An Application to The Officer-in-Charge Complaining Against a Theft Case | পকেটমাৰৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে স্থানীয় থানাত অভিযোগ

An Application to The Officer-in-Charge Complaining Against a Theft Case

Join Telegram channel

To

The Officer-in-charge

………………… Police station

Date________

Sub: Application to the Officer-in-Charge complaining against a theft case

Dear Sir,

The increase in crime in recent months, specially the large number of thef cases cannot but be a matter of concern to all bus passengers. I am a book-seller and off and on I come to purchase books. Today like other days I was coming by a public bus. The bus was overcrodwed and I was surrounded by a couple of youngmen. A few passengers of the bus raised a shouting. I found my money stolen before I understood the situation. 

Now I earnestly request you to take up immediate enquiry. Timely action may help recovery of money. As I guess, all the culprits are local hooliguns.

Thanking you.

Address: 

                          Yours sincerely

                      ………………………

পকেটমাৰৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে স্থানীয় থানাত অভিযোগ।

প্ৰতি

ভাৰপ্ৰাপ্ত অফিচাৰ,

…………..থানা

তাৰিখ________

বিষয়: পকেটমাৰৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে স্থানীয় থানাত অভিযোগ।

মহাশয়,

যোৱা কেইমাহমান ধৰি বাছত ইমান পকেটমাৰ হৈছে যে, সাধাৰণ যাত্ৰীক চিন্তি কৰি তুলিছে। মই এজন কিতাপৰ ব্যৱসায়ী। মই প্ৰায় কিতাপ কিনিব আহিব লগা হয়। অন্যান্য দিনৰ দৰে আজিও মই………পৰা বেচৰকাৰী বাছেৰে আহিছিলো। বাছখন যাত্ৰীপূৰ্ণ আছিল। মই বাছৰ ভিতৰত থিয় হৈ আছিলো। মোৰ কান্ধত পাচ হেজাৰ টকাৰে সৈতে এখন মোনা ওলমাই লৈ আছিলো। হঠাৎ অনুমান হ’ল কিছুমান মানুহে চাৰিওফালৰ পৰা মোক আগুৰি ধৰিছে। কিছুমান মানুহে হঠাৎ চিঞৰি উঠিল। কিছু বুজাৰ আগতেই মই দেখো যে মোৰ টকাখিনি বেগত নাই।

মই এই বিষয়ে তদন্ত কৰাৰ বাবে আপোনাক বিশেষভাৱে অনুৰোধ কৰিছো। সময়মতে ব্যৱস্থা গ্ৰহণ কৰিলে হয়তো মোৰ টকাখিনি ঘূৰাই পাব পাৰো। মই ভাবো অপৰাধীবোৰ সকলোৱে স্থানীয়।

ধন্যবাদ।

বিনীত

                                                 …………………

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top