Niketan Class 4 Science Chapter 18 আহাৰ গ্ৰহণ আৰু মলত্যাগৰ নিয়ম

Niketan Class 4 Science Chapter 18 আহাৰ গ্ৰহণ আৰু মলত্যাগৰ নিয়ম, Sankardev Sishu Niketan Chapter 18 আহাৰ গ্ৰহণ আৰু মলত্যাগৰ নিয়ম Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

আহাৰ গ্ৰহণ আৰু মলত্যাগৰ নিয়ম

Chapter – 18

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। আহাৰ কেনেকুৱা সময়ত খাব লাগে ? 

উত্তৰঃ আহাৰ সদায় সঠিক সময়ত খাব লাগে।

২। আহাৰ কেনেকুৱা হোৱা উচিত? 

উত্তৰঃ দৈনিক আহাৰ সুষম হোৱা উচিত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। কেনেকুৱা খাদ্য খাব নালাগে?

উত্তৰঃ দূষিত খাদ্য খাব নালাগে।

৪। আমি পৰিমিত আহাৰ আৰু বিশুদ্ধ পানী খাব লাগেনে?

উত্তৰঃ পৰিমিত আহাৰ আৰু বিশুদ্ধ পানী খাব লাগে। .

৫। গোটা আহাৰ কেনেকৈ খাব লাগে?

উত্তৰঃ গোটা আহাৰ ভালকৈ চোৱাই খাব লাগে।

৬। আমাৰ শৌচ প্ৰস্বাৱ কেনেকুৱা সময়ত হব লাগে?

উত্তৰঃ নিয়মীয়া হ’ব লাগে।

অনুশীলনী

১। কেনে ধৰণৰ খাদ্যবস্তু আমি গ্ৰহণ কৰা উচিত?

উত্তৰঃ আমি চাফ-চিকুণ আৰু পুষ্টিদায়ক খাদ্যবস্তু গ্ৰহণ কৰা উচিত।

২। খাদ্য বস্তু গ্ৰহণ কৰাৰ আগমুহূৰ্ত্তত কি কৰিব লাগে ?

উত্তৰঃ খাদ্যবস্তু গ্ৰহণ কৰাৰ আগমুহূৰ্ত্তত আমি হাত ভালকৈ চাবোনেৰে ধূব লাগে।

৩। খৰধৰকৈ খাদ্য খালে আমাৰ কি কি অসুবিধা হ’ব পাৰে?

উত্তৰঃ খৰধৰকৈ খাদ্য খালে আহাৰ ভালকৈ জীন নাযায় আমার পেটৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে। তদুপৰি খাদ্যৰ অংশ শ্বাসনলীত সোমাই আমাক কষ্ট দিয়ে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। আহাৰ বেছিকৈ বা কমকৈ খোৱাটো কিয় স্বাস্থ্যৰ পক্ষে হানিকাৰক ? 

উত্তৰঃ আহাৰ বেছিকৈ বা কমকৈ খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক কাৰণ আহাৰ বেছিকৈ খালে পেট চলা ৰোগ আৰু কমকৈ খালে শৰীৰ দুৰ্বল আৰু ৰোগাক্রান্ত হোৱাৰ সম্ভাৱনা থাকে।

২। আমি কেনেকুৱা পানী খাব লাগে।

উত্তৰঃ আমি বিশুদ্ধ পানী খাব লাগে। তদুপৰি পানী উতলাই ঠাণ্ডা কৰি খাব লাগে।

৩। সুষম আহাৰ কি ?

উত্তৰঃ যি আহাৰে মানুহক প্ৰয়োজনীয় সকলোবোৰ উপাদান সম পৰিমানে যোগান ধৰে, তাকে সুষম আহাৰ বোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top