Class 11 Political Science MCQ Part – I Chapter 2 ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ

Class 11 Political Science MCQ Part – I Chapter 2 ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ Solutions, HS 1st Year Political Science MCQ Solutions, Class 11 Political Science MCQ Part – I Chapter 2 ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science MCQ Part – I Chapter 2 ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ Question Answer and select needs one.

Class 11 Political Science MCQ Part – I Chapter 2 ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Political Science Objective Type Solutions for All Subject, You can practice these here.

ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ

Chapter – 2

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। মাচাল লালুঙক কিয় গ্রেপ্তাৰ কৰা হৈছিল?

(ক) চোৰ কৰাৰ বাবে।

(খ) দুখীয়া লোকৰ সহায় কৰাৰ বাবে।

(গ) এজনক নিদাৰুণ আঘাত কৰাৰ বাবে।

(ঘ) নিৰাপত্তা কৰ্মচাৰী হোৱাৰ বাবে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (গ) এজনক নিদাৰুণ আঘাত কৰাৰ বাবে।

২। মাচাল লালুং কিমান বছৰৰ আছিল যেতিয়া তেওঁক গ্ৰেপ্তাৰ হৈছিল?

(ক) ১৮ বছৰ।

(খ) ২৩ বছৰ।

(গ) ৩০ বছৰ।

(ঘ) ৪০ বছৰ।

উত্তৰঃ (খ) ২৩ বছৰ।

৩। মাচাল লালুঙক বিচাৰৰ বাবে সম্পূর্ণ সুস্থ বুলি কেতিয়া ঘোষণা কৰা হৈছিল?

(ক) ১৯৬৫ আৰু ১৯৯৬ চনত।

(খ) ১৯৬৭ আৰু ১৯৯৬ চনত।

(গ) ১৯৮০ আৰু ১৯৮৭ চনত।

(ঘ) ১৯৯৯ আৰু ১৯৭৮ চনত।

উত্তৰঃ (খ) ১৯৬৭ চনত আৰু ১৯৯৬ চনত।

৪। কিমান বছৰ বয়সত মাছাল লালুঙক জে’লৰ পৰা মুকলি কৰা হৈছিল?

(ক) ৬৭ বছৰ।

(খ) ৭০ বছৰ।

(গ) ৮৭ বছৰ।

(ঘ) ৭৭ বছৰ।

উত্তৰঃ (ঘ) ৭৭ বছৰ।

৫। মাছাল লালুঙে জে’লত কিমান বছৰ বিচাৰাধীন অৱস্থাত কটাইছিল?

(ক) ৪০ বছৰ।

(খ) ৬০ বছৰ।

(গ) ৫৪ বছৰ।

(ঘ) ৫০ বছৰ।

উত্তৰঃ (গ) ৫৪ বছৰ।

৬। মাছাল লালুঙক কেতিয়া মুক্তি দিয়া হৈছিল?

(ক) ২০০১ চনত।

(খ) ২০০৩ চনত।

(গ) ২০০৫ চনত।

(ঘ) ২০০৭ চনত।

উত্তৰঃ (গ) ২০০৫ চনত।

৭। সংবিধানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অধিকাৰক কি কোৱা হয়?

(ক) মৌলিক অধিকাৰ।

(খ) অধিকাৰ বিধেয়ক।

(গ) সাংবিধানিক অধিকাৰ।

(ঘ) ন্যায়িক অধিকাৰ।

উত্তৰঃ (খ) অধিকাৰ বিধেয়ক।

৮। কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত অধিকাৰ বিধেয়ক অন্তৰ্ভুক্ত কৰা হৈছিল?

(ক) ১৭৮৩ চনত।

(খ) ১৭৮৫ চনত।

(গ) ১৭৮৯ চনত।

(ঘ) ১৭৯১ চনত।

উত্তৰঃ (ঘ) ১৭৯১ চনত।

৯। কিমান চনত দক্ষিণ আফ্ৰিকাৰ সংবিধানত অধিকাৰ বিধেয়ক অন্তৰ্ভূক্ত কৰা হৈছিল?

(ক) ১৯৯৬ চনত।

(খ) ১৮৯৬ চনত।

(গ) ১৯৭৯ চনত।

(ঘ) ১৯৮৬ চনত।

উত্তৰঃ (ক) ১৯৯৬ চনত।

১০। কিমান চনত মতিলাল নেহৰুৱে ভাৰতীয়সকলৰ বাবে অধিকাৰ বিধেয়কৰ দাবী উত্থাপন কৰিছিল?

(ক) ১৭৯৬ চনত।

(খ) ১৮৯৬ চনত।

(গ) ১৯২৮ চনত।

(ঘ) ১৭৯১ চনত।

উত্তৰঃ (গ) ১৯২৮ চনত।

১১। মৌলিক অধিকাৰসকলৰ উদ্দেশ্য কি?

(ক) চৰকাৰৰ সুৰক্ষা প্ৰদান কৰা।

(খ) জনসাধাৰণৰ সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰা।

(গ) ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰা।

(ঘ) সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰা।

উত্তৰঃ (খ) জনসাধাৰণৰ সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰা।

১২। কিমান বয়সৰ তলৰ ল’ৰা-ছোৱালীক খনি আৰু বিপদজনক উদ্যোগত নিয়োগ কৰাটো নিষিদ্ধ?

(ক) ১২ বছৰ।

(খ) ১৩ বছৰ।

(গ) ১৪ বছৰ।

(ঘ) ১৬ বছৰ।

উত্তৰঃ (গ) ১৪ বছৰ

১৩। নাগৰিক অধিকাৰৰ ৰক্ষা কবচ্ কি?

(ক) সাম্প্ৰদায়িকতা।

(খ) মৌলিক অধিকাৰ।

(গ) কৰ প্ৰদান।

(ঘ) চৰকাৰৰ আদেশ।

উত্তৰঃ (খ) মৌলিক অধিকাৰ।

১৪। কোনখন বেয়া প্ৰথা বন্ধ কৰিবলৈ চৰকাৰে অতীতত পদক্ষেপ লৈছিল?

(ক) ধৰ্মীয় সঙ্গীত প্ৰচাৰ।

(খ) মন্দিৰ নিৰ্মাণ।

(গ) ধৰ্মীয় শিক্ষা প্ৰদান।

(ঘ) সতীদাহ প্ৰথা।

উত্তৰঃ (ঘ) সতীদাহ প্ৰথা।

১৫। ধৰ্মীয় স্বাধীনতা কেনেকুৱা ধৰণৰ অধিকাৰ?

(ক) সীমাহীন অধিকাৰ।

(খ) চৰকাৰৰ অধীন অধিকাৰ।

(গ) সীমিত অধিকাৰ।

(ঘ) মাত্ৰ প্ৰাৰ্থনাৰ অধিকাৰ।

উত্তৰঃ (গ) সীমিত অধিকাৰ।

1 thought on “Class 11 Political Science MCQ Part – I Chapter 2 ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top