Class 11 Political Science MCQ Part – I Chapter 7 যুক্তৰাষ্ট্ৰবাদ

Class 11 Political Science MCQ Part – I Chapter 7 যুক্তৰাষ্ট্ৰবাদ Solutions, HS 1st Year Political Science MCQ Solutions, Class 11 Political Science MCQ Part – I Chapter 7 যুক্তৰাষ্ট্ৰবাদ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science MCQ Part – I Question Answer and select needs one.

Class 11 Political Science MCQ Part – I Chapter 7 যুক্তৰাষ্ট্ৰবাদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Political Science Objective Type Solutions for All Subject, You can practice these here.

যুক্তৰাষ্ট্ৰবাদ

Chapter – 7

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ধাৰণাটো কোন ৰাষ্ট্ৰৰ পৰা আৰম্ভ হৈছে?

(ক) ভাৰত।

(খ) ফ্ৰান্স।

(গ) মার্কিন যুক্তৰাষ্ট্ৰ।

(ঘ) জাৰ্মানী।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (গ) মার্কিন যুক্তৰাষ্ট্ৰ।

২। কিমান চনত ছোভিয়েট ইউনিয়ন খণ্ড-বিখণ্ড হৈ বহুত সৰু সৰু স্বাধীন ৰাষ্ট্ৰত বিভক্ত হৈছিল? 

(ক) ১৯৮৫ চনত।

(খ) ১৯৯১ চনত।

(গ) ১৯৯৪ চনত।

(ঘ) ১৯৯৯ চনত।

উত্তৰঃ (খ) ১৯৯১ চনত।

৩। যুক্তৰাষ্ট্রীয়বাদৰ ধাৰণাটো কিমান চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠা হৈছিল?

(ক) ১৬৫৬ চনত।

(খ) ১৭৫৭ চনত।

(গ) ১৭৭৮ চনত।

(ঘ) ১৭৮৭ চনত।

উত্তৰঃ (ঘ) ১৭৮৭ চনত।

৪। ভাৰতবৰ্ষৰ সংবিধানত ক্ষমতা বণ্টনৰ বাবে কেইখন সূচী (List) লিপিবদ্ধ আছে? 

(ক) এখন।

(খ) দুখন।

(গ) তিনিখন।

(ঘ) চাৰিখন।

উত্তৰঃ (গ) তিনিখন।

৫। যুক্তৰাষ্ট্ৰত সাধাৰণতে কেইধৰণৰ শাসন ব্যৱস্থা দেখিবলৈ পোৱা যায়?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

৬। ভাৰতৰ সংবিধানত দেশক কি নামেৰে উল্লেখ কৰা হৈছে?

(ক) যুক্তৰাষ্ট্ৰ।

(খ) গণতান্ত্ৰিক ৰাষ্ট্ৰ।

(গ) ৰাজ্যসমূহৰ সংঘ।

(ঘ) সামাজিক ৰাষ্ট্ৰ।

উত্তৰঃ (গ) ৰাজ্যসমূহৰ সংঘ।

৭। ১৯৩৫ চনৰ ভাৰত শাসন আইনত কেনেধৰণৰ চৰকাৰ ব্যৱস্থা প্রৱর্তন কৰা হৈছিল?

(ক) এককেন্দ্রীক।

(খ) যুক্তৰাষ্ট্ৰীয়।

(গ) একাত্মক।

(ঘ) গণতান্ত্ৰিক।

উত্তৰঃ (খ) যুক্তৰাষ্ট্ৰীয়।

৮। ১৯৩৫ চনৰ ভাৰত শাসন আইন ক’ৰ পৰা আৰ্হি লোৱা হৈছিল?

(ক) আমেৰিকা।

(খ) কানাডা।

(গ) অষ্ট্ৰেলিয়া।

(ঘ) ইংলেণ্ড।

উত্তৰঃ (খ) কানাডা।

৯। ভাৰতত কিমান খন অংগৰাজ্য আছে?

(ক) ২৫ খন।

(খ) ৪০ খন।

(গ) ৩০ খন।

(ঘ) ২৯ খন।

উত্তৰঃ (ঘ) ২৯ খন।

১০। ভাৰতীয় সংবিধানত “সংঘ” শব্দটো কোন অনুচ্ছেদত উল্লেখ কৰা হৈছে? 

(ক) ১ নং অনুচ্ছেদত।

(খ) ৩৬ নং অনুচ্ছেদত।

(গ) ১২৩ নং অনুচ্ছেদত।

(ঘ) ৩৭০ নং অনুচ্ছেদত।

উত্তৰঃ (ক) ১ নং অনুচ্ছেদত।

১১। ভাৰতৰ সংবিধানত জৰুৰী ক্ষমতা কাক প্ৰদান কৰা হৈছে?

(ক) প্ৰধানমন্ত্ৰী।

(খ) ৰাষ্ট্ৰপতি।

(গ) মুখ্যমন্ত্ৰী।

(ঘ) উচ্চতম ন্যায়ালয়।

উত্তৰঃ (খ) ৰাষ্ট্ৰপতি।

১২। কিমান চনত ছোভিয়েট ৰাছিয়া ভাঙি গৈছিল?

(ক) ১৯৮৯ চনত।

(খ) ১৮৯০ চনত।

(গ) ১৮৯১ চনত।

(ঘ) ১৮৯২ চনত।

উত্তৰঃ (ক) ১৯৮৯ চনত।

১৩। কিমান চনত ৱেষ্ট ইণ্ডিজ যুক্তৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল?

(ক) ১৯৪৫ চনত।

(খ) ১৯৫১ চনত।

(গ) ১৯৫৮ চনত।

(ঘ) ১৯৬২ চনত।

উত্তৰঃ (গ) ১৯৫৮ চনত।

১৪। ৱেষ্ট ইণ্ডিজ যুক্তৰাষ্ট্ৰ আনুষ্ঠানিকভাৱে কেতিয়া ভংগ হৈছিল?

(ক) ১৯৫৮ চনত।

(খ) ১৯৬২ চনত।

(গ) ১৯৭৩ চনত।

(ঘ) ১৯৬০ চনত।

উত্তৰঃ (খ) ১৯৬২ চনত।

১৫। কেৰিবিয়ান কমিউনিটি কেতিয়া গঠন হৈছিল?

(ক) ১৯৫৮ চনত।

(খ) ১৯৬২ চনত।

(গ) ১৯৭৩ চনত।

(ঘ) ১৯৮০ চনত।

উত্তৰঃ (গ) ১৯৭৩ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top