Class 11 Logic and Philosophy MCQ Chapter 2 পদ

Class 11 Logic and Philosophy MCQ Chapter 2 পদ Question Answer, HS 1st Year Logic and Philosophy MCQ Solutions, Class 11 Logic and Philosophy MCQ Chapter 2 পদ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Logic and Philosophy Objective Type Question Answer and select needs one.

Class 11 Logic and Philosophy MCQ Chapter 2 পদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Logic and Philosophy Objective Type Solutions for All Subject, You can practice these here.

পদ

Chapter – 2

MULTIPLE CHOICE QUESTION ANSWER

১। ‘কাণ্ট’ বচনত কেনেকৈ ব্যৱহৃত কৰা হৈছে?

(ক) বিধেয়।

(খ) উদ্দেশ্য।

(গ) সংযোজক।

(ঘ) পৰ্যায়।

উত্তৰঃ (খ) উদ্দেশ্য।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ সম্পর্কৰ নিয়ম কিমান?

(ক) এক।

(খ) দুই।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

৩। এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিবলৈ বৰ্ণ সমষ্টিক কি বোলে?

(ক) পদ।

(খ) শব্দ।

(গ) বাক্য।

(ঘ) ধাতু।

উত্তৰঃ (খ) শব্দ।

৪। ‘মানুহ’ পদৰ লক্ষণার্থ কি?

(ক) সকলো মানুহ।

(খ) শিক্ষক।

(গ) প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি।

(ঘ) প্ৰকৃতি। 

উত্তৰঃ (গ) প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি।

৫। বিশিষ্ট পদ কেই প্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) পাঁচ প্ৰকাৰৰ। 

উত্তৰঃ (ক) দুই প্ৰকাৰৰ।

৬। কোনজন পণ্ডিতৰ মতে অলক্ষণাৰ্থক পদৰ কেৱল বাচ্যার্থ থাকে?

(ক) আচার্য গোপাল।

(খ) পাণিনি।

(গ) ওৱেল্টন।

(ঘ) অৰবিন্দ।

উত্তৰঃ (গ) ওৱেল্টন।

৭। তলৰ কোনটো পদ লক্ষণার্থক পদৰ উদাহৰণ?

(ক) জন্তু।

(খ) চেন্নাই।

(গ) যোৰহাট।

(ঘ) মানুহ।

উত্তৰঃ (ঘ) মানুহ।

৮। যদু, মধু, চেন্নাই কোনধৰণৰ পদৰ উদাহৰণ?

(ক) লক্ষণার্থক পদ।

(খ) অলক্ষণার্থক পদ।

(গ) গুণসূচক পদ।

(ঘ) সমাৰ্থক পদ।

উত্তৰঃ (খ) অলক্ষণার্থক পদ।

৯। ‘চতুর্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360°’ কোন প্ৰকাৰৰ বচন?

(ক) সন্দেহাত্মক বচন।

(খ) সম্ভাব্য বচন।

(গ) অনিবার্য বচন।

(ঘ) অনিৰ্দেশিত বচন।

উত্তৰঃ (গ) অনিবার্য বচন।

১০। সকল্পক বচনত কেইটা অংশ থাকে?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

১১। সকল্পক বচনৰ দুটা অংশ কি কি?

(ক) মুখ্য আৰু গৌণ।

(খ) উদ্দেশ্য আৰু বিধেয়।

(গ) সদর্থক আৰু নঞর্থক।

(ঘ) পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী।

উত্তৰঃ (ঘ) পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী।

১২। নিশ্চয়তা অনুসৰি বচনক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) এটা ভাগত।

(খ) দুটা ভাগত।

(গ) তিনিটা ভাগত।

(ঘ) চাৰিটা ভাগত।

উত্তৰঃ (গ) তিনিটা ভাগত।

১৩। তলৰ কোনটো বচনৰ অংশ নহয়?

(ক) উদ্দেশ্য।

(খ) বিধেয়।

(গ) সম্বন্ধসূচক চিন।

(ঘ) অৱধাৰণ।

উত্তৰঃ (ঘ) অৱধাৰণ।

১৪। তলৰ কোনটো ‘উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সংযোজক’?

(ক) পদ।

(খ) ধাৰণা।

(গ) চিন বা শব্দ।

(ঘ) বিশেষণ।

উত্তৰঃ (গ) চিন বা শব্দ।

১৫। যদি বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে, সেই বচনক কি বোলে?

(ক) নিৰপেক্ষ বচন।

(খ) সাপেক্ষ বচন।

(গ) বিকল্প বচন।

(ঘ) সকল্পক বচন।

উত্তৰঃ (ক) নিৰপেক্ষ বচন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top