Application for the post of a Stenographer.
(Address of the Application)
Date_______
Sub: Application for the post of a Stenographer.
Dear Sir/ Sirs,
I apply for the post of an experienced Stenographer as advertised in today’s…(… Edition).
I am a/an…. graduate of the… University. My present speeds are in Shorthand. ….. W. P. M. and in Type-writing …… W. P. M.. I have been working as a Stenographer in a middle-sized Merchant Firm for the last…… years but I seek change since I do not find any future prospects here.
I am a young, energetic man/woman of……… years with good and sound health and apply for the said post with full consent of my present Employer/Employers. I am ready to present myself for an interview at any time you prefer.
Please reply soon.
Thank You
(Address of the Employer/ Employers)
Yours faithfully,
……………………………
ষ্টেনোগ্ৰাফাৰ পদৰ বাবে আবেদন।
প্ৰতি,
(নিয়োগকৰ্তাৰ নাম আৰু ঠিকনা)
তাৰিখ_______
বিষয়: ষ্টেনোগ্ৰাফাৰ পদৰ বাবে আবেদন।
মহাশয়/ মহাশয়বৃন্দ,
আজিৰ…………….কাকতৰ বিজ্ঞাপনৰ পৰা আপোনাৰ/আপোনালোকৰ এজন অভিজ্ঞ ষ্টেনোগ্ৰাফাৰৰ আৱশ্যক বুলি জানিব পাৰি এই আবেদন পত্ৰ প্ৰেৰণ কৰিলো।
মই……………বিশ্ববিদ্যালয়ৰ………..বিভাগৰ এজন স্নাতক। বৰ্তমান মই প্ৰতি মিনিটত ………টা শব্দ টাইপ কৰিব পাৰো আৰু চৰ্টহেণ্ডত………..টা শব্দ লিখিব পাৰো। যোৱা…… বছৰ ধৰি মই এটা মধ্যম ধৰণৰ বাণিজ্যিক সংস্থাৰ ষ্টেনোগ্ৰাফাৰ হিচাপে কাম কৰি আছো। কিন্তু ইয়াত ভৱিষ্যত কোনো উন্নতিৰ সুযোগ নাই বাবে মই এই চাকৰিটো এৰিব বিচাৰিছো।
মোৰ বয়স বৰ্তমান…………… বছৰ আৰু স্বাস্থ্যও ভাল। মই মোৰ বৰ্তমান মালিকৰ/মালিকপক্ষৰ অনুমতি সাপেক্ষে এই দৰখাস্ত প্ৰেৰণ কৰিছো। আপোনাৰ/আপোনালোকৰ সময়ত সাক্ষাতকাৰৰ বাবে উপস্থিত থাকিবলৈ মই সকলো সময়তে প্ৰস্তুত।
অনুগ্ৰহ কৰি আপোনাৰ/আপোনালোকৰ মতামত অতি সোনকালে জনাব।
ধন্যবাদ।
(আবেদনকাৰীৰ ঠিকনা)
ইতি
আপোনাৰ/ আপোনালোকৰ বিশ্বাসী
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 9 Mathematics Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.