SEBA Class 6 History Chapter 2 প্রাক্-ঐতিহাসিক অসম Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 History Solutions Assamese Medium and select need one. SCERT Class 6 History Notes in Assamese Download PDF. SCERT Class 6 অসমৰ ইতিহাস Solutions in Assamese.
SEBA Class 6 History Chapter 2 প্রাক্-ঐতিহাসিক অসম
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 6 History of Assam Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 6 Axomor Itihas (অসমৰ ইতিহাস) Question Answer in Assamese for All Chapters, You can practice these here.
প্রাক্-ঐতিহাসিক অসম
Chapter: 2
| অনুশীলনী |
তলৰ প্রশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰৰ কাষৰ ‘O’ চিনটো পুৰ কৰা-
১। প্ৰাগ্জ্যোতিষ ৰাজ্যখন কিয় প্রসিদ্ধ আছিল?
(ক) যোগ চৰ্চাৰ কেন্দ্ৰ আছিল বাবে।
(খ) জ্যোতিষ চৰ্চাৰ কেন্দ্র আছিল বাবে।
(গ) তান্ত্রিক চর্চাৰ কেন্দ্র আছিল বাবে।
(ঘ) আয়ুর্বেদ চৰ্চাৰ কেন্দ্ৰ আছিল বাবে।
উত্তৰঃ (খ) জ্যোতিষ চৰ্চাৰ কেন্দ্র আছিল বাবে।
২। আখ্যানমতে কোনে নাৰীৰ বেশেৰে আহি শিৱৰ তপস্যা ভংগ কৰিছিল?
(ক) বৈদ্যদেৱে।
(খ) নামদেৱে।
(গ) হৰিদেৱে।
(ঘ) কামদেৱে।
উত্তৰঃ (ঘ) কামদেৱে।
৩। স্বর্ণপীঠ ক’ৰপৰা ক’লৈ বিস্তৃত আছিল?
(ক) ৰূপহী নদীৰপৰা ভৰলী নদীলৈ।
(খ) ভৰলী নদীৰপৰা দিকৰাই নদীলৈ।
(গ) সোণকোষ নদীৰপৰা ৰূপহী নদীলৈ।
(ঘ) পূর্ববংগৰ কৰতোৱা নদীৰপৰা সোণকোষ নদীলৈ।
উত্তৰঃ (ক) ৰূপহী নদীৰপৰা ভৰলী নদীলৈ।
৪। দানৱ বংশ কোনে প্রতিষ্ঠা কৰিছিল?
(ক) হটকাসুৰে।
(খ) ৰত্নাসুৰে।
(গ) মহীৰংগই।
(ঘ) ঘটকাসুৰে।
উত্তৰঃ (গ) মহীৰংগই।
৫। কুণ্ডিল ৰাজ্যৰ ৰজা কোন আছিল?
(ক) মহীৰংগ।
(খ) নৰকাসুৰ।
(গ) ভগদত্ত।
(ঘ) ভীষ্মক।
উত্তৰঃ (ঘ) ভীষ্মক।
৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা―
| ‘ক’ | ‘খ’ |
| নৰকাসুৰ | কুৰুক্ষেত্ৰৰ যুদ্ধ |
| বাণৰজা | ৰুক্মিণী |
| ভীষ্মক | কামাখ্যা মন্দিৰ |
| ভগদত্ত | অগ্নিগড় |
উত্তৰঃ
| ‘ক’ | ‘খ’ |
| নৰকাসুৰ | কামাখ্যা মন্দিৰ |
| বাণৰজা | অগ্নিগড় |
| ভীষ্মক | ৰুক্মিণী |
| ভগদত্ত | কুৰুক্ষেত্ৰৰ যুদ্ধ |
৭। শব্দ শৃংখল―
থিয়কৈ–
(ক) ভৌম বংশৰ প্রতিষ্ঠাতা (৫ টা)।
উত্তৰঃ নৰকাসুৰ।
(খ) ভগদত্তৰ জীয়ৰী (৪ টা)।
উত্তৰঃ ভানুমতী।
পথালিকৈ–
(গ) প্রাচীন কামৰূপ ৰাজ্যৰ এটা ভাগ (৪ টা)।
উত্তৰঃ কামপীঠ।
(ঘ) প্ৰাগ্জ্যোতিষ ৰাজ্যৰ প্ৰথমগৰাকী ৰজা (৫ টা)।
উত্তৰঃ মহীৰংগ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



