Application for the Post of Peon.
To,
The Manager,
Date_________
Sub: Application for the Post of Peon.
Sir,
Having learned from a reliable source that you are going to appoint a peon for your office, I beg to apply for the post.
I studied up to Madhyamik and can read and write English and Hindi. I know cycling and most of the streets are known to me. I worked temporarily as a peon in a reputed firm and have gained a thorough knowledge of my work.
I am a youth of 25 years with sound health and the ability to hard work. If you give me the chance to serve you, I am sure that I shall be able to satisfy you with my diligence and sincerity within a very short period.
I fervently appeal to your gracious self to select me for the said post.
Address
Yours obediently,
……………….
পিয়নৰ পদৰ কাৰণে আবেদন।
প্ৰতি,
মাননীয় মহাশয়/মহাশয়া,
তাৰিখ………..
বিষয়: পিয়নৰ পদৰ কাৰণে আবেদন।
বিশ্বস্তসূত্ৰে জানিব পাৰিছো যে আপোনালোকে আপোনালোকৰ অফিচত এজন পিয়ন নিযুক্ত কৰিব বিচাৰিছে। মই উক্ত পদৰ বাবে আবেদন কৰিব খুজিছো।
মই মাধ্যমিক পৰীক্ষা পাছ কৰিছো আৰু ইংৰাজী আৰু হিন্দী লিখিব আৰু পঢ়িব পাৰো। মই চাইকেল চলাব জানো আৰু প্ৰায়বোৰ বাট পথেই মোৰ চিনাজনা। মই এটা নামকৰা প্ৰতিষ্ঠানত অস্থায়ীভাৱে পিয়নৰ কাম কৰিছো আৰু এই কামত যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছো। মোৰ বয়স ২৫ বছৰ, স্বাস্থ্য ভাল আৰু কঠোৰ শ্ৰম কৰিবলৈ মই নিশ্চিত যে অতি কম সময়ৰ ভিতৰতে মোৰ শ্ৰম আৰু নিষ্ঠাৰে আপোনালোকক সন্তুষ্ট কৰিব পাৰিম।
উক্ত পদত মোক নিয়োগ কৰিবৰ কাৰণে আপোনাৰ ওচৰত সনিৰ্বন্ধ আবেদন জনালো।
(আবেদনকাৰীৰ ঠিকনা)
আপোনাৰ বিশ্বাসী
……………………..
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 10 Social Democratic Politics Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.