Class 11 Political Science MCQ Chapter 4 সামাজিক ন্যায়

Class 11 Political Science MCQ Chapter 4 সামাজিক ন্যায় Solutions, HS 1st Year Political Science MCQ Notes, Class 11 Political Science MCQ Chapter 4 সামাজিক ন্যায় Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science Objective Types Question Answer and select needs one.

Class 11 Political Science MCQ Chapter 4 সামাজিক ন্যায়

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Political Science MCQ Notes for All Subject, You can practice these here.

সামাজিক ন্যায়

Chapter – 4

PART – II

MULTIPLE CHOICE QUESTION ANSWER

১। “Dikaiosume” কোন ভাষাৰ শব্দ? 

(ক) গ্ৰীক ভাষাৰ।

(খ) পলিচি ভাষাৰ 

(গ) আৰবী ভাষা।

(ঘ) ফৰাচী ভাষাৰ।

উত্তৰঃ (ক) গ্ৰীক ভাষাৰ।

২। জন ৰাৱেলছৰ গ্ৰন্থখনৰ নাম কি?

(ক) A Theory of Justice. 

(খ) Proportionate Justice.

(গ) Theory of Justice. 

(ঘ) Pursuing justice.

উত্তৰঃ  (ক) A Theory of Justice. 

৩। ন্যায় তত্ত্ব থকা প্লেটোৰ গ্ৰন্থখনৰ নাম কি? 

(ক) সক্ৰিয়।

(খ) গণৰাজ্য।

(গ) সমতা।

(ঘ) আন্তঃ ৰাষ্ট্ৰীয়।

উত্তৰঃ (খ) গণৰাজ্য। 

৪। ভাৰতবৰ্ষত কোন চনত বজাৰ অর্থনীতি সূচনা কৰা হয়?

(ক) ১৯৯১ চনত।

(খ) ১৯৯২ চনত।

(গ) ১৯৯৫ চনত।

(ঘ) ১৯৯৮ চনত।

উত্তৰঃ (ক) ১৯৯১ চনত।

৫। সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে গ্রহণ কৰা আঁচনিৰ নাম লিখা।

(ক) প্ৰাথমিক নূন্যতম।

(খ) চৰকাৰী সংগঠন।

(গ) বিশ্ব স্বাস্থ্য সংস্থা।

(ঘ) আন্তঃৰাষ্ট্ৰীয়।

 উত্তৰঃ (গ) বিশ্ব স্বাস্থ্য সংস্থা। 

৬। কোন চনত বাউলম্ব ‘ন্যায়ৰ তত্ত্ব’ গ্রন্থখন প্রকাশ পায়?

(ক) ১৯৭১ চনত।

(খ) ১৯৭৪ চনত।

(গ) ১৯৭৭ চনত।

(ঘ) ১৯৭৩ চনত।

 উত্তৰঃ (ঘ) ১৯৭৩ চনত।

৭। মহিলাসকলৰ বাবে কিমান আসন ভাৰতবৰ্ষৰ সংসদ আৰু বিধানসভাত সংৰক্ষণ কৰা হৈছে। 

(ক) ৩০%।

(খ) ৩৩%।

(গ) ৩৪%।

(ঘ) ৩৭%।

উত্তৰঃ (খ) ৩৩%।

৮। ৰাষ্ট্রসংঘই ১৯৪৮ চনত জাৰি কৰা ‘মানৰ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰ’ৰ প্ৰথম অনুচ্ছেদত কি কোৱা হৈছে?

(ক) জন্মৰ অধিকাৰ।

(খ) সমমর্যাদাৰ অধিকাৰ।

(গ) সমতাৰ অধিকাৰ।

(ঘ) প্ৰতিদ্বন্দ্বিতা অধিকাৰ।

উত্তৰঃ (খ) সমমর্যাদাৰ অধিকাৰ।

৯। ৰাষ্ট্রসংঘই কেতিয়া জাৰি কৰা ‘মানৰ অধিকাৰৰ সাৰ্বজনীন ঘোষণা কৰে?

(ক) ১৯৪৮ চনত।

(খ) ১৯৪৯ চনত।

(গ) ১৯৪৫ চনত।

(ঘ) ১৯৪১ চনত।

উত্তৰঃ (ক) ১৯৪৮ চনত।

১০। ‘অভজ্ঞতাৰ আঁৰ কাপোৰ’ৰ ধাৰণাটো কাৰ? 

(ক) জন ৰাউলছ।

(খ) গ্লোকন।

(গ) প্লেটো।

(ঘ) এডি মাণ্টাছৰ।

উত্তৰঃ (ক) জন ৰাউলছৰ। 

১১। ন্যায় প্রতিষ্ঠাৰ বাবে জন ৰাউলছে পোষকতা কৰা নীতি কি কি?

(ক) অসমতাৰ নীতি।

(খ) অৰ্থনৈতিক অসমতা।

(গ) সমতাৰ নীতি।

(ঘ) নাগৰিক সমতা।

উত্তৰঃ (গ) সমতাৰ নীতি।

১২। ‘থি অৰি অৱ জাচটিছ’ গ্রন্থখনৰ লিখক কোন?

(ক) গ্লোকন।

(খ) ৰুছো।

(গ) জ’ন ৰাউলছ।

(ঘ) চেফালাছ।

উত্তৰঃ (গ) জ’ন ৰাউলছ।

১৩। ৰাজনৈতিক ন্যায় কোনে নিশ্চিত কৰে? 

(ক) সমতা।

(খ) গণতন্ত্ৰ।

(গ) ন্যায়ে।

(ঘ) সংবিধানে।

উত্তৰঃ (ঘ) সংবিধানে। 

১৪। ন্যায় শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

(ক) গ্ৰীক শব্দ ‘ডিকাইছোম’ ভাষাৰ পৰা।

(খ) লেটিন ভাষাৰ পৰা।

(গ) পলিচি ভাষাৰ পৰা।

(ঘ) গ্ৰীক ভাষাৰ পৰা।

উত্তৰঃ (ক) গ্ৰীক শব্দ ‘ডিকাইছোম’ ভাষাৰ পৰা।

১৫। ন্যায়ৰ নাম হ’ল-

(ক) অর্থনৈতিক ন্যায়।

(খ) সামাজিক ন্যায়।

(গ) নাগৰিক ন্যায়।

(ঘ) সমাজ ন্যায়।

উত্তৰঃ (খ) সামাজিক ন্যায়।

১৫। বিতৰণমূলক ন্যায় ধাৰণাটো কোনে আগবঢ়াইছিল?   

(ক) এৰিষ্ট’টলে।

(খ) ইমানুৱেল কাণ্ট।

(গ) চক্ৰেটিছ।

(ঘ) দাৰ্শনিক কনফুচিয়াছ।

উত্তৰঃ (ক) এৰিষ্ট’টলে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top