SEBA Class 6 History MCQ Chapter 3 প্রাচীন কামৰূপ ৰাজ্য Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 History MCQ Assamese Medium and select need one. SCERT Class 6 History Objective Type Notes in Assamese Download PDF. SCERT Class 6 History Multiple Choice Solutions in Assamese.
SEBA Class 6 History MCQ Chapter 3 প্রাচীন কামৰূপ ৰাজ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 6 History of Assam MCQ Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 6 Axomor Itihas (অসমৰ ইতিহাস) MCQs in Assamese for All Chapters, You can practice these here.
প্রাচীন কামৰূপ ৰাজ্য
Chapter: 3
| MCQ |
১। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) পুষ্যবৰ্মন।
(খ) সমুদ্ৰবৰ্মন।
(গ) ভাস্কৰবৰ্মন।
(ঘ) ভূতিবৰ্মন।
উত্তৰঃ (ক) পুষ্যবৰ্মন।
২। পুষ্যবৰ্মন কোন গুপ্ত সম্ৰাটৰ সমসাময়িক আছিল?
(ক) শ্ৰীগুপ্ত।
(খ) সমুদ্ৰগুপ্ত।
(গ) স্কন্দগুপ্ত।
(ঘ) চন্দ্ৰগুপ্ত।
উত্তৰঃ (খ) সমুদ্ৰগুপ্ত।
৩। হিউয়েন চাঙৰ টোকাখনৰ নাম কি আছিল?
(ক) অৰ্থশাস্ত্ৰ।
(খ) ৰাজতৰংগিনী।
(গ) চি-ইউ-কী।
(ঘ) তবাকৎ-ই-নাচিৰী।
উত্তৰঃ (গ) চি-ইউ-কী।
৪। কুমাৰ ভাস্কৰবৰ্মনে কিমান খ্ৰীষ্টাব্দত সিংহাসন আৰোহণ কৰিছিল?
(ক) ৩৫০ খ্ৰীষ্টাব্দত।
(খ) ৫৯৪ খ্ৰীষ্টাব্দত।
(গ) ৬৮০ খ্ৰীষ্টাব্দত।
(ঘ) ১১৮৫ খ্ৰীষ্টাব্দত।
উত্তৰঃ (খ) ৫৯৪ খ্ৰীষ্টাব্দত।
৫। শালস্তম্ভ বংশৰ ৰাজধানী ক’লৈ স্থানান্তৰ কৰা হৈছিল?
(ক) প্ৰাগজ্যোতিষপুৰলৈ।
(খ) দুৰ্জয় নগৰলৈ।
(গ) তেজপুৰলৈ।
(ঘ) গুৱাহাটীলৈ।
উত্তৰঃ (গ) তেজপুৰলৈ।
৬। শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল?
(ক) হৰ্জৰবৰ্মন।
(খ) বনমালবৰ্মন।
(গ) শ্ৰীহৰ্ষদেৱ।
(ঘ) ত্যাগ সিংহ।
উত্তৰঃ (ঘ) ত্যাগ সিংহ।
৭। ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল?
(ক) কলহন।
(খ) বাণভট্ট।
(গ) ৰাজশেখৰ।
(ঘ) মাধৱ কন্দলী।
উত্তৰঃ (ক) কলহন।
৮। দুৰ্জয় নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল?
(ক) ব্ৰহ্মপালে।
(খ) জয়পালে।
(গ) ধৰ্মপালে।
(ঘ) ৰত্নপালে।
উত্তৰঃ (ঘ) ৰত্নপালে।
৯। পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) ৰত্নপাল।
(খ) ইন্দ্ৰপাল।
(গ) ব্ৰহ্মপাল।
(ঘ) জয়পাল।
উত্তৰঃ (গ) ব্ৰহ্মপাল।
১০। প্ৰাচীন কামৰূপ ৰাজ্যৰ সেনাবাহিনীৰ মুৰব্বীজনক কি বোলা হৈছিল?
(ক) সেনাপতি।
(খ) সেনাদ্যক্ষ।
(গ) নায়ক।
(ঘ) ৰণক।
উত্তৰঃ (খ) সেনাদ্যক্ষ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



