Application for the Post of Traveling Salesman
(Name and Address of the Employer/ Employers)
Date_________
Dear Sir/ Sirs,
As per your advertisement in the Statesman Patrika dated………for an experienced Travelling salesman for……., I like to offer my service.
I am a/an….of the…….. University.
At present, I have been working as the only Travelling Sales Representative in this Region for…… of……for about…..years who is/are/the producer/producers of goods like those of yours. But since he/they can not offer me better prospects, I intend to leave my present job.
I have extensively traveled in this part of the country and have come in contact with many big and small firms and expect to book minimum orders of Rs…. …. Per year. I can speak English…. and…. fluently.
At present I am of….. years old and ready to work hard.
I am sending this application with (the) full consent of my present Employer/Employer who has/have promised to release me when necessary.
Kindly let me have your opinion as early as possible.
Thanking you,
(Address of the Applicant)
Yours sincerely
………………………
ভ্ৰাম্যমান বিক্ৰয় প্ৰতিনিধিৰ চাকৰিৰ বাবে আবেদন।
প্ৰতি,
(নিয়োগকৰ্তাৰ পদবী আৰু ঠিকনা)
তাৰিখ…………
মহাশয়/ মহাশয়বৃন্দ,
যোৱা………….তাৰিখৰ……………….. কাকতত প্ৰকাশিত বিজ্ঞাপন মতে আপোনাৰ/আপোনালোকৰ এজন অভিজ্ঞ ভ্ৰাম্যমান বিক্ৰয় প্ৰতিনিধিৰ প্ৰয়োজন জানিব পাৰি। সেই পদৰ বাবে মই এই আবেদন পঠালো।
মই………….. বিশ্ববিদ্যালয়ৰ পৰা……… পৰীক্ষা পাছ কৰিছো। মই…………বছৰ ধৰি…………. ত ভ্ৰাম্যমান বিক্ৰয় প্ৰতিনিধি হিচাপে দেশৰ এই অঞ্চলত মই কাম কৰিছো। এওঁলোকেও আপোনাসকলৰ দৰে একেই বস্তু উৎপাদন কৰে। যিহেতু এওঁলোকৰ ইয়াত ভৱিষ্যত আৰু কোনো উন্নতিৰ সুযোগ নাই সেয়েহে মই বৰ্তমান কৰি থকা চাকৰিটো এৰিব বিচাৰিছো।
দেশৰ এই অঞ্চলত মই ভালদৰে ঘূৰিছো আৰু এই অঞ্চলৰ সৰু ডাঙৰ বিভিন্ন ব্যৱসায় ফাৰ্মৰ লগত মোৰ যোগাযোগ আছে। মই আশাকৰো যে বছৰে কমপক্ষেও……………টকাৰ অৰ্ডাৰ সংগ্ৰহ কৰিব পাৰিম। মই ইংৰাজী,………….আৰু……….ভাষা ভালদৰে ক’ব পাৰো।
বৰ্তমান মোৰ বয়স……………….বছৰ আৰু মই কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰস্তুত।
মই মোৰ বৰ্তমান নিয়োগকৰ্তাৰ অনুমতি লৈ এই আবেদন পঠালো আৰু যেতিয়াই আৱশ্যক তেতিয়াই তেওঁলোকে মোক তেওঁলোকৰ কামৰ পৰা অব্যাহতি দিয়াৰ প্ৰতিশ্ৰুতি দিছে।
অনুগ্ৰহ কৰি আপোনাৰ/আপোনালোকৰ মতামত অতি সোনকালে জনাব।
ধন্যবাদ।
(আবেদনকাৰীৰ ঠিকনা)
ইতি
আপোনাৰ/ আপোনালোকৰ বিশ্বাসী
……………………..
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 10 Social Geography Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.