Class 11 Political Science MCQ Chapter 5 অধিকাৰ

Class 11 Political Science MCQ Chapter 5 অধিকাৰ Solutions, HS 1st Year Political Science MCQ Notes, Class 11 Political Science MCQ Chapter 5 অধিকাৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science Objective Types Question Answer and select needs one.

Class 11 Political Science MCQ Chapter 5 অধিকাৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Political Science MCQ Notes for All Subject, You can practice these here.

অধিকাৰ

Chapter – 5

PART – II

MULTIPLE CHOICE QUESTION ANSWER

১। ৰাষ্ট্ৰসংঘই ‘সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা-পত্ৰ’খন কেতিয়া গ্রহণ কৰিছিল? 

(ক) ১৯৪৪ চনৰ ১৬ ডিচেম্বৰত।

(খ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।

(গ) ১৯৪৮ চনৰ ১০ ডিচেম্বৰত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ১৯৪১ চনৰ ১৮ ডিচেম্বৰত।

উত্তৰঃ (গ) ১৯৪৮ চনৰ ১০ ডিচেম্বৰত।

২। ‘অধিকাৰ হ’ল সমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবিলাক নহ’লে সাধাৰণতে মানুহে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে।” এই উক্তিটো কাৰ? 

(ক) প্লেটো।

(খ) ল’ক।

(গ) ৰুছো।

(ঘ) লাক্সিৰ।

উত্তৰঃ (ঘ) লাক্সিৰ। 

৩। ভোটদানৰ অধিকাৰ কোন শ্ৰেণীৰ অধিকাৰত অন্তর্ভুক্ত? 

(ক) নাগৰিক অধিকাৰ।

(খ) ৰাজনৈতিক অধিকাৰ।

(গ) কৰ্ম সংস্থানৰ অধিকাৰ।

(ঘ) সামাজিক অধিকাৰ।

উত্তৰঃ (খ) ৰাজনৈতিক অধিকাৰ।

৪। এটা মৌলিক অধিকাৰ উল্লেখ কৰা।

(ক) শিক্ষাৰ অধিকাৰ।

(খ) মানৱ অধিকাৰ।

(গ) সাৰ্বজনীন অধিকাৰ।

(ঘ) নৈতিক অধিকাৰ।

উত্তৰঃ (ক) শিক্ষাৰ অধিকাৰ।

৫। প্রাকৃতিক অধিকাৰৰ এজন সমৰ্থকৰ নাম লিখা।

(ক) ল’ক।

(খ) লাস্কি।

(গ) কাল মাৰ্ক্স।

(ঘ) হেগেল।

উত্তৰঃ (ক) ল’ক।

৬। ভাৰতীয় সংবিধানৰ কোন অংশত মৌলিক অধিকাৰসমূহ অন্তর্ভুক্ত কৰা হৈছে?

(ক) চতুৰ্থ অংশত।

(খ) তৃতীয় অংশত।

(গ)  সপ্তম অংশত।

(ঘ) নৱম অংশত।

উত্তৰঃ (খ) তৃতীয় অংশত।

৭। অধিকাৰ ৰক্ষাৰ এটা উপায়-

(ক) সংবিধান।

(খ) আইনৰ শাসন।

(গ) ন্যায় সঙ্গত।

(ঘ) শিক্ষা।

উত্তৰঃ (ক) সংবিধান।

৮। ভাৰতীয় সংবিধানত কেই প্ৰকাৰৰ মৌলিক অধিকাৰ উল্লেখ আছে? 

(ক) আঠ প্ৰকাৰৰ।

(খ) ছয় প্ৰকাৰৰ।

(গ) দহ প্ৰকাৰৰ।

(ঘ) পাঁচ প্ৰকাৰৰ।

উত্তৰঃ (খ) ছয় প্ৰকাৰৰ। 

৯। জীৱনৰ অধিকাৰ কোন শ্ৰেণীৰ অধিকাৰ? 

(ক) মানৱ অধিকাৰ।

(খ) ৰাজনৈতিক অধিকাৰ।

(গ) স্বাধীনতা অধিকাৰ।

(ঘ) নাগৰিকৰ পৌৰ অধিকাৰ।

উত্তৰঃ (ঘ) নাগৰিকৰ পৌৰ অধিকাৰ। 

১০। ধূমপান বা ড্রাগচ সেৱন এটা মৌলিক অধিকাৰ হয় নে? 

(ক) নহয়।

(খ) হয়

(গ) নহবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) নহয়।

১১। জীৱনৰ অধিকাৰ এটা কি অধিকাৰ-

(ক) নাগৰিক অধিকাৰ।

(খ) ভোটদানৰ অধিকাৰ।

(গ) আইন অধিকাৰ।

(ঘ) সাৰ্বজনীন অধিকাৰ। 

উত্তৰঃ (ক) নাগৰিক অধিকাৰ।

১২। অধিকাৰে সূচায়-

(ক) সমাজ।

(খ) নাগৰিক।

(গ) মানৱ।

(ঘ) কৰ্তব্য।

উত্তৰঃ (ঘ) কৰ্তব্য।

১৩। ভোটদান কৰা এক নাগৰিক অধিকাৰ- 

(ক) ৰাজনৈতিক।

(খ) নাগৰিক। 

(গ) মৌলিক।

(ঘ) স্বাধীনতা।

উত্তৰঃ (ক) ৰাজনৈতিক।

১৩। অধিকাৰৰ আঁৰত থকা শক্তিটো হ’ল –

(ক) আইন।

(খ) চৰকাৰ।

(গ) আদালত।

(ঘ) ৰাষ্ট্ৰ।

উত্তৰঃ (ক) আইন।

১৪। নাগৰিক অধিকাৰ ব্যক্তিক কিহে প্ৰদান কৰে।

(ক) দাবী।

(খ) ৰাষ্ট্ৰ।

(গ) সংবিধান।

(ঘ) শিক্ষা।

উত্তৰঃ (খ) ৰাষ্ট্ৰ।

১৫। ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে –

(ক) তৃতীয়।

(খ) চতুৰ্থ।

(গ) পঞ্চম।

(ঘ) সপ্তম।

উত্তৰঃ (ক) তৃতীয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top