Application for the Post of Traveling Salesman | ভ্ৰাম্যমান বিক্ৰয় প্ৰতিনিধিৰ চাকৰিৰ বাবে আবেদন

Application for the Post of Traveling Salesman

Join Telegram channel

(Name and Address of the Employer/ Employers)

                                          Date_________

Dear Sir/ Sirs,

As per your advertisement in the Statesman Patrika dated………for an experienced Travelling salesman for……., I like to offer my service.

I am a/an….of the…….. University.

At present I have been working as the only Travelling Sales Representative in this Region for…… of……for about…..years who is/are/the producer/producers of goods like those of yours. But since he/they can not offer me better prospects, I intend to leave my present job.

I have extensively travelled in this part of the country and have come in contact with many big and small firms and expect to book minimum orders of Rs…. …. Per year. I can speak English…. and…. fluently.

At present I am of….. years old and ready to work hard.

I am sending this application with (the) full consent of my present Employer/Employers who has/have promised to release me when necessary.

Kindly let me have your opinion as early as possible.

 Thanking you,

(Address of the Applicant)

                                          Yours sincerely

                                          ………………………

ভ্ৰাম্যমান বিক্ৰয় প্ৰতিনিধিৰ চাকৰিৰ বাবে আবেদন।

প্ৰতি,

(নিয়োগকৰ্তাৰ পদবী আৰু ঠিকনা)

                                   তাৰিখ…………

মহাশয়/ মহাশয়বৃন্দ,

যোৱা………….তাৰিখৰ……………….. কাকতত প্ৰকাশিত বিজ্ঞাপন মতে আপোনাৰ/আপোনালোকৰ এজন অভিজ্ঞ ভ্ৰাম্যমান বিক্ৰয় প্ৰতিনিধিৰ প্ৰয়োজন জানিব পাৰি। সেই পদৰ বাবে মই এই আবেদন পঠালো।

মই………….. বিশ্ববিদ্যালয়ৰ পৰা……… পৰীক্ষা পাছ কৰিছো। মই…………বছৰ ধৰি…………. ত ভ্ৰাম্যমান বিক্ৰয় প্ৰতিনিধি হিচাপে দেশৰ এই অঞ্চলত মই কাম কৰিছো। এওঁলোকেও আপোনাসকলৰ দৰে একেই বস্তু উৎপাদন কৰে। যিহেতু এওঁলোকৰ ইয়াত ভৱিষ্যত আৰু কোনো উন্নতিৰ সুযোগ নাই সেয়েহে মই বৰ্তমান কৰি থকা চাকৰিটো এৰিব বিচাৰিছো।

দেশৰ এই অঞ্চলত মই ভালদৰে ঘূৰিছো আৰু এই অঞ্চলৰ সৰু ডাঙৰ বিভিন্ন ব্যৱসায় ফাৰ্মৰ লগত মোৰ যোগাযোগ আছে। মই আশাকৰো যে বছৰে কমপক্ষেও……………টকাৰ অৰ্ডাৰ সংগ্ৰহ কৰিব পাৰিম। মই ইংৰাজী,………….আৰু……….ভাষা ভালদৰে ক’ব পাৰো। 

বৰ্তমান মোৰ বয়স……………….বছৰ আৰু মই কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰস্তুত।

মই মোৰ বৰ্তমান নিয়োগকৰ্তাৰ অনুমতি লৈ এই আবেদন পঠালো আৰু যেতিয়াই আৱশ্যক তেতিয়াই তেওঁলোকে মোক তেওঁলোকৰ কামৰ পৰা অব্যাহতি দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

অনুগ্ৰহ কৰি আপোনাৰ/আপোনালোকৰ মতামত অতি সোনকালে জনাব।

ধন্যবাদ।

(আবেদনকাৰীৰ ঠিকনা)

ইতি

                  আপোনাৰ/ আপোনালোকৰ বিশ্বাসী

 ……………………..

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top