Class 11 Political Science MCQ Part – I Chapter 8 স্থানীয় চৰকাৰ

Class 11 Political Science MCQ Part – I Chapter 8 স্থানীয় চৰকাৰ Solutions, HS 1st Year Political Science MCQ Solutions, Class 11 Political Science MCQ Part – I Chapter 8 স্থানীয় চৰকাৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science MCQ Part – I Question Answer and select needs one.

Class 11 Political Science MCQ Part – I Chapter 8 স্থানীয় চৰকাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Political Science Objective Type Solutions for All Subject, You can practice these here.

স্থানীয় চৰকাৰ

Chapter – 8

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। গীতা ৰাথোড় কোনখন গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিল? 

(ক) জামোনীয়া টলব।

(খ) ভেংগাইবাচাল।

(গ) কাঞ্চিপুৰম।

(ঘ) চেহো।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ক) জামোনীয়া টলব।

২। গীতা ৰাথোড় প্রথমবাৰ কেতিয়া পঞ্চায়তৰ সভানেত্রী হিচাপে নিৰ্বাচিত হৈছিল?

(ক) ২০০৪ চনত।

(খ) ২০০০ চনত।

(গ) ১৯৯৭ চনত।

(ঘ) ১৯৯৫ চনত।

উত্তৰঃ (ঘ) ১৯৯৫ চনত।

৩। কিমান চনত গাঁওবাসীয়ে গীতাক প্ৰশংসনীয় কাৰ্যৰ বাবে পুনৰ এটা অসংৰক্ষিত সমষ্টিৰপৰা নিৰ্বাচিত কৰি পুৰস্কৃত কৰিছিল?

(ক) ২০০৪ চনত।

(খ) ২০০০ চনত।

(গ) ১৯৯৭ চনত।

(ঘ) ১৯৯৫ চনত।

উত্তৰঃ (খ) ২০০০ চনত।

৪। তামিলনাডুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী কোনখন গাঁৱৰ আছিল?

(ক) জামোনীয়া টলব।

(খ) ভেংগাইবাচাল।

(গ) কাঞ্চিপুৰম।

(ঘ) চেহো।

উত্তৰঃ (খ) ভেংগাইবাচাল।

৫। তামিলনাডু চৰকাৰে ৭১ জন চৰকাৰী কৰ্মচাৰীৰ মাজত কিমান মাটি ভাগ কৰি দিছিল?

(ক) ১ হেক্টৰ।

(খ) ৩ হেক্টৰ।

(গ) ২ হেক্টৰ।

(ঘ) ৫ হেক্টৰ।

উত্তৰঃ (গ) ২ হেক্টৰ।

৬। মাটি কোনখন গাঁও পঞ্চায়তৰ অন্তৰ্গত আছিল?

(ক) জামোনীয়া টলব।

(খ) কাঞ্চিপুৰম।

(গ) ভেংগাইবাচাল।

(ঘ) চেহো।

উত্তৰঃ (গ) ভেংগাইবাচাল।

৭। স্থানীয় চৰকাৰ কেতিয়াৰ পৰা ভাৰতত সাংবিধানিক মর্যাদা লাভ কৰে?

(ক) ১৯৮৫ চনত।

(খ) ১৯৯৩ চনত।

(গ) ১৯৭৫ চনত।

(ঘ) ২০০০ চনত।

উত্তৰঃ (খ) ১৯৯৩ চনত।

৮। স্থানীয় চৰকাৰে জনসাধাৰণৰ কি সমস্যা সমাধা কৰে?

(ক) নিৰ্বাচনী সমস্যা।

(খ) পঞ্চায়তৰ সমস্যাসমূহ।

(গ) স্থানীয় সমস্যা।

(ঘ) আন্তঃৰাজ্যিক সমস্যা।

উত্তৰঃ (গ) স্থানীয় সমস্যা।

৯। ১৮৮২ চনত ভাৰতৰ ভাইচৰয় কোন আছিল?

(ক) লর্ড কাৰ্জন।

(খ) লর্ড মেকলে।

(গ) লর্ড মাউণ্টব্যাটেন।

(ঘ) লর্ড ৰিপন।

উত্তৰঃ (ঘ) লর্ড ৰিপন।

১০। ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত কি স্থাপন কৰা হৈছিল?

(ক) ৰাজ্যিক মণ্ডল।

(খ) মহকুমা পৰিষদ।

(গ) গাঁও পঞ্চায়ত।

(ঘ) মিউনিচিপাল কৰ্পৰেচন।

উত্তৰঃ (গ) গাঁও পঞ্চায়ত।

১১। কোনটো ৰাজ্যই ১৯৬০ চনত প্ৰথমে স্থানীয় পৰিষদ গঠন কৰিছিল?

(ক) পশ্চিম বংগ আৰু বিহাৰ।

(খ) গুজৰাট আৰু মহাৰাষ্ট্ৰ।

(গ) উত্তৰ প্ৰদেশ আৰু ৰাজস্থান।

(ঘ) পঞ্জাৱ আৰু হৰিয়ানাৰ।

উত্তৰঃ (খ) গুজৰাট আৰু মহাৰাষ্ট্ৰ।

১২। কিমান চনত পি কে থাংগন কমিটীয়ে স্থানীয় প্রশাসনক সাংবিধানিক স্বীকৃতি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল?

(ক) ১৯৮৯ চনত।

(খ) ১৯৯০ চনত।

(গ) ১৯৯১ চনত।

(ঘ) ১৯৯৫ চনত।

উত্তৰঃ (ক) ১৯৮৯ চনত।

১৩। কিমান চনৰ পিছত স্থানীয় প্রশাসনীয় অনুষ্ঠানৰ কাৰ্যাৱলীৰ ওপৰত বিতংভাৱে পুনৰ নিৰীক্ষণ কৰা হৈছিল?

(ক) ১৮৮৭ চনৰ।

(খ) ১৯৫৬ চনৰ।

(গ) ১৯৮৭ চনৰ।

(ঘ) ১৯৯০ চনৰ।

উত্তৰঃ (গ) ১৯৮৭ চনৰ।

১৪। কেন্দ্রীয় চৰকাৰে কিমান চনত দুখন সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিছিল?

(ক) ১৯২৬ চনত।

(খ) ১৯৩৪ চনত।

(গ) ১৯৬৭ চনত।

(ঘ) ১৯৮৯ চনত।

উত্তৰঃ (ঘ) ১৯৮৯ চনত।

১৫। ৭৩ তম আৰু ৭৪ তম সংশোধনী কেতিয়া কার্যকৰী কৰা হয়?

(ক) ১৯৯২ চনত।

(খ) ১৯৯৪ চনত।

(গ) ১৯৯৩ চনত।

(ঘ) ১৯৯৫ চনত।

উত্তৰঃ (গ) ১৯৯৩ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top