Class 11 Political Science MCQ Chapter 1 ৰাজনৈতিক তত্ত্বৰ এটি পৰিচয়

Class 11 Political Science MCQ Chapter 1 ৰাজনৈতিক তত্ত্বৰ এটি পৰিচয় Solutions, HS 1st Year Political Science MCQ Notes, Class 11 Political Science MCQ Chapter 1 ৰাজনৈতিক তত্ত্বৰ এটি পৰিচয় Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science Objective Types Question Answer and select needs one.

Class 11 Political Science MCQ Chapter 1 ৰাজনৈতিক তত্ত্বৰ এটি পৰিচয়

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Political Science MCQ Notes for All Subject, You can practice these here.

ৰাজনৈতিক তত্ত্বৰ এটি পৰিচয়

Chapter – 1

PART – II

MULTIPLE CHOICE QUESTION ANSWER

১। ৰাজনীতি শব্দটো ক’ৰ পৰা আহিছে? 

(ক) লেটিন।

(খ) পলিচ।

(গ) গ্ৰীক।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ফৰাচী।

উত্তৰঃ (গ) গ্ৰীক।

২। কোন চনত অসম চুক্তি সম্পাদিত হয়?

(ক) ১৯৮১ চনত।

(খ) ১৯৮০ চনত।

(গ) ১৯৮৫ চনত।

(ঘ) ১৯৮৬ চনত।

উত্তৰঃ (গ) ১৯৮৫ চনত।

৩। ‘হিন্দ স্বৰাজ’ গ্ৰন্থখনৰ লেখক কোন?

(ক) মহাত্মা গান্ধী।

(খ) লৰ্ড ৱাইচে।

(গ) বি. আৰ আম্বেদকাৰ।

(ঘ) আডাম স্মিথ।

উত্তৰঃ (ক) মহাত্মা গান্ধী।

৪। ৰাজনৈতিক স্বাধীনতা উল্লেখ কৰা।

(ক) ৰাজনৈতিক দল গঠনৰ স্বাধীনতা।

(খ) ভোটদানৰ স্বাধীনতা।

(গ) অৰ্থনৈতিক স্বাধীনতা।

(ঘ) নাগৰিক স্বাধীনতা।

উত্তৰঃ (খ) ভোটদানৰ স্বাধীনতা।

৫। ‘Liber’ কোন ভাষাৰ শব্দ?

(ক) ফৰাচী।

(খ) লেটিন।

(গ) গ্ৰীক।

(ঘ) পলিচ।

উত্তৰঃ (খ) লেটিন।

৬। জ্ঞানী ব্যক্তি বুলি কাক কোৱা হৈছিল?

(ক) প্লেটো।

(খ) জন ল’ক।

(গ) ৰুছো।

(ঘ) চক্ৰেটিছ।

উত্তৰঃ (ঘ) চক্ৰেটিছ।

৭। চক্ৰেটিছৰ শিষ্য কোন আছিল?

(ক) প্লেটো।

(খ) এৰিষ্ট’টল।

(গ) মহাত্মা গান্ধী।

(ঘ) লৰ্ড এক্টন।

উত্তৰঃ (ক) প্লেটো।

৮। গান্ধীবাদী নিৰ্দেশাত্মক নীতি উল্লেখ কৰা।

(ক) কুটীৰ শিল্পৰ প্ৰসাৰণৰ নীতি।

(খ) ৰাজনৈতিক তত্ত্ব নীতি।

(গ) স্বায়ত্ব শাসন প্ৰৱৰ্তন নীতি।

(ঘ) সমতা আৰু কৃতত্ব নীতি।

উত্তৰঃ (গ) স্বায়ত্ব শাসন প্ৰৱৰ্তন নীতি।

৯। ভাৰতীয় ৰাজনৈতিক চিন্তাবিধৰ নাম লিখা।

(ক) বি. আৰ আম্বেদকাৰ।

(খ) আইভাৰ ব্ৰাউন।

(গ) জন চিলি।

(ঘ) দাৰ্শনিক ব্লাণ্টস্লি।

উত্তৰঃ (ক) বি. আৰ আম্বেদকাৰ।

১০। ৰাজনৈতিক তত্ত্ববিধৰ সমতা –

(ক) স্বাধীনতা।

(খ) অধিকাৰ।

(গ) উন্নয়ন।

(ঘ) ন্যায়।

উত্তৰঃ (ক) স্বাধীনতা।

১১। যেতিয়া ঘোঁৰাক অনিষ্ট কৰিব, সি আগতকৈ উৎকৃষ্ট হ’ব নে নিকৃষ্ট হ’ব।

(ক) অনিষ্ট।

(খ) নিকৃষ্ট।

(গ) উৎকৃষ্ট।

(ঘ) বহিষ্ট্।

উত্তৰঃ (খ) নিকৃষ্ট।

১২। কোনে অনুসূচিত জাতিৰ লোকসকলৰ বাবে বিশেষ সাংবিধানিক সুৰক্ষা ব্যৱস্থাৰ সমৰ্থন কৰিছিল?

(ক) ড° বি. আৰ আম্বেদকাৰ।

(খ) এৰিষ্ট’টল।

(গ) প্লেটো।

(ঘ) ৰুছো।

উত্তৰঃ (ক) ড° বি. আৰ আম্বেদকাৰ।

১৩। ৰাজনৈতিক তত্ত্বৰ কি ধাৰণা আছে?

(ক) ধৰ্মনিৰপেক্ষতা।

(খ) অবাস্তৱতা।

(গ) সমতা।

(ঘ) স্বাধীনতা।

উত্তৰঃ (ক) ধৰ্মনিৰপেক্ষতা।

১৪। ৰাজনৈতিক তত্ত্ব (‘Theoria’) ৰ উদ্ভৱ কোন শব্দৰ পৰা আহিছে?

(ক) গ্ৰীক।

(খ) ফৰাচী।

(গ) পলিচ।

(ঘ) আৰবী।

উত্তৰঃ (ক) গ্ৰীক।

১৫। ফৰাচী বিপ্লৱৰ মূল ধ্বনি কি আছিল? 

(ক) স্বাধীনতা।

(খ) সমতা।

(গ) ভাতৃত্ব।

(ঘ) প্ৰগতিশীল।

উত্তৰঃ (গ) ভাতৃত্ব।

1 thought on “Class 11 Political Science MCQ Chapter 1 ৰাজনৈতিক তত্ত্বৰ এটি পৰিচয়”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top