Application for the Post of Typist – clerk
To,
The Managing Director,
…………………………..
Date________
Sub: Application for the Post of Typist – clerk.
Dear Sir,
I learned to know from an advertisement published in the Telegraph Patrika dated……………… that you require the service of a Typist clerk and according to that, I wish to offer myself for the said post. Therefore, I am sending this application to you for your kind consideration. Regarding my educational qualifications, I like to state that I passed the Higher Secondary Examination from the Assam Council of Higher Secondary Education in 1994.
After that I learnt type writing in a private commercial college and my present speed is 40 W. P. M.
I am a youth of 22 years with good and sound health. I am ready to work with full responsibility. Though I have no previous experience, still I am sure that I shall be able to perform my duties efficiently and with utmost sincerity is selected.
Thanking you in anticipation and hoping for an honorable reply from your kind hands. I remain.
Applicant’s address.
……………………………….
Yours faithfully
………………………
টাইপিষ্ট কেৰাণীৰ চাকৰিৰ কাৰণে আবেদন।
প্ৰতি,
(নিয়োগকৰ্তাৰ ঠিকনা)
…………………
তাৰিখ_________
বিষয়: টাইপিষ্ট কেৰাণীৰ চাকৰিৰ কাৰণে আবেদন।
মাননীয় মহাশয়/ মহাশয়া,
যোৱা………তাৰিখৰ টেলিগ্ৰাম কাকতত প্ৰকাশিত বিজ্ঞাপন দেখি জানিব পাৰিলো যে, আপোনালোকৰ এজন টাইপিষ্ট কেৰাণীৰ প্ৰয়োজন। উক্ত পদৰ বাবে ময়ো এজন প্ৰাৰ্থী হ’ব বিচাৰিছো। সেয়েহে আপোনাৰ বিবেচনাৰ বাবে এই আবেদন পত্ৰ পঠালো।
মই যোৱা ১৯৯৪ চনত অসম উচ্চতৰ মাধ্যমিক পৰিষদৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষা পাছ কৰিছো। তাৰ পিচত মই প্ৰাইভেট কমাৰ্চিয়েল কলেজৰ পৰা টাইপ শিকো। বৰ্তমান মই মিনিটত ৪০ টাকৈ শব্দ টাইপ কৰিব পাৰো।
বৰ্তমান মোৰ বয়স ২২ বছৰ আৰু স্বাস্থ্যও ভাল। মই সম্পূৰ্ণ দায়িত্ব সহকাৰে কাম কৰিবলৈ প্ৰস্তুত। যদিও এই বিষয়ে মোৰ পূৰ্ব অভিজ্ঞতা নাই তথাপি মই নিশ্চিত যে নিযুক্তি পালে মই যথাসম্ভৱ দক্ষতা আৰু নিষ্ঠাৰে সৈতে মোৰ কৰ্তব্য পালন কৰিব পাৰিম।
আপোনাৰ ফালৰ পৰা অনুগ্ৰহপূৰ্বক উত্তৰ আশা কৰিলো।
আবেদনকাৰীৰ ঠিকনা_________
ইতি
আপোনাৰ বিশ্বাসী
………………………
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 8 Social and Political Life Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Job Application for assistant manner