Class 11 Political Science MCQ Part – I Chapter 3 নিৰ্বাচন আৰু প্ৰতিনিধিত্ব

Class 11 Political Science MCQ Part – I Chapter 3 নিৰ্বাচন আৰু প্ৰতিনিধিত্ব Solutions, HS 1st Year Political Science MCQ Solutions, Class 11 Political Science MCQ Part – I Chapter 3 নিৰ্বাচন আৰু প্ৰতিনিধিত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science MCQ Part – I Question Answer and select needs one.

Class 11 Political Science MCQ Part – I Chapter 3 নিৰ্বাচন আৰু প্ৰতিনিধিত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Political Science Objective Type Solutions for All Subject, You can practice these here.

নিৰ্বাচন আৰু প্ৰতিনিধিত্ব

Chapter – 3

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। কোনখন দেশত সৰ্বাধিক প্রত্যক্ষ গণতন্ত্র প্ৰচলিত আছে?

(ক) ভাৰত।

(খ) আমেৰিকা।

(গ) চুইজাৰলেণ্ড।

(ঘ) চীন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (গ) চুইজাৰলেণ্ড।

২। প্ৰত্যক্ষ গণতন্ত্রৰ এটা উদাহৰণ কি?

(ক) গাঁওসভা।

(খ) সংসদীয় শাসন।

(গ) সামৰিক শাসন।

(ঘ) ৰাজকীয় শাসন।

উত্তৰঃ (ক) গাঁওসভা।

৩। প্ৰত্যক্ষ গণতন্ত্র ক’ত সম্ভৱ?

(ক) বৃহৎ জনসংখ্যাৰ দেশসমূহত।

(খ) নগণ্য জনসংখ্যাৰ অঞ্চলত।

(গ) বৃহৎ নগৰসমূহত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) নগণ্য জনসংখ্যাৰ অঞ্চলত।

৪। কোনটো পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰৰ জনগণ প্রতিনিধিসকলক নিৰ্বাচিত কৰা হয়?

(ক) ৰাজকীয় নিৰ্দেশ।

(খ) সামৰিক অভ্যুত্থান।

(গ) ভোটদান।

(ঘ) আদালতৰ নিৰ্ণয়।

উত্তৰঃ (গ) ভোটদান।

৫। কোনখন দেশত সামৰিক অভ্যুত্থানৰ পিছত নির্বাচন অনুষ্ঠিত হৈছিল?

(ক) আমেৰিকা।

(খ) চুইজাৰলেণ্ড।

(গ) পাকিস্তান।

(ঘ) ভাৰত।

উত্তৰঃ (গ) পাকিস্তান।

৬। ভাৰতবৰ্ষত গণতান্ত্রিকভাৱে নিৰ্বাচন পৰিচালনাৰ দায়িত্ব কাৰ ওপৰত থাকে?

(ক) নির্বাচন আয়োগ।

(খ) ৰাজকীয় কৰ্মচাৰী।

(গ) ৰাজনৈতিক দলসমূহ।

(ঘ) শাসকীয় প্ৰশাসন।

উত্তৰঃ (ক) নির্বাচন আয়োগ।

৭। ‘প্ৰথম চেৰাই যোৱা পদ প্ৰথা’ৰ অধীনত ভোটাৰসকলৰ বয়স কিমান হ’ব লাগিব?

(ক) ১৬ বছৰ।

(খ) ১৮ বছৰ।

(গ) ২০ বছৰ।

(ঘ) ২১ বছৰ।

উত্তৰঃ (খ) ১৮ বছৰ।

৮। ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে কিমান শতাংশ আসন লাভ কৰিছিল? 

(ক) ৫০%

(খ) ৬০%

(গ) ৭৫%

(ঘ) ৮০%

উত্তৰঃ (ঘ) ৮০%

৯। কংগ্ৰেছ দলে লোকসভাৰ মুঠ কিমান খন আসনত জয়লাভ কৰিছিল? 

(ক) ৩৫০ খন।

(খ) ৪০০ খন।

(গ) ৪১৫ খন।

(ঘ) ৪৩০ খন।

উত্তৰঃ (গ) ৪১৫ খন।

১০। ১৯৮৪ চনৰ নিৰ্বাচনত বিজেপি দলে কিমান শতাংশ ভোট লাভ কৰিছিল? 

(ক) ৭.৪%

(খ) ১০%

(গ) ১৫%

(ঘ) ২০%

উত্তৰঃ (ক) ৭.৪%

১১। সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যসভাৰ গঠন প্ৰণালীৰ বিষয়ে উল্লেখ কৰা আছে?

(ক) ৫০ নং অনুচ্ছেদত।

(খ) ৮০ নং অনুচ্ছেদত।

(গ) ১০০ নং অনুচ্ছেদত।

(ঘ) ৭০ নং অনুচ্ছেদত।

উত্তৰঃ (খ) ৮০ নং অনুচ্ছেদত।

১২। ৰাজ্যসভাৰ মুঠ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান?

(ক) ২০০ জন।

(খ) ২২০০ জন।

(গ) ২৭০ জন।

(ঘ) ২৫০ জন।

উত্তৰঃ (ঘ) ২৫০ জন।

১৩। ৰাজ্যসভালৈ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে?

(ক) ১০ জন।

(খ) ১২ জন।

(গ) ১৫ জন।

(ঘ) ২০ জন।

উত্তৰঃ (খ) ১২ জন।

১৪। কিমান চনৰ আইনৰ অধীনত সমগ্ৰ ভাৰতৰ বিধানসভাসমূহত ১৫৮৫ জন প্রতিনিধিৰ ভিতৰত মাথোঁ ২৪ জন আদিবাসী বিধায়ক আছিল?

(ক) ১৯১৫ চনৰ।

(খ) ১৯২৯ চনৰ।

(গ) ১৯৩৫ চনৰ।

(ঘ) ১৯৪৩ চনৰ।

উত্তৰঃ (গ) ১৯৩৫ চনৰ।

১৫। বর্তমান লোকসভাৰ মুঠ ৫৪৩ খন নিৰ্বাচিত আসনৰ ভিতৰত কিমান খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত?

(ক) ৭৯ খন।

(খ) ৮১ খন।

(গ) ৪১ খন।

(ঘ) ১০০ খন।

উত্তৰঃ (ক) ৭৯ খন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top