Class 11 Political Science MCQ Chapter 6 নাগৰিকত্ব

Class 11 Political Science MCQ Chapter 6 নাগৰিকত্ব Solutions, HS 1st Year Political Science MCQ Notes, Class 11 Political Science MCQ Chapter 6 নাগৰিকত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science Objective Types Question Answer and select needs one.

Class 11 Political Science MCQ Chapter 6 নাগৰিকত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Political Science MCQ Notes for All Subject, You can practice these here.

নাগৰিকত্ব

Chapter – 6

PART – II

MULTIPLE CHOICE QUESTION ANSWER

১। এজন ব্যক্তি এখন দেশৰ নাগৰিক হিচাবে পৰিচয় পাবলৈ নূন্যতম কিমান বছৰৰ প্ৰয়োজন?

(ক) ২১ বছৰ।

(খ) ১৮ বছৰ।

(গ) ১৬ বছৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ২০ বছৰ।

উত্তৰঃ (খ) ১৮ বছৰ।

২। ব্যক্তি এজনক নাগৰিকৰ অধিকাৰ কিয় প্ৰয়োজন ?

(ক) যাতায়তৰ বাবে।

(খ) ব্যক্তিৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ বাবে।

(গ) জীয়াই থকাৰ বাবে।

(ঘ) ব্যক্তিগত।

উত্তৰঃ (খ) ব্যক্তিৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ বাবে

৩। কোনো দেশ এখনত এজন ব্যক্তিয়ে নিজৰ নাগৰিকত্ব লাভ কৰা একেবাৰে সহজ পদ্ধতিটো কি?

(ক) জন্ম সূত্ৰে।

(খ) বিবাহৰ সূত্ৰে।

(গ) অধিকাৰ।

(ঘ) নাগৰিক।

উত্তৰঃ (ক) জন্ম সূত্ৰে।

৪। এগৰাকী মহিলাই অন্য এখন দেশত নাগৰিকত্ব  লাভ কৰিব পৰা এটা উপায় হল-

(ক)  জন্মসূত্ৰে।

(খ) বিবাহ সূত্ৰে।

(গ) ভোটদানৰ অধিকাৰ।

(ঘ) স্বাধীনতাৰ অধিকাৰ।

উত্তৰঃ (খ) বিবাহ সূত্ৰে।

৫। ৰাজনীতি বিজ্ঞানত ‘বিশ্ব নাগৰিকত্ব’ৰ ধাৰণাটো আছেনে ?

(ক) আছে।

(খ) নাই।

(গ) নহবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) আছে।

৬। নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ সৰ্বপ্ৰথম ধাৰণা কেতিয়া উত্থাপিত হৈছিল ?

(ক) ১৯৪৭ চনত।

(খ) ১৭৮৯ চনত

(গ) ১৯২১ চনত।

(ঘ) ১৭৮৪ চনত।

উত্তৰঃ (খ) ১৭৮৯ চনত।

৭। নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ সৰ্বপ্ৰথম ধাৰণা কাৰ দ্ধাৰা উত্থাপিত হৈছিল ?

(ক) ফৰাচী বিপ্লৱী সকলৰ দ্বাৰা।

(খ) ইংৰাজ সকলৰ দ্বাৰা।

(গ) ৰাষ্ট্ৰৰ দ্বাৰা।

(ঘ) পেলেষ্টাইনীসকলৰ দ্বাৰা।

উত্তৰঃ (ক) ফৰাচী বিপ্লৱী সকলৰ দ্বাৰা।

৮। জন্মসূত্ৰৰ দ্বাৰাহে কেৱল নাগৰিকত্ব পাব পাৰি নেকি ?

(ক) হয়।

(খ) নহয়।

(গ) হবও পাৰে।

(ঘ) ওপৰৰ আটাকেইটা।

উত্তৰঃ (খ) নহয়।

৯। ‘দেশৰ প্ৰতি নাগৰিকৰ যথেষ্ট দায়বদ্ধতা আছে কথাযাৰ শুদ্ধ হয়নে?

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

(গ) শুদ্ধ হবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) শুদ্ধ।

১০। নাগৰিকত্বৰ কাৰণে হোৱা এটা আন্দোলনৰ নাম হল-

(ক) চিপকো আন্দোলন।

(খ) কা আন্দোলন।

(গ) স্বাধীনতা আন্দোলন।

(ঘ) সামাজিক আন্দোলন।

উত্তৰঃ (খ) কা আন্দোলন।

১১। যিখন ৰাষ্ট্ৰত বাস কৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰি আমি নিজকে কি হিচাপে চিনাকি দিওঁ-

(ক) জাৰ্মান।

(খ) জাপানী।

(গ) ভাৰতীয়।

(ঘ) নাগৰিক।

উত্তৰঃ (গ) ভাৰতীয়।

১২। তেওঁলোকে ক’ত ভ্ৰমন কৰিছিল?

(ক) জাৰ্মান।

(খ) ইটালী।

(গ) দিখৌ।

(ঘ) নেপাল।

উত্তৰঃ (ক) জাৰ্মান।

১৩। ভাৰতত নাগৰিকত্ব হেৰুওৱাৰ এটা কাৰণ লিখা।

(ক) এখন দেশৰ নাগৰিক।

(খ) আন এখন দেশৰ দেশীয়কৃত নাগৰিকত্ব গ্রহণ কৰে।

(গ) তেওঁ নিজ দেশৰ নাগৰিকত্ব হেৰুৱায়।

(ঘ) ৰাষ্ট্ৰভেদে নাগৰিকক প্ৰদান কৰা।

উত্তৰঃ (খ) আন এখন দেশৰ দেশীয়কৃত নাগৰিকত্ব গ্রহণ কৰে।

১৪। সার্বজনীন ভোটাধিকাৰ প্ৰদানৰ আগতে সার্বজনীন শিক্ষা দিয়া প্রয়োজন বুলি কোনে কৈছিল?

(ক) J.S.Mill

(খ) ৰুছো।

(গ) প্লেটো।

(ঘ) মেকঞ্জি।

উত্তৰঃ (ক) J.S.Mill।

১৫। এজন ব্যক্তি একে সময়তে দুখন ৰাষ্ট্ৰৰ নাগৰিক হ’ব পাৰেনে?

(ক) পাৰেনে।

(খ) পাৰে।

(গ) নহব পাৰে।

(ঘ) নহবও পৰ।

উত্তৰঃ (গ) নোৱাৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top