Class 11 Political Science MCQ Chapter 3 সমতা

Class 11 Political Science MCQ Chapter 3 সমতা Solutions, HS 1st Year Political Science MCQ Notes, Class 11 Political Science MCQ Chapter 3 সমতা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science Objective Types Question Answer and select needs one.

Class 11 Political Science MCQ Chapter 3 সমতা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Political Science MCQ Notes for All Subject, You can practice these here.

সমতা

Chapter – 3

PART – II

MULTIPLE CHOICE QUESTION ANSWER

১। সমতাক মানুহৰ জন্মগত অধিকাৰ বুলি কোনে আখ্যা দিছিল? 

(ক) জন ল’কে।

(খ) লৰ্ড এক্টন।

(গ) লাচকি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ল’ক।

উত্তৰঃ (ক) জন ল’কে। 

২। কোন চনত ফৰাচী বিপ্লৱ হয়? 

(ক) ১৭৮৯ চনত।

(খ) ১৭৮৭ চনত।

(গ) ১৭ ৮৫ চনত।

(ঘ) ১৭৮১ চনত।

উত্তৰঃ (ক) ১৭৮৯ চনত। 

৩। ভাৰতৰ বিখ্যাত সমাজবাদী নেতাজনৰ নাম হ’ল- 

(ক) ৰাম মনোহৰ লোহিয়া।

(খ) অৰবিন্দ।

(গ) ডি. টকোভেলি।

(ঘ) লৰ্ড এক্টন।

 উত্তৰঃ (ক) ৰাম মনোহৰ লোহিয়া। 

৪। ‘মানুহ প্রাকৃতিকভাৱেই সমান’ কথাষাৰ কোনে কৈছিল?

(ক) লয়েড।

(খ) ল’কে।

(গ) ৰুছো 

(ঘ) বাৰ্ণাৰ।

উত্তৰঃ (খ) ল’কে। 

৫। ‘অর্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অর্থহীন’- উক্তিটো কাৰ?

(ক) চিলি।

(খ) গেটেল।

(গ) মহাত্মা গান্ধী।

(ঘ) লাঙ্কি।

উত্তৰঃ (ঘ) লাঙ্কি। 

৬। সংবিধানৰ কোন অনুচ্ছেদ মতে ‘আইনৰ চকুত সকলো সমান’? 

(ক) ১১ অনুচ্ছেদ।

(খ) ১২ অনুচ্ছেদ।

(গ) ৯ অনুচ্ছেদ।

(ঘ) ১৪ অনুচ্ছেদ।

উত্তৰঃ (ঘ) ১৪ অনুচ্ছেদ। 

৭। ‘স্বতন্ত্রতা আৰু সমতা পৰস্পৰ বিৰোধী’ উক্তিটো কাৰ? 

(ক) কাল মাৰ্ক্স।

(খ) মেকঞ্জি।

(গ) লর্ড এক্টন।

(ঘ) গেটেল।

 উত্তৰঃ (গ) লর্ড এক্টন। 

৮। কোন দেশত বর্ণ বৈষম্যৰ প্ৰচলন আছিল?

(ক) দক্ষিণ আফ্রিকাত।

(খ)  ভাৰত।

(গ) উত্তৰ আমেৰিকা।

(ঘ)  উত্তৰ প্ৰদেশ।

উত্তৰঃ (ক) দক্ষিণ আফ্রিকাত। 

৯। কোনটো বছৰক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই আন্তর্জাতিক নাৰীবর্ষ হিচাপে ঘোষণা কৰে?

(ক) ১৯৭৫ চনত।

(খ) ১৯৭৩ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৭১  চনত।

উত্তৰঃ (ক) ১৯৭৫ চনত।

১০। ৰাজনীতি বিজ্ঞানত সমতাই অভিন্নতাক বুজায়। উক্তিটো সচানে মিছা?

(ক) সচাঁনে।

(খ) মিছা।

(গ) মিছা হবও পাৰে।

(ঘ) ওপৰৰ আটাকেইটা।

উত্তৰঃ (খ) মিছা।

১১। কিমান শতিকাত সমতাৰ দাবী উত্থাপিত হৈছিল?

(ক) ১২ শতিকাত।

(খ) ১৬ শতিকাত।

(গ) ১৮ শতিকাত।

(ঘ) ১৯ শতিকাত।

উত্তৰঃ (গ) ১৮ শতিকাত।

১২। কাক গণতন্ত্ৰৰ ভেটি বুলি কোৱা হয়।

(ক) সমতাক।

(খ) অসমতা।

(গ) সামাজিক সমতা।

(ঘ)  ৰাজনৈতিক সমতা।

উত্তৰঃ (ক) সমতাক। 

১৩। এক প্ৰকাৰৰ সমতাৰ নাম হ’ল- 

(ক) সামাজিক সমতা।

(খ) নাগৰিক সমতা।

(গ) অর্থনৈতিক সমতা।

(ঘ) ৰাজনৈতিক সমতা।

উত্তৰঃ (খ) নাগৰিক সমতা।

১৪। লোহিয়াই কোৱা ভাৰতীয় সমাজত থকা এটা অসমতাৰ উল্লেখ কৰা।

(ক) অর্থনৈতিক অসমতা।

(খ) পুৰুষ আৰু মহিলাৰ মাজত অসমতা।

(গ) নাগৰিক অসমতা।

(ঘ) প্রাকৃতিক অসমতা।

 উত্তৰঃ (ক) অর্থনৈতিক অসমতা।

১৫। নাগৰিক সমতা উল্লেখ কৰা।

(ক) প্রাকৃতিক সমতা। 

(খ) সামাজিক সমতা।

(গ) ৰাজনৈতিক সমতা।

(ঘ) অর্থনৈতিক সমতা।

উত্তৰঃ (গ) ৰাজনৈতিক সমতা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top