SEBA Class 6 History Chapter 1 প্রাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমল Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 History Solutions Assamese Medium and select need one. SCERT Class 6 History Notes in Assamese Download PDF. SCERT Class 6 অসমৰ ইতিহাস Solutions in Assamese.
SEBA Class 6 History Chapter 1 প্রাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমল
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 6 History of Assam Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 6 Axomor Itihas (অসমৰ ইতিহাস) Question Answer in Assamese for All Chapters, You can practice these here.
প্রাচীন অসমৰ ইতিহাস অধ্যয়নৰ সমল
Chapter: 1
| অনুশীলনী |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰৰ কাষৰ ‘O’ চিনটো পূৰ কৰা-
১। কোনটো এপিগ্রাফিক বা উৎকীর্ণ লিপি সমল?
(ক) সতপথ ব্রাহ্মণ।
(খ) তাম্রলিপি।
(গ) যোগিনীতন্ত্র।
(ঘ) মহাভাৰত।
উত্তৰঃ (খ) তাম্রলিপি।
২। প্রাচীন অসমৰ শিলালিপিবোৰ কি লিপিত খোদিত কৰা হৈছিল?
(ক) পালি।
(খ) প্রাকৃত।
(গ) অর্ধমাগধী।
(ঘ) ব্রাহ্মী।
উত্তৰঃ (ঘ) ব্রাহ্মী।
৩। অসমৰ আটাইতকৈ পুৰণি শিলালিপিখন কোনগৰাকী ৰজাৰ দিনত খোদিত কৰা হৈছিল?
(ক) ভাস্কৰবৰ্মন।
(খ) ভূতিবর্মন।
(গ) পৃষ্যবর্মন।
(ঘ) হৰ্জৰবৰ্মন।
উত্তৰঃ (ক) ভাস্কৰবৰ্মন।
৪। কোনগৰাকী পৰিব্ৰাজক ৰজা ভাস্কৰবৰ্মনৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল?
(ক) ইৎচিং।
(খ) মেগাস্থেনিছ।
(গ) হিউৱেন চাং।
(ঘ) ষ্ট্ৰাব’।
উত্তৰঃ (গ) হিউৱেন চাং।
৫। কোনখন বৈদিক সাহিত্য?
(ক) গৃহসংগ্রহ।
(খ) অর্থশাস্ত্র।
(গ) কাব্যমীমাংসা।
(ঘ) বৃহৎসংহিতা।
উত্তৰঃ (ক) গৃহসংগ্রহ।
৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা―
| ‘ক’ | ‘খ’ |
| মহাভাৰত | হিউৱেন চাং |
| অর্থশাস্ত্র | ৰাজশেখৰ |
| চি-ইউ-কী | কৌটিল্য |
| কৰ্পূৰমঞ্জৰী | ব্যাসদেৱ |
উত্তৰঃ
| ‘ক’ | ‘খ’ |
| মহাভাৰত | ব্যাসদেৱ |
| অর্থশাস্ত্র | কৌটিল্য |
| চি-ইউ-কী | হিউৱেন চাং |
| কৰ্পূৰমঞ্জৰী | ৰাজশেখৰ |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



