SEBA Class 6 History Chapter 3 প্রাচীন কামৰূপ ৰাজ্য Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 History Solutions Assamese Medium and select need one. SCERT Class 6 History Notes in Assamese Download PDF. SCERT Class 6 অসমৰ ইতিহাস Solutions in Assamese.
SEBA Class 6 History Chapter 3 প্রাচীন কামৰূপ ৰাজ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 6 History of Assam Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 6 Axomor Itihas (অসমৰ ইতিহাস) Question Answer in Assamese for All Chapters, You can practice these here.
প্রাচীন কামৰূপ ৰাজ্য
Chapter: 3
| অনুশীলনী |
তলৰ প্রশ্নবোৰৰ (১ নং ৰ পৰা ৫ নং লৈ) শুদ্ধ উত্তৰৰ কাষৰ ‘O’ চিনটো পূৰ কৰা-
১। পূষ্যবৰ্মনৰ সমসাময়িক গুপ্ত সম্রাটগৰাকী কোন আছিল?
(ক) শ্রীগুপ্ত।
(খ) সমুদ্রগুপ্ত।
(গ) স্কন্দগুপ্ত।
(ঘ) চন্দ্রগুপ্ত।
উত্তৰঃ (খ) সমুদ্রগুপ্ত।
২। দুৰ্জ্জয় নগৰখন কোনে প্রতিষ্ঠা কৰিছিল?
(ক) ব্রহ্মপালে।
(খ) জয়পালে।
(গ) ধর্মপালে।
(ঘ) ৰত্নপালে।
উত্তৰঃ (ঘ) ৰত্নপালে।
৩। ৰাজতৰংগিনীৰ ৰচক কোন?
(ক) কলহন।
(খ) বাণভট্ট।
(গ) ৰাজশেখৰ।
(ঘ) মাধৱ কন্দলী।
উত্তৰঃ (ক) কলহন।
৪। প্রাচীন কামৰূপ ৰাজ্যৰ সেনাবাহিনীৰ মুৰব্বীজনক কি বোলা হৈছিল?
(ক) সেনাপতি।
(খ) সেনাধ্যক্ষ।
(গ) নায়ক।
(ঘ) ৰণক।
উত্তৰঃ (খ) সেনাধ্যক্ষ।
৫। বখতিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?
(ক) ভাস্কৰবৰ্মন।
(খ) পৃথু।
(গ) আৰিমত্ত।
(ঘ) শ্রীহর্ষ।
উত্তৰঃ (খ) পৃথু।
৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা―
| ‘ক’ | ‘খ’ |
| কামৰূপী চন | মিনহাছ ছিৰাজ |
| শালস্তম্ভ | শিৱ |
| তবাকৎ-ই-নাচিৰী | ভাস্কৰবৰ্মন |
| হেতুকা চুলিন | শ্রীহৰ্ষ |
উত্তৰঃ
| ‘ক’ | ‘খ’ |
| কামৰূপী চন | ভাস্কৰবৰ্মন |
| শালস্তম্ভ | শ্রীহৰ্ষ |
| তবাকৎ-ই-নাচিৰী | মিনহাছ ছিৰাজ |
| হেতুকা চুলিন | শিৱ |
৭। শব্দ শৃংখল–
থিয়কৈ-
(ক) মন্দিৰৰ বাবে দান কৰা মাটি (৪ টা)।
উত্তৰঃ ধৰ্মোওৰ।
(খ) কামৰূপৰপৰা বিদেশলৈ ৰপ্তানি হোৱা এবিধ সামগ্রী (৪ টা)।
উত্তৰঃ তেজপাত।
পথালিকৈ-
(খ) হৰ্জৰবৰ্মনৰ শাসনকালৰ এখন শিলালিপি (৪ টা)।
উত্তৰঃ তেজপুৰ।
(গ) পাল বংশৰ সর্বশ্রেষ্ঠ ৰজা (৪ টা)।
উত্তৰঃ ৰত্নপাল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



