Class 11 Political Science MCQ Chapter 10 বিকাশ Solutions, HS 1st Year Political Science MCQ Notes, Class 11 Political Science MCQ Chapter 10 বিকাশ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science Objective Types Question Answer and select needs one.
Class 11 Political Science MCQ Chapter 10 বিকাশ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Political Science MCQ Notes for All Subject, You can practice these here.
বিকাশ
Chapter – 10
PART – II
MULTIPLE CHOICE QUESTION ANSWER
১। ভাৰতৰ ন্যায়াধীশৰ কাৰ্যকাল কিমান?
(ক) ৬৫ বছৰ।
(খ) ৬০ বছৰ।
(গ) ৫৫ বছৰ।
(ঘ) ৬১ বছৰ।
উত্তৰঃ (ক) ৬৫ বছৰ।
২। উচ্চতম ন্যায়ালয়ত এজন মুখ্য ন্যায়াধীশ কেইজন –
(ক) ১৩ জন।
(খ) ২৫ জন।
(গ) ৩০ জন।
(ঘ) ২০ জন।
উত্তৰঃ (গ) ৩০ জন।
৩। ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ দাখিল কৰিব পাৰি-
(ক) ৰাষ্ট্ৰপতিৰ।
(খ) উচ্চ ন্যায়ালয়।
(গ) উচ্চতম ন্যায়ালয়।
(ঘ) উচ্চতম আৰু উচ্চ ন্যায়ালয় উভয়।
উত্তৰঃ (গ) উচ্চতম ন্যায়ালয়ৰ।
৪। উচ্চতম ন্যায়ালয়ে কাক পৰামৰ্শ আগবঢ়াব পাৰে-
(ক) ৰাষ্ট্ৰপতিক।
(খ) সংসদক।
(গ) কেবিনেটক।
(ঘ) প্রধানমন্ত্রীক।
উত্তৰঃ (ক) ৰাষ্ট্ৰপতিক।
৫। নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক কোন-
(ক) সংসদ।
(খ) ৰাষ্ট্ৰপতি।
(গ) নাগৰিক।
(ঘ) উচ্চতম ন্যায়ালয়।
উত্তৰঃ (ঘ) উচ্চতম ন্যায়ালয়।
৬। ন্যায়িক সমীক্ষাৰ অধিকাৰী হ’ল-
(ক) সংসদ।
(খ) উচ্চ ন্যায়ালয়।
(গ) উচ্চতম ন্যায়ালয়।
(ঘ) উচ্চ ন্যায়ালয় উভয়।
উত্তৰঃ উচ্চতম ন্যায়ালয়।
৭। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে-
(ক) ভাৰতৰ মুখ্য ন্যায়াধীশে।
(খ) জনসাধাৰণে।
(গ) প্রধানমন্ত্রীয়ে।
(ঘ) ৰাষ্ট্ৰপতিয়ে।
উত্তৰঃ (ঘ) ৰাষ্ট্ৰপতিয়ে।
৮। কোনখন ৰাষ্ট্ৰৰ পৰা ন্যায়িক সমীক্ষাৰ ধাৰণাটো ধাৰ কৰিছিল?
(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা।
(খ) জনসমষ্টিবিহীন।
(গ) বিজ্ঞান ৰাষ্ট্ৰ।
(ঘ) অৰ্থনৈতিক।
উত্তৰঃ (ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা।
৯। সংসদে ন্যায়পালিকাৰ ক্ষমতা নির্দিষ্ট কৰি দিয়ে?
(ক) হয়।
(খ) নহয়।
(গ) হবও পাৰে।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) নহয়।
১০। ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন?
(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ।
(খ) বিজ্ঞান ৰাষ্ট্ৰ।
(গ) ৰাষ্ট্ৰপতি।
(ঘ) উপৰাষ্ট্ৰপতি।
উত্তৰঃ (ঘ) উপৰাষ্ট্ৰপতি।
১১। নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হ’ল-
(ক) সংসদ।
(খ) কেবিনেট।
(গ) উচ্চতম ন্যায়ালয়।
(ঘ) ৰাষ্ট্রপতি।
উত্তৰঃ (গ) উচ্চতম ন্যায়ালয়।
১২। বিকাশৰ অৰ্থ হ’ল –
(ক) উন্নত জীৱনৰ হাৰিয়াস।
(খ) মানুহৰ কাম-কাজৰ চালিকা শক্তি।
(গ) ইচ্ছা আৰু উন্নতি।
(ঘ) সমালোচনা।
উত্তৰঃ (ক) উন্নত জীৱনৰ হাৰিয়াস।
১৩। বাজেট মানে –
(ক) কেন্দ্ৰীয় চৰকাৰ।
(খ) এক নিৰ্ধাৰিত ম্যাদ।
(গ) সম্মতিক্রমে মন্ত্রীসভাই।
(ঘ) এক বিত্তীয় পৰিকল্পনা।
উত্তৰঃ (খ) এক নিৰ্ধাৰিত ম্যাদ।
১৪। ভাৰতীয় কেন্দ্ৰীয় সংসদৰ কোনটো সদন বেছি শক্তিশালী-
(ক) নিম্নসদন লোকসভা অধিক শক্তিশালী।
(খ) জনসাধাৰণ।
(গ) সংসদ।
(ঘ) জনগণ।
উত্তৰঃ (ক) নিম্নসদন লোকসভা অধিক শক্তিশালী।
১৫। ৰাজ্যসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?
(ক) ভোটৰ দ্বাৰা।
(খ) ৰাজ্য বিধানসভা।
(গ) সংসদ আইন।
(ঘ) কেন্দ্ৰীয়।
উত্তৰঃ (গ) সংসদ আইন।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

