Class 11 Political Science MCQ Chapter 2 স্বাধীনতা

Class 11 Political Science MCQ Chapter 2 স্বাধীনতা Solutions, HS 1st Year Political Science MCQ Notes, Class 11 Political Science MCQ Chapter 2 স্বাধীনতা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science Objective Types Question Answer and select needs one.

Class 11 Political Science MCQ Chapter 2 স্বাধীনতা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Political Science MCQ Notes for All Subject, You can practice these here.

স্বাধীনতা

Chapter – 2

POLITICAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

১। লিভাৰ কোন ভাষাৰ শব্দ?

(ক) লেটিন।

(খ) ইংৰাজী।

(গ) ৰোমান।

(ঘ) গ্ৰীক।

উত্তৰঃ (ক) লেটিন।

২। স্বৰাজ মানে হ’ল-

(ক) নিজৰ শাসন।                           

(খ) ৰজাৰ শাসন।

(গ) চৰকাৰৰ শাসন।                        

(ঘ) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (ক) নিজৰ শাসন।

৩। ‘On liberty’ নামৰ গ্ৰন্থখনৰ লিখক কোন? 

(ক) বাল গংগাধৰ তিলক।

(খ) মহাত্মা গান্ধী।

(গ) জন টুৱাৰ্ট মিল।

(ঘ) জন ল’ক।

উত্তৰঃ (গ) জন টুৱাৰ্ট মিল।

৪। আংছান চ্যুকীয়ে লিখা গ্ৰন্থখনৰ নাম হ’ল- 

(ক) ফ্রিডম অৱ এক্সপ্ৰেছৰ।

(খ) ফ্রিডম অৱ ফিয়াৰ।

(গ) অন লিবাৰ্টি।

(ঘ) “লং ৱাক টু ফ্ৰীডম”।

উত্তৰঃ (খ) ফ্রিডম অৱ ফিয়াৰ।

৫। অৰ্থনৈতিক স্বাধীনতা মানে –

(ক) নিৰক্ষৰতাৰ পৰা স্বাধীনতা।

 (খ) অভাৱযুক্ত স্বাধীনতা।

(গ) সমাজৰ পৰা মুক্ত।

 (ঘ) ধৰ্মৰ পৰা মুক্ত।     

উত্তৰঃ (খ) অভাৱযুক্ত স্বাধীনতা।

৬। জন ষ্টুৱাৰ্ট মিলে লিখা গ্ৰন্থখনৰ নাম – 

(ক) ডাচ কেপিটেল। 

(খ) অন লিবাৰ্টি। 

(গ) পলিটিকচ্।   

(ঘ)  ৰিপাব্লিক।

উত্তৰঃ (খ) অন লিবাৰ্টি। 

৭। Freedom of Fear ‘ নামৰ গ্ৰন্থখন কোনে লিখিছিল? 

(ক) জন ষ্টুৱাৰ্ট মিলে।

(খ) লাস্কি।

(গ) আং চাং ছ্যুউ কীয়ে।

(ঘ) ৰুছো।

উত্তৰঃ (গ) আং চাং ছ্যুউ কীয়ে।

৮। ‘Hind Swaraj’ নামৰ গ্ৰন্থখন কোনে লিখিছিল? 

(ক) নেলচন মেণ্ডেলা।

(খ) মহাত্মা গান্ধী।

(গ) মহাত্মা গান্ধী।

(ঘ) জন ল’ক।

উত্তৰঃ (খ) মহাত্মা গান্ধী।

৯৷ উদাৰতাবাদ মানে-

(ক) সমাজ ব্যৱস্থা।

(খ) সংস্কাৰ।

(গ) স্বাধীনতা।

(ঘ) প্ৰাধান্য।

উত্তৰঃ (ক) সমাজব্যৱস্থা।

১০। নেলচন মেণ্ডেলাৰ প্ৰিয় খেল আছিল?

(ক) বক্সিং।

(খ) ফুটবল।

(গ) ক্ৰিকেট।

(ঘ) ভলিবল।

উত্তৰঃ (ক) বক্সিং।

১১। উদাৰতাবাদৰ প্রধান দিশ এটা কি ? 

