Class 11 Logic and Philosophy MCQ Chapter 1 তৰ্কবিজ্ঞান

Class 11 Logic and Philosophy MCQ Chapter 1 তৰ্কবিজ্ঞান Question Answer, HS 1st Year Logic and Philosophy MCQ Solutions, Class 11 Logic and Philosophy MCQ Chapter 1 তৰ্কবিজ্ঞান Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Logic and Philosophy Objective Type Question Answer and select needs one.

Class 11 Logic and Philosophy MCQ Chapter 1 তৰ্কবিজ্ঞান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Logic and Philosophy Objective Type Solutions for All Subject, You can practice these here.

তৰ্কবিজ্ঞান

Chapter – 1

MULTIPLE CHOICE QUESTION ANSWER

১। জ্ঞানক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। তর্কবিজ্ঞানৰ মুখ্য আলোচ্যৰ বিষয় কি?

(ক) শব্দ।

(খ) অনুমান।

(গ) বাহ্যপ্ৰত্যক্ষ।

(ঘ) অন্তপ্ৰত্যক্ষ।

উত্তৰঃ (খ) অনুমান।

৩। কোনটো জ্ঞানত ত্ৰুটি বা ভুল-ভ্রান্তি সম্ভৱ?

(ক) প্রত্যক্ষ জ্ঞান।

(খ) অন্তপ্ৰত্যক্ষ জ্ঞান।

(গ) পৰোক্ষ জ্ঞান।

(ঘ) বাহ্যপ্ৰত্যক্ষ জ্ঞান।

উত্তৰঃ (গ) পৰোক্ষ জ্ঞান।

৪। কোনটো সত্যতাক আকাৰগত সত্যতা বোলে?

(ক) সংগতিপূৰ্ণ চিন্তা।

(খ) চিন্তাৰ আকাৰ।

(গ) চিন্তাৰ উপাদান।

(ঘ) বাস্তৱ জগতৰ পৰিস্হিতি।

উত্তৰঃ (ক) সংগতিপূৰ্ণ চিন্তা।

৫। বিশুদ্ধ তর্কবিজ্ঞানৰ আন এটা নাম কি?

(ক) বস্তুনিষ্ঠ তর্কবিজ্ঞান।

(খ) প্ৰয়োগিক তর্কবিজ্ঞান।

(গ) অনুমানযুক্ত তর্কবিজ্ঞান।

(ঘ) সংগতিপূর্ণ তর্কবিজ্ঞান।

উত্তৰঃ (ঘ) সংগতিপূর্ণ তর্কবিজ্ঞান।

৬। কোনটো তর্কবিজ্ঞান সিদ্ধান্তৰ বস্তুগত সত্যতাৰ ওপৰত গুৰুত্ব দিয়ে?

(ক) আকাৰনিষ্ঠ তর্কবিজ্ঞান।

(খ) বিশুদ্ধ তর্কবিজ্ঞান।

(গ) বস্তুনিষ্ঠ তর্কবিজ্ঞান।

(ঘ) আকৰনিষ্ঠ তর্কবিজ্ঞান।

উত্তৰঃ (গ) বস্তুনিষ্ঠ তর্কবিজ্ঞান।

৭। কলাবিদ্যাৰ ভিত্তি কি?

(ক) বিজ্ঞান।

(খ) অনুমান।

(গ) অভ্যাস।

(ঘ) চিন্তা।

উত্তৰঃ (ক) বিজ্ঞান।

৮। বিজ্ঞানক কেইভাগত ভাগ কৰা হয়?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা

(ঘ) দুটা।

উত্তৰঃ (ঘ) দুটা।

৯। মনোবিজ্ঞান কি ধৰণৰ বিজ্ঞান?

(ক) আদর্শনিষ্ঠ বিজ্ঞান।

(খ) বিষয়নিষ্ঠ বিজ্ঞান।

(গ) শৈলীবদ্ধ বিজ্ঞান।

(ঘ) অনুমানমূলক বিজ্ঞান।

উত্তৰঃ (খ) বিষয়নিষ্ঠ বিজ্ঞান।

১০। কোনটো বিজ্ঞানে আদর্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে?

(ক) নীতিবিজ্ঞান।

(খ) পদার্থবিজ্ঞান।

(গ) মনোবিজ্ঞান।

(ঘ) উদ্ভিদবিজ্ঞান।

উত্তৰঃ (ক) নীতিবিজ্ঞান।

১১। তর্কবিজ্ঞানৰ আলোচ্য বিষয় কি?

(ক) চিন্তাৰ মূল প্ৰক্ৰিয়া।

(খ) অনুমান আৰু যুক্তি।

(গ) পদ আৰু বচন।

(ঘ) মাত্ৰ পৰিণাম।

উত্তৰঃ (খ) অনুমান আৰু যুক্তি।

১২। মানুহে কিহৰ মাইধ্যমেৰে শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকে?

(ক) একান্তভাৱে।

(খ) অনুভৱৰ জৰিয়তে।

(গ) প্ৰকৃতিৰ পৰা।

(ঘ) তর্কবিজ্ঞানৰ মাধ্যমে।

উত্তৰঃ (ঘ) তর্কবিজ্ঞানৰ মাধ্যমে।

১৩। তর্কবিজ্ঞান অধ্যয়ন নকৰা লোকসকলৰ বাবে কি দায়ী হ’ব নোৱাৰে?

(ক) দৃষ্টিভংগী।

(খ) শুদ্ধ চিন্তা নকৰা।

(গ) অসম্পূৰ্ণ অনুমান।

(ঘ) নিয়ম নুশুনা।

উত্তৰঃ (খ) শুদ্ধ চিন্তা নকৰা।

১৪। বিজ্ঞানক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

১৫। তলৰ কোনটো বিষয়নিষ্ঠ বিজ্ঞানৰ উদাহৰণ?

(ক) দর্শন।

(খ) নীতিবিজ্ঞান।

(গ) পদার্থবিজ্ঞান।

(ঘ) সমাজবিজ্ঞান।

উত্তৰঃ (গ) পদার্থবিজ্ঞান।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top