Class 11 Political Science MCQ Part – I Chapter 5 বিধানমণ্ডল

Class 11 Political Science MCQ Part – I Chapter 5 বিধানমণ্ডল Solutions, HS 1st Year Political Science MCQ Solutions, Class 11 Political Science MCQ Part – I Chapter 5 বিধানমণ্ডল Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science MCQ Part – I Question Answer and select needs one.

Class 11 Political Science MCQ Part – I Chapter 5 বিধানমণ্ডল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Political Science Objective Type Solutions for All Subject, You can practice these here.

বিধানমণ্ডল

Chapter – 5

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। ভাৰতৰ সংসদৰ উচ্চ সদনক কি বুলি জনা যায়? 

(ক) লোকসভা।

(খ) ৰাজ্যসভা।

(গ) নিৰ্বাচিত সদন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) সৰবৰাহ সদন।

উত্তৰঃ (খ) ৰাজ্যসভা।

২। ভাৰতবৰ্ষত কিমান সংখ্যক সদন আছে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

৩। ভাৰতবৰ্ষত বৰ্তমান কেইখন ৰাজ্যত দ্বি-সদনযুক্ত বিধানমণ্ডল আছে?

(ক) ৪ খন।

(খ) ৫ খন।

(গ) ৬ খন।

(ঘ) ৭ খন।

উত্তৰঃ (গ) ৬ খন।

৪। অভিজ্ঞ ব্যক্তিসকলৰ সেৱা লোৱাৰ বাবে কোন পদক্ষেপ গ্ৰহণ কৰা হয়? 

(ক) নিৰ্বাচন।

(খ) মনোনয়ন।

(গ) নিয়োগ।

(ঘ) পদত্যাগ।

উত্তৰঃ (খ) মনোনয়ন।

৫। ভাৰতৰ সংসদৰ নিম্ন-সদনক কি বুলি জনা যায়?

(ক) ৰাজ্যসভা।

(খ) শাসক সদন।

(গ) উচ্চ সদন।

(ঘ) লোকসভা।

উত্তৰঃ (ঘ) লোকসভা।

৬। কেন্দ্ৰীয় বাজেটত ইউৰিয়াৰ মূল্য কিমান বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হৈছিল? 

(ক) ১০ পইছা।

(খ) ২০ পইছা।

(গ) ৫০ পইছা।

(ঘ) ৮০ পইছা।

উত্তৰঃ (গ) ৫০ পইছা।

৭। বিত্তমন্ত্রী যশবন্ত সিনহাই কেতিয়া বিৰোধী পক্ষৰ তীব্ৰ হেঁচাত সাৰৰ বৰ্ধিত মূল্য হ্ৰাস কৰি পুনৰ পূৰ্বৰ অৱস্থালৈ আনিবলৈ বাধ্য হয়? 

(ক) ২৮ ফেব্ৰুৱাৰী, ২০০২ চনত।

(খ) ১১ মার্চ, ২০০২ চনত।

(গ) ৪ জুন, ১৯৯৮ চনত।

(ঘ) ২২ ফেব্ৰুৱাৰী, ১৯৮৩ চনত।

উত্তৰঃ (খ) ১১ মার্চ, ২০০২ চনত।

৮। ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান?

(ক) ২০০ জন।

(খ) ৫০০ জন।

(গ) ৩০০ জন।

(ঘ) ২৫০ জন।

উত্তৰঃ (ঘ) ২৫০ জন।

৯। ৰাজ্যসভাৰ ২৫০ জন সদস্যৰ ভিতৰত কিমান জন সদস্য নিৰ্বাচিত হয়? 

(ক) ২০০ জন।

(খ) ২৩৮ জন।

(গ) ৫০০ জন।

(ঘ) ১২ জন।

উত্তৰঃ (খ) ২৩৮ জন।

১০। যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে?

(ক) ৰাষ্ট্ৰপতি।

(খ) লোকসভাৰ অধ্যক্ষ।

(গ) উপ-ৰাষ্ট্ৰপতি।

(ঘ) প্ৰধান মন্ত্ৰী।

উত্তৰঃ (খ) লোকসভাৰ অধ্যক্ষ।

১১। ১৯৬১ চনৰ যৌতুক নিবাৰণী বিধেয়কৰ ক্ষেত্ৰত যুটীয়া অধিৱেশনত কাৰ ইচ্ছা বাহাল হৈছিল?

(ক) ৰাজ্যসভাৰ।

(খ) লোকসভাৰ।

(গ) ৰাষ্ট্ৰপতিৰ।

(ঘ) উপ-ৰাষ্ট্ৰপতিৰ।

উত্তৰঃ (ক) ৰাজ্যসভাৰ।

১২। ভাৰতৰ সংসদৰ ৰাজ্যসভাৰ আন এক নাম কি?

(ক) হাউছ অব কমনছ।

(খ) কাউন্সিল অব স্টেটচ।

(গ) হাউছ অব পিপল।

(ঘ) ল’ৰ্ডছ চেম্বাৰ।

উত্তৰঃ (খ) কাউন্সিল অব স্টেটচ।

১৩। কিমান সময়ৰ বাবে যুক্তৰাষ্ট্ৰীয় সভা (Bundestag) নিৰ্বাচিত কৰা হয়?

(ক) ২ বছৰৰ বাবে।

(খ) ৩ বছৰৰ বাবে।

(গ) ৪ বছৰৰ বাবে।

(ঘ) ৫ বছৰৰ বাবে।

উত্তৰঃ (গ) ৪ বছৰৰ বাবে।

১৪। যুক্তৰাষ্ট্ৰীয় পৰিষদে কেইখন ৰাজ্যক প্ৰতিনিধিত্ব কৰে?

(ক) ১০ খন।

(খ) ১৪ খন।

(গ) ১৬ খন।

(ঘ) ১৮ খন।

উত্তৰঃ (গ) ১৬ খন।

১৫। যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে?

(ক) ৰাষ্ট্ৰপতি।

(খ) জনসাধাৰণ।

(গ) কেন্দ্ৰীয় চৰকাৰ।

(ঘ) ৰাজ্য চৰকাৰ।

উত্তৰঃ (ঘ) ৰাজ্য চৰকাৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top