৰ অনুমোদন কৰে?

(ক) আইন মন্ত্ৰী।

(খ) মন্ত্রী-পৰিষদ।

(গ) ৰাষ্ট্ৰপতি।

(ঘ) মুখ্য ন্যায়াধীশ।

উত্তৰঃ (খ) মন্ত্রী-পৰিষদ।

১২। মুখ্য ন্যায়াধীশৰ নিয়োগৰ পৰম্পৰাত ৰাজনৈতিক হস্তক্ষেপ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

(ক) ১৯৬০ চনৰ পৰা।

(খ) ১৯৭৩ চনৰ পৰা।

(গ) ১৯৮৫ চনৰ পৰা।

(ঘ) ১৯৯০ চনৰ পৰা।

উত্তৰঃ (খ) ১৯৭৩ চনৰ পৰা।

2026

১৩। কিমান চনত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক অপসাৰণৰ প্ৰস্তাৱ লোৱা হৈছিল?

(ক) ১৯৯১ চনত।

(খ) ১৯৯৪ চনত।

(গ) ১৯৯৫ চনত।

(ঘ) ১৯৯৬ চনত।

উত্তৰঃ (ক) ১৯৯১ চনত।

১৩। ১৯৯১ চনত উচ্চতম ন্যায়ালয়ৰ প্ৰস্তাৱত সংসদৰ কিমান জন সংখ্যক সদস্যই চহী কৰিছিল? 

(ক) ১০৫ জন।

(খ) ১০৮ জন।

(গ) ১১২ জন।

(ঘ) ১০১ জন।

উত্তৰঃ (খ) ১০৮ জন।

১৪। কিমান চনত সংসদত ন্যায়াধীশজনৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল?

(ক) ১৯৮৫ চনত।

(খ) ১৯৮৯ চনত।

(গ) ১৯৯২ চনত।

(ঘ) ১৯৯৭ চনত।

উত্তৰঃ (গ) ১৯৯২ চনত।

১৫। ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অৱস্থিত? 

(ক) নৱদ্বীপ।

2026

(খ) দিল্লী।

(গ) মুম্বাই।

(ঘ) বেঙ্গালুৰ।

উত্তৰঃ (খ) দিল্লী।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top