SEBA Class 6 History MCQ Chapter 1 প্রাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমল Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 History MCQ Assamese Medium and select need one. SCERT Class 6 History Objective Type Notes in Assamese Download PDF. SCERT Class 6 History Multiple Choice Solutions in Assamese.
SEBA Class 6 History MCQ Chapter 1 প্রাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমল
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 6 History of Assam MCQ Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 6 Axomor Itihas (অসমৰ ইতিহাস) MCQs in Assamese for All Chapters, You can practice these here.
প্রাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমল
Chapter: 1
| MCQ |
১। প্ৰাচীন অসমক কি নামেৰে জনা গৈছিল?
(ক) মগধ।
(খ) প্ৰাগজ্যোতিষপুৰ বা কামৰূপ।
(গ) কলিংগ।
(ঘ) গৌড়।
উত্তৰঃ (খ) প্ৰাগজ্যোতিষপুৰ বা কামৰূপ।
২। প্ৰাচীন অসমৰ ইতিহাস অধ্যয়নৰ ঐতিহাসিক সমলবোৰক কেইটা ভাগত ভগাব পাৰি?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) তিনিটা।
৩। দ-পৰ্বতীয়া মন্দিৰৰ শিলৰ তোৰণ ক’ত অৱস্থিত?
(ক) গুৱাহাটীত।
(খ) তেজপুৰত।
(গ) গোৱালপাৰাত।
(ঘ) নগাঁৱত।
উত্তৰঃ (খ) তেজপুৰত।
৪। সূৰ্য পাহাৰৰ ধ্বংসাৱশেষ কোনখন জিলাত অৱস্থিত?
(ক) কামৰূপ।
(খ) কাৰ্বি আংলং।
(গ) গোৱালপাৰা।
(ঘ) গোলাঘাট।
উত্তৰঃ (গ) গোৱালপাৰা।
৫। গুৱাহাটী চহৰৰ মাজমজিয়াত থকা খনন কাৰ্য চলোৱা ঠাইখনৰ নাম কি?
(ক) আমবাৰী।
(খ) পাণ্ডু।
(গ) মালিগাঁও।
(ঘ) বশিষ্ঠ।
উত্তৰঃ (ক) আমবাৰী।
৬। প্ৰাচীন অসমৰ শিলালিপিবোৰৰ ভাষা মূলতঃ কি আছিল?
(ক) অসমীয়া।
(খ) পালি।
(গ) সংস্কৃত।
(ঘ) প্ৰাকৃত।
উত্তৰঃ (গ) সংস্কৃত।
৭। অসমৰ আটাইতকৈ প্ৰাচীন শিলালিপিখনৰ নাম কি?
(ক) বৰগংগা শিলালিপি।
(খ) উমাচল শিলালিপি।
(গ) নগাজৰী-খনিকৰগাঁও শিলালিপি।
(ঘ) তেজপুৰ শিলালিপি।
উত্তৰঃ (খ) উমাচল শিলালিপি।
৮। উমাচল শিলালিপি কোনগৰাকী ৰজাই খোদিত কৰিছিল?
(ক) ভাস্কৰবৰ্মন।
(খ) সুৰেন্দ্ৰবৰ্মন।
(গ) ভূতিবৰ্মন।
(ঘ) হৰ্জৰবৰ্মন।
উত্তৰঃ (খ) সুৰেন্দ্ৰবৰ্মন।
৯। সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিত কামৰূপক কি ৰাজ্য হিচাপে উল্লেখ কৰা হৈছে?
(ক) মিত্ৰ ৰাজ্য।
(খ) সীমান্ত ৰাজ্য।
(গ) শত্ৰু ৰাজ্য।
(ঘ) অধীন ৰাজ্য।
উত্তৰঃ (খ) সীমান্ত ৰাজ্য।
১০। ৰামায়ণ কোনে ৰচনা কৰিছিল?
(ক) ব্যাসদেৱ।
(খ) বাল্মীকি।
(গ) তুলসীদাস।
(ঘ) কৌটিল্য।
উত্তৰঃ (খ) বাল্মীকি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:



