Application Requesting Transfer From One Department to Another.
To
The General – Manager
UCO Bank
Personnel Movement Deptt
Head – office
………………………
Through Chief-officer (Tinsukia Br.)
Date________
Sub: Application requesting Transfer from one department to another.
Respected Sir,
Beg to state to you that I, a staff member (PF No………….) of your bank, am now posted at Tinsukia Branch as a clerk.
Recently, I have been married to Mr. AZ, who is a senior officer of Digboi Oil Refinery and is posted there. Now he is willing to transfer our residence to Digboy. If you kindly make the necessary arrangements for my transfer posting from Tinsukia to Dharmanagar Branch, then it will be very easy for me to attend my office regularly, otherwise, I shall be bound to retire from my service.
Hope, you will take up the matter seriously and kindly do the needful.
Thanking you,
Dtd: with office seal
Yours faithfully
A. B. C. (Clerk)
Tinsukia Branch/ UCO
চাকৰিত এঠাইৰ পৰা আন ঠাইলৈ বদলিৰ কাৰণে কৰা আবেদন পত্ৰ।
প্ৰতি,
মহা প্ৰৱন্ধক
ইউকো বেঙ্ক
পাৰ্চনেল মুভমেণ্ট বিভাগ(হেড অফিচ)
চিফ অফিচাৰ (তিনিচুকীয়া শাখাৰ)ৰ মাধ্যমেৰে
তাৰিখ_________
বিষয়: ধৰ্মনগৰ শাখা/ডিগবলৈ স্থানান্তকৰণ।
মহাশয়,
মই আপোনাৰ বেঙ্কৰ এজন কৰ্মচাৰী (প্ৰ:ফা:নং…..), বৰ্তমানে মই তিনিচুকীয়া শাখাত সহায়ক হিচাবে কৰ্মৰত। অলপতে মোৰ মি:…..ৰ সৈতে বিবাহ হৈছে, যিয়ে ডিগবৈৰ অইল ৰিফাইনাৰীত চিনিয়ৰ অফিচাৰ হিচাবে কাম কৰি আছে। বৰ্তমানে তেওঁ আমাৰ বাসস্থান ডিগবৈলৈ স্থানান্তৰ কৰাৰ কথা ভাবিছে। এনে অৱস্থাত আপুনি যদি অনুগ্ৰহ কৰি মোক ডিগবৈৰ ধৰ্মনগৰ শাখালৈ বদলি কৰি দিব পাৰে তেতিয়াহে মোৰ চাকৰি বজায় ৰখা সম্ভৱ হ’ব, অন্যথা মই বাধ্য হৈ চাকৰিৰ পৰা নিবৃত্ত হ’ব লাগিব।
আশাকৰো, বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।
ধন্যবাদ।
অফিচ চীল
আপোনাৰ বিশ্বাসী
শ্ৰীমতী……………..
ইউকো বেঙ্ক
তিনিচুকীয়া শাখা
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 9 Social Democratic Politics Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.