Class 11 Political Science MCQ Chapter 8 ধৰ্ম নিৰপেক্ষতা Solutions, HS 1st Year Political Science MCQ Notes, Class 11 Political Science MCQ Chapter 8 ধৰ্ম নিৰপেক্ষতা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science Objective Types Question Answer and select needs one.
Class 11 Political Science MCQ Chapter 8 ধৰ্ম নিৰপেক্ষতা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Political Science MCQ Notes for All Subject, You can practice these here.
ধৰ্ম নিৰপেক্ষতা
Chapter – 8
PART – II
MULTIPLE CHOICE QUESTION ANSWER
১। এখন দেশৰ ভিতৰত কোন জনগোষ্ঠী থাকে?
(ক) বিভিন্ন জাতি-জনগোষ্ঠী।
(খ) বিভিন্ন সংস্কৃতি।
(গ) জাতি জন-জাতি।
(ঘ) জনগোষ্ঠী।
উত্তৰঃ (ক) বিভিন্ন জাতি-জনগোষ্ঠী।
২। ৰাজনীতিবিদে কি সমর্থন কৰে?
(ক) ধৰ্মীয় জাতীয়তাবাদী।
(খ) ধর্ম নিৰপেক্ষতাক।
(গ) ধৰ্মীয়।
(ঘ) উৎকণ্ঠা।
উত্তৰঃ (খ) ধর্ম নিৰপেক্ষতাক।
৩। ৰাজনৈতিক দলে নিজক ধর্ম নিৰপক্ষ বুলি প্ৰচাৰ কৰেনে?
(ক) কৰে।
(খ) নকৰে।
(গ) কৰিবও পাৰে।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) কৰে।
৪। ইহুদীসকলে ক’ত শতাব্দীজুৰি বৈষম্যৰ সন্মুখীন হৈছিল?
(ক) ইউৰোপত।
(খ) জাৰ্মান।
(গ) এছিয়া।
(ঘ) আমেৰিকা।
উত্তৰঃ (ক) ইউৰোপত।
৫। ৰাজনৈতিক কিহৰ পৰা বঞ্চিত?
(ক) সমতাৰ পৰা।
(খ) সামাজিক সুবিধাৰ পৰা।
(গ) অৰ্থনৈতিক সা-সুবিধাবোৰৰ পৰা।
(ঘ) সামাজিক প্ৰক্ৰিয়াৰ পৰা।
উত্তৰঃ (গ) অৰ্থনৈতিক সা-সুবিধাবোৰৰ পৰা।
৬। ইউৰোপৰ বিভিন্ন অংশত কোন জনজাতি লোকসকলৰ প্রতি এক বৈষম্যমূলক আচৰণ দেখা যায়।
(ক) অনা-খ্রীষ্টিয়ান।
(খ) মিচিমি।
(গ) চিংফৌ।
(ঘ) খামতি।
উত্তৰঃ (ক) অনা-খ্রীষ্টিয়ান।
৭। আমাৰ চুবুৰীয়া ৰাষ্ট্র ধৰ্মীয় ক’ত সংখ্যালঘুসকলৰ অৱস্থাই যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে-
(ক) ৰাজস্থান।
(খ) পাকিস্তান।
(গ) বাংলাদেশত।
(ঘ) ভূটান।
উত্তৰঃ (গ) বাংলাদেশত।
৮। জনজাতীয় গোষ্ঠীক আন কি নামেৰে জনা যায়?
(ক) অনাৰ্য জাতি।
(খ) চা-জনজাতি।
(গ) কোঁচ।
(ঘ) আহোম।
উত্তৰঃ (ক) অনাৰ্য জাতি।
৯। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
(ক) নিগ্ৰো।
(খ) ককেছীয়।
(গ) মংগোলীয়৷
(ঘ) অষ্ট্ৰেলীয়।
উত্তৰঃ(গ) মংগোলীয়৷
১০। ভাৰতৰ যিকোনো অংশতে মানুহৰ কি কাৰণে জীয়াই থকাৰ অধিকাৰ আছে।
(ক) মৰ্য্যাদাৰে।
(খ) স্বাধীনতা।
(গ) নাগৰিক।
(ঘ) নিৰ্বাচন।
উত্তৰঃ (খ) স্বাধীনতা।
১১। কোন চনত চাৰি হেজাৰ শিখ সোমাই লোকক হত্যা কৰা হৈছিল?
(ক) ১৯৮৮ চনত।
(খ) ১৯৮১ চনত।
(গ) ১৯৮৩ চনত।
(ঘ) ১৯৮৪ চনত।
উত্তৰঃ (ঘ) ১৯৮৪ চনত।
১২। ১৯৮৪ চনত চাৰি হেজাৰ শিখ সোমাই কোন দেশৰ লোকক হত্যা কৰা হৈছিল?
(ক) দিল্লী।
(খ) আমেৰিকা।
(গ) আফগানিস্তান।
(ঘ) ইটালী।
উত্তৰঃ (ক) দিল্লী।
১৩। কোন দেশত হিন্দু পণ্ডিতক নিজৰ ঘৰ এৰি যাবলৈ বাধ্য কৰোৱা হৈছিল?
(ক) কাশ্মীৰ।
(খ) ইৰাণ।
(গ) তুৰষ্ক।
(ঘ) জাপান।
উত্তৰঃ (ক) কাশ্মীৰ।
১৪। কিমান চনত দুহেজাৰ ইছলামধর্মী লোকক হত্যা কৰা হৈছিল?
(ক) ২০০২ চনত।
(খ) ২০০৫ চনত।
(গ) ২০০৭ চনত।
(ঘ) ২০০৯ চনত।
উত্তৰঃ (ক) ২০০২ চনত।
১৫। ইছলামধর্মী লোকক ক’ত হত্যা কৰিছিল?
(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ।
(খ) ইৰাণ।
(গ) গুজৰাটত।
(ঘ) ইণ্ডোনেছিয়া।
উত্তৰঃ (গ) গুজৰাটত।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.