Class 11 Political Science MCQ Chapter 7 জাতীয়তাবাদ Solutions, HS 1st Year Political Science MCQ Notes, Class 11 Political Science MCQ Chapter 7 জাতীয়তাবাদ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science Objective Types Question Answer and select needs one.
Class 11 Political Science MCQ Chapter 7 জাতীয়তাবাদ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Political Science MCQ Notes for All Subject, You can practice these here.
জাতীয়তাবাদ
Chapter – 7
PART – II
MULTIPLE CHOICE QUESTION ANSWER
১। কাৰ মতে “জাতীয়তাবাদ হ’ল আধুনিক পৃথিৱীৰ ধৰ্মস্বৰূপ”?
(ক) লয়েডৰ মতে।
(খ) ফিল্ডৰ মতে।
(গ) লাস্কিৰ মতে।
(ঘ) জনল’কৰ মতে।
উত্তৰঃ (ক) লয়েডৰ মতে।
২। জাতীয়তাবাদৰ এটা মূল্য লিখা।
(ক) ৰাষ্ট্ৰতৰ দাবী।
(খ) আন্তর্জাতিক সম্পর্ক স্থাপন।
(গ) স্বনিয়ন্ত্ৰণৰ অধিকাৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) আন্তর্জাতিক সম্পর্ক স্থাপন।
৩। জাতি শব্দৰ ইংৰাজী প্রতিশব্দ Nation শব্দটো কোন ভাষাৰ পৰা আহিছে?
(ক) ফৰাচী ভাষাৰ পৰা।
(খ) গ্ৰীক ভাষাৰ পৰা।
(গ) লেটিন ভাষাৰ পৰা।
(ঘ) আৰবী ভাষাৰ পৰা।
উত্তৰঃ (গ) লেটিন ভাষাৰ পৰা।
৪। Natio শব্দৰ অর্থ –
(ক) জাতি।
(খ) জন্ম।
(গ) জাতিয়তা।
(ঘ) বংশ।
উত্তৰঃ (খ) জন্ম।
৫। জাতি হ’ল স্বাধীন অথবা স্বাধীনতাৰ প্ৰয়াসী ৰাজনৈতিকভাৱে সংগঠিত জনসমাজ।’ – কথাষাৰ কোনে কৈছিল?
(ক) জনল’ক।
(খ) ষ্টুৱাৰ্ট জন মিল।
(গ) লর্ড ব্রাইচে।
(ঘ) প্লেটো।
উত্তৰঃ (গ) লর্ড ব্রাইচে।
৬। জাতীয়তা সৃষ্টিৰ আটাইতকৈ গুৰুত্বপূর্ণ উপাদানটো কি?
(ক) উমৈহতীয়া ধৰ্ম।
(খ) উমৈহতীয়া ভাষা।
(গ) আত্মিক ঐক্য।
(ঘ) আত্ম নিয়ন্ত্ৰণ।
উত্তৰঃ (গ) আত্মিক ঐক্য।
৭। জাতি গঠন কৰিবলৈ কি সম্পর্ক অপৰিহার্য?
(ক) তেজৰ।
(খ) জাতীয়তা।
(গ) বংশগত।
(ঘ) বংশ।
উত্তৰঃ (ক) তেজৰ।
৮। জাতি হ’ল ভাষাগত ঐক্য, ভৌগােলিক সান্নিধ্য, সম অর্থনৈতিক জীৱনৰ বন্ধন আৰু সাংস্কৃতিক ঐক্যৰ ভিত্তিত সংগঠিত ইতিহাস বিবর্তিত স্থায়ী সমাজ বা সম্প্রদায়।’ – উক্তিটো কাৰ?
(ক) জনল’ক।
(খ) ৰুছো।
(গ) প্লেটো।
(ঘ) ষ্টেলিনৰ।
উত্তৰঃ (ঘ) ষ্টেলিনৰ।
৯। জাতীয়তাবাদ মানে –
(ক) ৰাজনৈতিক সিদ্ধান্ত (Political Creeds)
(খ) জাতীয়তা।
(গ) সাম্ৰাজ্য।
(ঘ) বংশ।
উত্তৰঃ (ক) ৰাজনৈতিক সিদ্ধান্ত (Political Creeds)
১০। ক’ত ৰাজ্য একত্ৰীকৰণ কৰি বৃহত্তৰ ৰাজ্য গঠনত সহায় কৰিছিল।
(ক) মহাদেশত।
(খ) এছিয়া।
(গ) ইটালী
(ঘ) দিখৌ।
উত্তৰঃ (ক) মহাদেশত।
১১। এজন বিশ্বমানৱৰ নাম-
(ক) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।
(খ) লক্ষ্মীনাথ বেজবৰুৱা।
(গ) ভূপেন হাজৰিকা।
(ঘ) ৰবীন্দ্ৰ ঠাকুৰ।
উত্তৰঃ (ক) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।
১২। জাতীয়তাবাদৰ মূল নীতি –
(ক) নিজে জীয়াই থকা।
(খ) জীয়াই থাকিবলৈ দিয়া।
(গ) মানৱ জাতি।
(ঘ) জাতিগত।
উত্তৰঃ (ক) নিজে জীয়াই থকা।
১৩। জাতীয়তাবাদৰ ধাৰণাই গণতন্ত্ৰৰ বাবে কি সৃষ্টি কৰে?
(ক) সমৃদ্ধি শালী।
(খ) অনূকুল পৰিৱেশ।
(গ) আৰ্থ-সামাজিক।
(ঘ) জনজাতীয়।
উত্তৰঃ (খ) অনূকুল পৰিৱেশ।
১৪। উগ্ৰ জাতীয়তাবাদ কাৰ বিৰোধী-
(ক) ৰাজনৈতিক।
(খ) ৰাষ্ট্ৰৰ।
(গ) গণতন্ত্ৰ।
(ঘ) স্বাতন্ত্ৰতা।
উত্তৰঃ (গ) গণতন্ত্ৰ।
১৫। ইংৰাজী ভাষাৰ নেচন শব্দটো ক’ৰ পৰা উদ্ভৱ হৈছে?
(ক) গ্ৰীক ভাষাৰ পৰা।
(খ) লেটিন ভাষাৰ পৰা।
(গ) আৰবী ভাষাৰ পৰা।
(ঘ) ফৰাচী ভাষাৰ পৰা।
উত্তৰঃ (খ) লেটিন ভাষাৰ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.