Resignation Letter given to an employer.
To
Secretary,
Indian Productivity Council-Calcutta
Date________
Sub: Resignation Letter given to an employer.
Dear Sir,
For certain unavoidable circumstances of my family, it has become pertinent to me to discontinue my present service, I, therefore request that I may kindly be relieved from my present duties as early as possible, in any case not later than 15th Jan, 1996.
My accounts in full may please be settled before that date.
Thanking you,
Yours faithfully
A.B.C. Accountant.
অফিচৰ কৰ্তৃপক্ষলৈ দিয়া পদত্যাগ পত্ৰ।
প্ৰতি,
সচিব,
ইণ্ডিয়ান প্ৰডাক্টিভিটি কাউন্সিল, কলকাতা
তাং………………..
বিষয়: স্কুলৰ মাচুল ৰেহাই দিয়াৰ বাবে আবেদন।
মহাশয়,
বিনীত নিবেদন এই যে, মোৰ কিছুমান এৰাব নোৱাৰা পাৰিবাৰিক কাৰণত মই মোৰ বৰ্তমান চাকৰি এৰিবলৈ বাধ্য হৈছো। গতিকে……… তাৰিখৰ ভিতৰত মোক মোৰ কৰ্তব্যৰ পৰা অব্যাহতি দিবৰ কাৰণে অনুৰোধ জনালো।
মোৰ দৰমহা আৰু ভাত্তা সংক্ৰান্ত সকলো বিষয় উক্ত তাৰিখৰ আগতে অনুগ্ৰহ কৰি মীমাংসা কৰি দিব।
ধন্যবাদ।
আপোনাৰ বিশ্বাসী
শ্ৰী…………………..
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 9 Social Economic Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.