Class 11 Political Science MCQ Part – I Chapter 9 জীৱন্ত দলিলৰ ৰূপত সংবিধান

Class 11 Political Science MCQ Part – I Chapter 9 জীৱন্ত দলিলৰ ৰূপত সংবিধান Solutions, HS 1st Year Political Science MCQ Solutions, Class 11 Political Science MCQ Part – I Chapter 9 জীৱন্ত দলিলৰ ৰূপত সংবিধান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science MCQ Part – I Question Answer and select needs one.

Class 11 Political Science MCQ Part – I Chapter 9 জীৱন্ত দলিলৰ ৰূপত সংবিধান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Political Science Objective Type Solutions for All Subject, You can practice these here.

জীৱন্ত দলিলৰ ৰূপত সংবিধান

Chapter – 9

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। দ্বিতীয় ফ্ৰান্স প্রজাতন্ত্র কেতিয়া আৰম্ভ হয়?

(ক) ১৮৩০ চনত।

(খ) ১৮৪৮ চনত।

(গ) ১৮৭০ চনত।

(ঘ) ১৯০০ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (খ) ১৮৪৮ চনত।

২। কিমান চনত এখন নতুন সংবিধানেৰে তৃতীয় ফ্ৰান্স প্ৰজাতন্ত্ৰ গঠন কৰা হৈছিল?

(ক) ১৮৬০ চনত।

(খ) ১৮৬৫ চনত।

(গ) ১৮৭৫ চনত।

(ঘ) ১৯০৫ চনত।

উত্তৰঃ (গ) ১৮৭৫ চনত।

৩। কিমান চনত এখন নতুন সংবিধানেৰে চতুৰ্থ ফ্ৰান্স প্ৰজাতন্ত্ৰ গঠন কৰা হৈছিল?

(ক) ১৯৪০ চনত।

(খ) ১৯৫৫ চনত।

(গ) ১৯৫০ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (ঘ) ১৯৪৫ চনত।

৪। পঞ্চম ফ্ৰান্স প্রজাতন্ত্র কেতিয়া স্থাপন কৰা হৈছিল?

(ক) ১৯৫৮ চনত।

(খ) ১৯৬০ চনত।

(গ) ১৯৬৫ চনত।

(ঘ) ১৯৭০ চনত।

উত্তৰঃ (ক) ১৯৫৮ চনত।

৫। ছোভিয়েট যুক্তৰাষ্ট্ৰৰ ৭৪ বছৰীয়া জীৱনকালত কেইখন সংবিধান আছিল?

(ক) তিনিখন।

(খ) চাৰিখন।

(গ) পাঁচখন।

(ঘ) ছয়খন।

উত্তৰঃ (খ) চাৰিখন।

৬। কিমান চনত ছোভিয়েট যুক্তৰাষ্ট্ৰত সাম্যবাদী দলৰ শাসনৰ সমাপ্তি ঘটিছিল?

(ক) ১৯৮৯ চনত।

(খ) ১৯৯০ চনত।

(গ) ১৯৯১ চনত।

(ঘ) ১৯৯২ চনত।

উত্তৰঃ (গ) ১৯৯১ চনত।

৭। ৰুছ যুক্তৰাষ্ট্ৰই কিমান চনত এখন নতুন সংবিধান গ্ৰহণ কৰিছিল?

(ক) ১৯৯১ চনত।

(খ) ১৯৯২ চনত।

(গ) ১৯৯৩ চনত।

(ঘ) ১৯৯৪ চনত।

উত্তৰঃ (গ) ১৯৯৩ চনত।

৮। ভাৰতৰ সংবিধান কেতিয়া গৃহীত হৈছিল?

(ক) ১৯৪৭ চনত।

(খ) ১৯৪৮ চনত।

(গ) ১৯৪৫ চনত।

(ঘ) ১৯৪৯ চনত।

উত্তৰঃ (ঘ) ১৯৪৯ চনত।

৯। ভাৰতৰ সংবিধান কেতিয়া আনুষ্ঠানিকভাৱে বলবৎ হৈছিল?

(ক) ২৬ জানুৱাৰী, ১৯৫০ চনত।

(খ) ১৫ আগষ্ট, ১৯৪৭ চনত।

(গ) ২৮ জানুৱাৰী, ১৯৫০ চনত।

(ঘ) ২৬ নবেম্বৰ, ১৯৪৯ চনত।

উত্তৰঃ (ক) ২৬ জানুৱাৰী, ১৯৫০ চনত।

১০। লোকসভাত ৫৪৫ জন সদস্যৰ পৰিসৰত সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ কমপক্ষে কিমানজন সদস্যৰ সমৰ্থন লাগিব?

(ক) ২৭৩ জন।

(খ) ৩০০ জন।

(গ) ৩৬৫ জন।

(ঘ) ২১৮ জন।

উত্তৰঃ (ক) ২৭৩ জন।

১১। আমেৰিকাৰ সংবিধানৰ সংশোধন পদ্ধতিত বিশেষ সংখ্যাগৰিষ্ঠতাৰ কিমান প্ৰয়োজন হয়?

(ক) ১/৩ অংশ।

(খ) ১/২ অংশ।

(গ) ২/৩ অংশ।

(ঘ) ৩/৪ অংশ।

উত্তৰঃ (গ) ২/৩ অংশ।

১২। দক্ষিণ আফ্ৰিকা আৰু ৰাছিয়াত কিছুমান সংবিধান সংশোধনৰ বাবে কিমান সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয়?

(ক) ১/২ অংশ।

(খ) ২/৩ অংশ।

(গ) ৩/৪ অংশ।

(ঘ) ১/৪ অংশ।

উত্তৰঃ (গ) ৩/৪ অংশ।

১৩। ২০০৬ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰতৰ সংবিধানে কিমান বছৰ পূৰ্ণ কৰিছিল?

(ক) ৫০ বছৰ।

(খ) ৫৬ বছৰ।

(গ) ৬০ বছৰ।

(ঘ) ৬৫ বছৰ।

উত্তৰঃ (খ) ৫৬ বছৰ।

১৪। ২০০৬ চনৰ পৰা ৫৬ বছৰত ভাৰতৰ সংবিধান কিমান বাৰ সংশোধন কৰা হৈছিল?

(ক) ৭০ বাৰ।

(খ) ৮৩ বাৰ।

(গ) ৯০ বাৰ।

(ঘ) ৯৩ বাৰ।

উত্তৰঃ (ঘ) ৯৩ বাৰ।

১৫। ১৯৭৪ চনৰ পৰা ১৯৭৬ চনলৈ কিমান বাৰ সংবিধান সংশোধন কৰা হৈছিল?

(ক) ৫ বাৰ।

(খ) ৭ বাৰ।

(গ) ১০ বাৰ।

(ঘ) ১২ বাৰ।

উত্তৰঃ (গ) ১০ বাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top