(ক) ধ্রুপদী।

(খ) আধুনিক।

(গ) সনাতন।

(ঘ) স্বাধীনতা।

উত্তৰঃ (ক) ধ্রুপদী।

১২। আধুনিক উদাৰতাবাদৰ এটা মূল নীতিৰ উল্লেখ কৰা। 

(ক) ব্যক্তিৰ প্রাকৃতিক।

(খ) অধিকাৰ।

(গ) ৰাষ্ট্ৰ।

(ঘ) আৰােপ।

উত্তৰঃ (ক) ব্যক্তিৰ প্রাকৃতিক।

১৩। উদাৰতাবাদৰ এটা দোষ হ’ল-

(ক) সিদ্ধান্ত।

(খ) দায়িত্ব।

(গ) ইচ্ছাকৃত।

(ঘ) প্রতিক্রিয়াশীল ধাৰণা।

উত্তৰঃ (ঘ) প্রতিক্রিয়াশীল ধাৰণা।

১৪। “চিৰন্তন সর্তকতাই স্বাধীনতাৰ মূল” – এই কথাষাৰ কোনে কৈছিল? 

(ক) জেফাৰচন।

(খ) ৰুছো।

(গ) হেগেল।

(ঘ) অৰবিন্দ।

উত্তৰঃ (ক) জেফাৰচন। 

১৫। “স্বাধীনতা আমাৰ জন্মগত অধিকাৰ। আমি ইয়াক পাবই লাগিব।” – এই উক্তিটো কাৰ? 

(ক) জন লক।

(খ) মহাত্মা গান্ধী।

(গ) জন ষ্টুৱার্ট মিল।

(ঘ) বাল গংগাধৰ তিলক।

উত্তৰঃ (ঘ) বাল গংগাধৰ তিলক। 

১৬। “জন ষ্টুৱার্ট মিল উদাৰতাবাদৰ এজন সমর্থক আছিল।” হয়নে নহয় –

(ক) নহয়।

(খ) হয়।

(গ) হবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) হয়। 

১৭। দীপা মেহতাই নির্মাণ কৰিব বিচৰা কথাছবিখনৰ নাম কি আছিল? 

(ক) ৱাটাৰ।

(খ) মৎস্য গন্ধা।

(গ) নিষিদ্ধ নদী।

(ঘ) ভূমিপত্ৰ।

উত্তৰঃ (ক) ৱাটাৰ। 

১৫। স্বৰাজ’ৰ বিষয়ে গান্ধীজীয়ে “হিন্দু স্বৰাজ” কেতিয়া লিখিছিল ? 

(ক) ১৯০৪ চনত।

(খ) ১৯০৬ চনত।

(গ) ১৯০১ চনত।

(ঘ) ১৯০৯ চনত।

উত্তৰঃ (ঘ) ১৯০৯ চনত। 

১৬। স্বাধীনতাৰ নাম হ’ল-

(ক) গণতন্ত্ৰ স্বাধীনতা।

(খ) ৰাজনৈতিক স্বাধীনতা।

(গ) ভাৰত স্বাধীনতা।

(ঘ) অর্থনৈতিক স্বাধীনতা।

উত্তৰঃ (ঘ) অর্থনৈতিক স্বাধীনতা। 

১৭। স্বাধীনতা বুজোৱা ‘লাইবাৰ’ শব্দটো কোনটো শব্দৰ পৰা আহিছে?

(ক) লেটিন শব্দৰ পৰা।

(খ) ইংৰাজীৰ শব্দৰ পৰা।

(গ) গ্ৰীক শব্দৰ পৰা।

(ঘ) পলিচি শব্দৰ পৰা।

উত্তৰঃ (ক)  লেটিন শব্দৰ পৰা।

১৮। কাৰ মতে, ‘স্বতন্ত্ৰতা অতিৰিক্ত শাসনৰ বিৰোধী বস্তু’ ?

(ক) ছিলিৰ মতে।

(খ) জন ল’কৰ মতে।

(গ) এৰিষ্ট’টলৰ মতে।

(ঘ) জেফাৰচনৰ মতে।

উত্তৰঃ (ক) ছিলিৰ মতে।

১৯। ‘সকলো বাধাৰ অভাৱেই স্বতন্ত্ৰতা নহয়, বৰঞ্চ অযুক্তিসংগতবোৰৰ সলনি যুক্তিসংগতবোৰ ব্যৱহাৰ কৰাটোহে। ‘ -এইটো কাৰ উক্তি?

(ক) নেলচন মেণ্ডেলা।

(খ) বাৰ্ণাৰ।

(গ) ম্যাককনি।

(ঘ) বাল গংগাধৰ তিলক।

উত্তৰঃ (গ) ম্যাককনি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top